• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰু পূৰ্ণিমা কেতিয়া! গুৰু দোষ থাকিলে এই দিনটোত কি দৰে পাব মুক্তি

গুৰু পূৰ্ণিমা কেতিয়া! গুৰু দোষ থাকিলে এই দিনটোত কি দৰে পাব মুক্তি

1 year ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

12 minutes ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

52 minutes ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

1 hour ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

2 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

2 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

3 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

4 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

4 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

5 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

6 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

6 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰু পূৰ্ণিমা কেতিয়া! গুৰু দোষ থাকিলে এই দিনটোত কি দৰে পাব মুক্তি

editor by editor
July 7, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
গুৰু পূৰ্ণিমা কেতিয়া! গুৰু দোষ থাকিলে এই দিনটোত কি দৰে পাব মুক্তি
0
SHARES
825
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৰু পূৰ্ণিমা কেতিয়া! গুৰু দোষ থাকিলে এই দিনটোত কি দৰে পাব মুক্তি

বৈদিক জ্যোতিষৰ মতে বৃহস্পতি নটা গ্ৰহৰ ভিতৰত আটাইতকৈ শুভ। বৃহস্পতি দেৱতাৰ গুৰু। সেইবাবেই বৃহস্পতিক দেৱগুৰু বুলি কোৱা হয়। এই গ্ৰহটো জ্ঞান, ধৰ্ম, ধন-সম্পত্তি আৰু প্ৰতিপত্তিৰ প্ৰতীক। দেৱগুৰু বৃহস্পতিৰ বাবে উৎসৰ্গিত পূৰ্ণিমাৰ দিনটোক গুৰু পূৰ্ণিমা নামেৰে জনাজাত।

পাছে এইবাৰ গুৰু পূৰ্ণিমা কেতিয়া! চলিত আহাৰ মাহৰ পূৰ্ণিমাৰ দিনটো গুৰু পূৰ্ণিমা হিচাপে পালন কৰা হয়। এইবাৰ গুৰু পূৰ্ণিমা ১০ জুলাই বৃহস্পতিবাৰে পৰিছে। সনাতন ধৰ্মত মহৰ্ষি বেদ ব্যাসক প্ৰথম গুৰু বুলি কোৱা হয়। এই দিনটোত বেদ ব্যাসৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়।

কিন্তু আনহাতে জন্ম তালিকাত যদি বৃহস্পতি দুৰ্বল অৱস্থাত থাকে তেন্তে ইয়াক গুৰু দোষ বুলি কোৱা হয়। জ্যোতিষৰ মতে বৃহস্পতিৰ শুভ প্ৰভাৱে থলুৱা লোকৰ শিক্ষা, কেৰিয়াৰ, বৈবাহিক জীৱন, সন্তান, শিক্ষা, ধন-সম্পত্তি আৰু আধ্যাত্মিক জীৱনৰ উন্নতি সাধন কৰে। আনহাতে, গুৰু দশৰ অশুভ প্রভাৱ অৰ্থাৎ বৃহস্পতিৰ অশুভ প্রভাৱৰ বাবে এই আটাইকেইটা ক্ষেত্রতে থলুৱাজনে বিভিন্ন সমস্যা আৰু বাধাৰ সন্মুখীন হ’বলগীয়া হয়৷

১০ জুলাইত গুৰু পূৰ্ণিমা পালন কৰা হ’ব। গুৰু দোষৰ পৰা মুক্তি পাবলৈ গুৰু পূৰ্ণিমাত কি কৰিব লাগে জানক আপোনাৰ ৰাশি অনুযায়ী।

এইবাৰ গুৰু পূৰ্ণিমা বৃহস্পতিবাৰত পৰিছে। গুৰু পূৰ্ণিমাৰ পৰা আৰম্ভ কৰি একেৰাহে ৫টা বৃহস্পতিবাৰ উপবাস পালন কৰক। বৃহস্পতিবাৰে ভগৱান বিষ্ণু আৰু দেৱগুৰু বৃহস্পতিৰ পূজা কৰক। ফলত জন্ম তালিকাত গুৰু দোষ থাকিলেও আঁতৰি যাব।

জ্যোতিষৰ মতে বৃহস্পতিৰ প্ৰিয় ৰং হালধীয়া। গুৰু পূৰ্ণিমাৰ দিনা হালধীয়া বস্তু দান কৰাটো শুভ। এই দিনটোত হালধীয়া দাইল আৰু হালধীয়া কাপোৰ দুখীয়া লোকক দান কৰক। ইয়াৰ লগতে এই দিনটোত কেশৰ আৰু পকা কল দান কৰিব পাৰে।

যদি ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে তেন্তে গুৰু পূৰ্ণিমাৰ দিনা তেওঁলোকৰ ঘৰত গুৰুযন্ত্ৰ স্থাপন কৰক। সকলো নিয়ম মানি প্ৰতিদিনে গুৰুযন্ত্ৰৰ পূজা কৰাটো জৰুৰী। এই যন্ত্ৰ ঘৰত ৰাখিলে জ্ঞান, ধন-সম্পত্তি আৰু সমৃদ্ধি লাভ হয়।

গুৰু পূৰ্ণিমাৰ শুভ দিনত ৰাতিপুৱা কলগছৰ গুৰিত হালধী মিহলি পানী ঢালিব। ইয়াৰ পিছত হালধীয়া ফুল আগবঢ়াই কলৰ গছক পূজা কৰিব। এই দিনটোতে সন্ধিয়া কলগছৰ তলত ঘিউৰ চাকি জ্বলাব। ইয়াৰ লগতে ১০৮ বাৰ ‘অম ব্রিম বৃহস্পতে নমঃ’ মন্ত্র জপ কৰিব।

গুৰু পূৰ্ণিমাৰ দিনা ঘৰৰ উত্তৰ-পূব কোণত ঘিউৰ চাকি জ্বলাই দিব। এই চাকিচ অলপ হালধী দি দিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologyhoroscoperashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?
বিবিধ

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

September 4, 2026
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?
জীৱনশৈলী

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

September 4, 2026
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’
অপৰাধ

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

September 4, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
Next Post
আধ্যাত্মিক নেতা দালাই লামাক ভাৰত ৰত্ন দিয়াৰ বাবে প্ৰস্তুতি

আধ্যাত্মিক নেতা দালাই লামাক ভাৰত ৰত্ন দিয়াৰ বাবে প্ৰস্তুতি

অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক…

অতিকে হৃদয়বিদাৰক, অন্ধবিশ্বাসৰ কলবত পৰি একে পৰিয়ালৰে ৫ জনক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.