• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুটবল খেলৰ মাজত হঠাতে হাহাকাৰ, পৰিস্থিতি ইমানেই বিষম যে, ১০০ লোকে হেৰুৱালে প্ৰাণ

ফুটবল খেলৰ মাজত হঠাতে হাহাকাৰ, পৰিস্থিতি ইমানেই বিষম যে, ১০০ লোকে হেৰুৱালে প্ৰাণ

2 years ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

21 minutes ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

1 hour ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

2 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

2 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

4 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

12 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

12 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

13 hours ago
বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

বিপদত অভিজিৎ দীপকে! CJPৰ প্ৰতিষ্ঠাপকজনৰ বিৰুদ্ধে POCSOৰ অধীনত গোচৰ

13 hours ago
মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

মগজুৰ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ খাওক এইবিধ বনৌষধি

14 hours ago
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

14 hours ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ফুটবল খেলৰ মাজত হঠাতে হাহাকাৰ, পৰিস্থিতি ইমানেই বিষম যে, ১০০ লোকে হেৰুৱালে প্ৰাণ

editor by editor
December 2, 2024
in বিবিধ, বিশ্ব, ৰাজনীতি
0
ফুটবল খেলৰ মাজত হঠাতে হাহাকাৰ, পৰিস্থিতি ইমানেই বিষম যে, ১০০ লোকে হেৰুৱালে প্ৰাণ
0
SHARES
743
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফুটবল খেলৰ মাজত হঠাতে হাহাকাৰ, পৰিস্থিতি ইমানেই বিষম যে, ১০০ লোকে হেৰুৱালে প্ৰাণ

এখন ফুটবল খেলৰ মাজত হঠাতে পৰিস্থিতি ইমানেই বেয়া হৈ পৰে যে, ১০০ গৰাকী লোকে হেৰুৱালে প্ৰাণ। পশ্চিম আফ্ৰিকাৰ দেশ গিনিত সংঘটিত হৈছে এই নৰসংহাৰৰ ঘটনা। গিণিৰ দ্বিতীয় বৃহত্তম চহৰ এঞ্জেৰেকোৰেত সংঘটিত হৈছে এই ঘটনা।

সেই চহৰখনত চলি আছিল এখন ফুটবল খেল। এই মেচখনৰ মাজতে হঠাৎ খং উঠে দৰ্শকৰ আৰু নিজৰ মাজতে কাজিয়া লাগে। পাছলৈ পৰিস্থিতি হিংসাত্মক হৈ উঠে আৰু অগ্নিসংযোগো সংঘটিত হয়।

ঘটনাস্থলীত মাৰপিট আৰু শিলগুটি নিক্ষেপৰ ফলত ১০০ৰো অধিক লোকৰ মৃত্যু হয়। ক্ষুব্ধ লোকে থানাত প্ৰৱেশ কৰি লণ্ড- ভণ্ড কৰি জুই লগাই দিয়ে। আৰক্ষীয়ে কোনোমতে কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰি দুষ্কৃতিকাৰীক নিয়ন্ত্ৰণ কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ফুটবল খেলখনত ৰেফাৰীৰ ভুল সিদ্ধান্তৰ বাবেই দৰ্শকৰ মাজত খং উঠে। ক্ষোভত ফাটি পৰি দৰ্শকে খেলপথাৰত প্ৰৱেশ কৰি ৰেফাৰীক আক্ৰমণ কৰে। বিৰোধী পক্ষও নামি যায় খেল পথাৰত। তাৰ পাছে দুয়ো পক্ষৰ মাজত হুলস্থুল আৰু সংঘৰ্ষৰ সৃষ্টি হয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই ঘটনাৰ ভিডিঅ’।

চিকিৎসালয়ৰ বাহিৰত মৃতদেহৰ শাৰী। আহতসকলৰ চিকিৎসাৰ বাবে লোকৰ অভাৱ। অচিনাকি লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পৰিস্থিতিক ভয়ংকৰ বুলি অভিহিত কৰি এজন চিকিৎসকে কয় যে চিকিৎসালয়ত যিফালেই চোৱা যায় সেই ফালেই মৃতদেহ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Football matchGuineamurder caseVira; Video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

August 7, 2026
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ
অসম

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

August 7, 2026
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে
বিনোদন

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

August 7, 2026
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

August 7, 2026
Next Post
কেনে যাব আপোনাৰ ডিচেম্বৰ মাহটো, আৰ্থিক দিশত এই সকল ৰাশিৰ অতিকে শুভ

কেনে যাব আপোনাৰ ডিচেম্বৰ মাহটো, আৰ্থিক দিশত এই সকল ৰাশিৰ অতিকে শুভ

বৰপেটাত জীয়ৰীৰ বিয়াৰ দিনাই ৰভাতলিত পিতৃৰ নিথৰ দেহ, উৰুলিৰ সলনি কান্দোনৰ ৰোল 

বৰপেটাত জীয়ৰীৰ বিয়াৰ দিনাই ৰভাতলিত পিতৃৰ নিথৰ দেহ, উৰুলিৰ সলনি কান্দোনৰ ৰোল 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.