• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধাৰ আৰু পানৰ লিংকৰ পৰা চৰকাৰে আয় কৰিলে ৬০০কোটি! সংসদত তথ্য দাঙি ধৰিছে বিত্ত প্ৰতিমন্ত্ৰীয়ে

আধাৰ আৰু পানৰ লিংকৰ পৰা চৰকাৰে আয় কৰিলে ৬০০কোটি! সংসদত তথ্য দাঙি ধৰিছে বিত্ত প্ৰতিমন্ত্ৰীয়ে

2 years ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

45 minutes ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

1 hour ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

2 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

3 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

3 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

4 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

4 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

5 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

6 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

6 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

19 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আধাৰ আৰু পানৰ লিংকৰ পৰা চৰকাৰে আয় কৰিলে ৬০০কোটি! সংসদত তথ্য দাঙি ধৰিছে বিত্ত প্ৰতিমন্ত্ৰীয়ে

editor by editor
February 6, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আধাৰ আৰু পানৰ লিংকৰ পৰা চৰকাৰে আয় কৰিলে ৬০০কোটি! সংসদত তথ্য দাঙি ধৰিছে বিত্ত প্ৰতিমন্ত্ৰীয়ে
0
SHARES
493
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পান আৰু আধাৰ কাৰ্ডৰ লিংকক লৈ দেশজুৰি প্ৰচাৰ চলাইছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু সাম্প্ৰতিক ৰিপৰ্টত প্ৰকাশ পোৱা অনুসৰি বৰ্তমানলৈকে দেশৰ ১১ কোটি মানুহে এতিয়াও পানৰ সৈতে আধাৰ লিংক কৰা নাই। লোকসভাত এই তথ্য প্ৰকাশ কৰিছে বিত্ত উপমন্ত্ৰী পংকজ চৌধুৰীয়ে। ইয়াৰোপৰি তেওঁ কয়, পান-আধাৰ লিংক কৰিবলৈ যিসকলে দেৰী কৰিছে তেওঁলোকৰ লেট ফি’ৰ বাবদ চৰকাৰে ৬০০ কোটিতকৈয়ো বেছি জৰিমনা আদায় কৰিছে।

প্ৰকৃততে পান আৰু আধাৰ কাৰ্ড লিংক কৰাৰ শেষ সময় আছিল ৩০ জুন ২০২৩। এই সময়সীমা শেষ হোৱাৰ পাছতেই পান আৰু আধাৰ যিসকলে লিংক কৰিছে তেওঁলোকে ১০০০ টকাকৈ জৰিমনা আদায় দিব লগা হৈছে। বিত্ত প্ৰতিমন্ত্ৰী পংকজ চৌধুৰীয়ে কয়, ‘প্ৰায় ১১.৪৮ কোটি পান কাৰ্ডৰ এতিয়াও বায়মেট্ৰিক আইডেণ্টিফিকেশ্বন হোৱা নাই।’ লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত তেওঁ লগতে কয়, ‘২৯ জানুৱাৰী ২০২৪ চন পৰ্যন্ত আধাৰৰ সৈতে যুক্ত নোহোৱা পান কাৰ্ডৰ সংখ্যা হৈছে ১১.৪৮ কোটি। যিসকলে সময়সীমা পাৰ হোৱাৰ পাছত আধাৰ আৰু পান লিংক কৰিছে তেওঁলোকৰ পৰা বৰ্তমানলৈকে ৬০১.৯৭ কোটি চৰকাৰে লাভ কৰিছে।

১ জুলাইৰ পৰা নিষ্ক্ৰিয় হ’ব বহু পান কাৰ্ড

বায়োমেট্ৰিকভাৱে আধাৰৰ সৈতে পানৰ ৰেজিষ্ট্ৰেছন নকৰিলে নিষ্ক্ৰিয় হৈ যাব পাৰে পান কাৰ্ড। অৰ্থাৎ নিষ্ক্ৰিয় হ’ব বাতিল নহয়। আধাৰৰ সৈতে পান লিংক কৰাৰ শেষ তাৰিখ আছিল ৩০ জুন ২০২৩। আয়কৰ দফতৰৰ তৰফৰ পৰা জনোৱা অনুসৰি, কৰদাতাসকলৰ যিসকলৰ পান আৰু আধাৰ লিংক কৰা হোৱা নাই তেওঁলোকৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব। এতিয়া আধাৰ আৰু পান লিংক কৰিবলৈ হ’লে পোনতে জৰিমনা দি হে এই কাম কৰিব পাৰিব। এইক্ষেত্ৰত ১০০০ টকাৰ লেট ফাইন দিয়াৰ পাছতহে পুনৰ এক্টিভ হ’ব আপোনাৰ পান কাৰ্ড।

যিসকলৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈছে তেওঁলোকে TDS আৰু TCS ৰ অতিৰিক্ত কৰ আদায় দিব নোৱাৰিব। আয়কৰ ৰিটাৰ্ন ফাইলিঙতো সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই কামসমূহৰ বাবেই আধাৰ আৰু পান কাৰ্ড লিংক কৰাটো খুবেই জৰুৰী বুলিও জনাইছে মন্ত্ৰী পংকজ চৌধুৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!
বাণিজ্য

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ

কুকুৰে খাব নোখোজা বিস্কুট কংগ্ৰেছ কৰ্মীক সঁচাকৈয়ে দিছিলনে ৰাহুলে? কুকুৰে কি ক্ষতি কৰিছে বিজেপিৰ, প্ৰশ্ন ৰাহুল গান্ধীৰ

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম

পৰিয়ালৰ অনুমতি অবিহনে লীভ ইনত থাকিলেই জে’ল! বিবাহবহিৰ্ভূত সম্পৰ্কত জন্ম হোৱা সন্তানকো দিব লাগিব সম্পত্তিৰ ভাগ, UCC লাঘু কৰা দ্বিতীয়খন ৰাজ্য হোৱাৰ পথত অসম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.