• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বৰ্ষৰ দুৰ্গাপূজাৰ পৰাই খুলিব কেইবাটাও ৰাশিৰ কঁপাল, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

এই বৰ্ষৰ দুৰ্গাপূজাৰ পৰাই খুলিব কেইবাটাও ৰাশিৰ কঁপাল, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

1 year ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

33 minutes ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

1 hour ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

2 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

15 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

16 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

16 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

17 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

17 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

18 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

20 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

20 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বৰ্ষৰ দুৰ্গাপূজাৰ পৰাই খুলিব কেইবাটাও ৰাশিৰ কঁপাল, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

এই বৰ্ষৰ দুৰ্গাপূজাৰ পৰাই খুলিব কেইবাটাও ৰাশিৰ কঁপাল, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

editor by editor
August 19, 2025
in জীৱনশৈলী
0
এই বৰ্ষৰ দুৰ্গাপূজাৰ পৰাই খুলিব কেইবাটাও ৰাশিৰ কঁপাল, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গাপূজালৈ মাজত বেছি দিন নাই৷ ছেপ্টেম্বৰৰ শেষত ২৮ তাৰিখৰ পৰা আৰম্ভ হব দুৰ্গাপূজা৷ আৰু সেই দুৰ্গাপূজাৰ মাহতেই একাধিক গ্ৰহৰ গোচৰ আছে৷ দুৰ্গাপূজাৰ মাহৰ এই গ্ৰহ গোচৰক লৈ একাধিক ৰাশিৰ জাতক জাতিকাই যেনেকা লাভ পাব তেনেকৈ বহু ৰাশিৰ জাতক জাতিকা কঠিন পৰিস্থিতিৰ মুখতো পৰিব৷ জানি থওক কোন কোন ৰাশিৰ জাতক জাতিকাই লাভ পাব?

মেষ ৰাশি

এই ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ মাহ খুবেই লাকী হব পাৰে৷ দীৰ্ঘ দিন ধৰি কোনো কাম ৰৈ থাকিলে সেই কাম সম্পন্ন হব৷ আত্মবিশ্বাস বৃদ্ধি পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব৷ মান সন্মান বাঢ়িব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত বিপুল লাভ আহিব পাৰে৷ ব্যৱসায়ত ভাল লাভ পাব৷

মিথুন ৰাশি

বুধৰ কন্যা ৰাশিত যাত্ৰা কৰাই ভদ্ৰ মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিব৷ আপোনাৰ লগ্নভাৱত বহি আছে বৃহস্পতি৷ আপুনি এই সময়ত নানান পাৰ্থিৱ সুখ স্বাচ্ছন্দ্য পাব৷ মান সন্মান বাঢ়িব৷ শিক্ষাক্ষেত্ৰত ভাল লাভ পাব৷ ঘৰ, বাহন, সম্পত্তি কিনিব পাৰে৷ ব্যৱসায়ী জাতক জাতিকাই ভাল লাভ পাব৷

কৰ্কট ৰাশি

এই সময়ত চন্দ্ৰই কোনো গ্ৰহৰ সৈতে যুঁটি তৈয়াৰ কৰিব৷ তাত সূৰ্য আৰু বুধে বুধাদিত্য যোগো তৈয়াৰ কৰিব৷ সকলো মিলি সকলো দিশৰ পৰা ছেপ্টেম্বৰত কৰ্কট ৰাশিৰ ভাগ্য উন্নতি হব৷ ৰাজনীতিৰ সৈতে জড়িত সকলে বিশেষ লাভ পাব পাৰে৷ ইয়াৰোপৰি ছেপ্টেম্বৰত সিংহ, তুলা, ধনু ৰাশিৰ জাতক জাতিকাই লাভ পাব৷ চাকৰি, শিক্ষাক্ষেত্ৰ, ব্যৱসায়ত ভাল লাভ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
Next Post
এছিয়া কাপৰ দলত শুভমন গীল, অধিনায়ক সূৰ্য, ১৫ জনীয়া দলত স্থান পালেনে অসমৰ ৰিয়ানে? সবিশেষ পঢ়ক

এছিয়া কাপৰ দলত শুভমন গীল, অধিনায়ক সূৰ্য, ১৫ জনীয়া দলত স্থান পালেনে অসমৰ ৰিয়ানে? সবিশেষ পঢ়ক

খৰতকীয়াকৈ গলিব ৰক্তনলীত জমা হোৱা পুৰণি কলষ্টেৰল, নিশাৰ বিছনালৈ যোৱাৰ পূৰ্বে খাওক এই খাদ্য

খৰতকীয়াকৈ গলিব ৰক্তনলীত জমা হোৱা পুৰণি কলষ্টেৰল, নিশাৰ বিছনালৈ যোৱাৰ পূৰ্বে খাওক এই খাদ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.