• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাইজক সুৰক্ষা দিওতা নিজেই নিৰাপত্তাহীনতাত, আৰক্ষী বিষয়াক ম’বিল ঢালি দুৰ্ব্যৱহাৰ বাৰৰ স্বত্ত্বাধিকাৰীৰ

ৰাইজক সুৰক্ষা দিওতা নিজেই নিৰাপত্তাহীনতাত, আৰক্ষী বিষয়াক ম’বিল ঢালি দুৰ্ব্যৱহাৰ বাৰৰ স্বত্ত্বাধিকাৰীৰ

2 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

6 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

6 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

6 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

7 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

7 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

8 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

10 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

11 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

12 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

14 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাইজক সুৰক্ষা দিওতা নিজেই নিৰাপত্তাহীনতাত, আৰক্ষী বিষয়াক ম’বিল ঢালি দুৰ্ব্যৱহাৰ বাৰৰ স্বত্ত্বাধিকাৰীৰ

editor by editor
April 21, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰাইজক সুৰক্ষা দিওতা নিজেই নিৰাপত্তাহীনতাত, আৰক্ষী বিষয়াক ম’বিল ঢালি দুৰ্ব্যৱহাৰ বাৰৰ স্বত্ত্বাধিকাৰীৰ
0
SHARES
544
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাইজক সুৰক্ষা দিওতা নিজেই নিৰাপত্তাহীনতাত, আৰক্ষী বিষয়াক ম’বিল ঢালি দুৰ্ব্যৱহাৰ বাৰৰ স্বত্ত্বাধিকাৰীৰ

সাধাৰণ ৰাইজৰ সুৰক্ষাৰ দায়িত্বত থকা খোদ আৰক্ষী বিষয়াই ভুগিছে নিৰাপত্তাহীনতাত। পুৱতি নিশা গুৱাহাটী মহানগৰীত এখন বাৰৰ সমুখত আঠু কাঢ়ি সহায়-ভিক্ষা এগৰাকী আৰক্ষী বিষয়াৰ।

আৰক্ষী বিষয়াগৰাকীৰ ওপৰত নিৰ্বিচাৰে আক্ৰমণ চলাই এদল লোকে। কেৱল মাৰপিট কৰাই নহয় ম’বিল ঢালি জ্বলাই দিয়াৰো চেষ্টা কৰে দলটোৱে। প্ৰাণ ভিক্ষা খুজি কোনোমতে প্ৰাণৰ ৰেহাই পাই আৰক্ষী বিষয়াগৰাকীয়ে।

গুৱাহাটী মহানগৰীৰ বশিষ্টত সংঘটিত হৈছে এই ঘটনা। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি- অবৈধভাৱে পুৱতি নিশালৈকে খুলি ৰখা মদৰ বাৰৰ বিৰুদ্ধে মাত মাতিবলৈ গৈছিল আৰক্ষী বিষয়াগৰাকীয়ে।

পাছে সেই কাৰ্যই যেন ভুল কৰিলে, চৰম অপমানৰ সন্মুখীন হয় আৰক্ষী জোৱানগৰাকী। কেৱল অপমানেই নহয় জীৱন্তে আৰক্ষী জোৱানক জ্বলাই দিবলৈ অপচেষ্টা কৰাৰ অভিযোগো উত্থাপন হৈছে গুৱাহাটীৰ বশিষ্ঠস্থিত দ্য ই’ক নামৰ PUBখনৰ বিৰুদ্ধে।

প্ৰাপ্ত খবৰ অনুসৰি, পুৱতি নিশালৈকে খুলি ৰখা বাৰ খনৰ কৰ্তৃপক্ষই প্ৰদীপ বসুমতাৰী নামৰ বশিষ্ঠ থানাৰ এগৰাকী আৰক্ষী জোৱানক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি ম’বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল। আৰক্ষীগৰাকীয়ে বাৰে বাৰে প্ৰাণৰ ভিক্ষা কৰিছিল যদিও অতি নিৰ্দয়ভাৱে বাৰখনৰ ভেৰনীয়া গুণ্ডাই প্ৰহাৰ কৰিছিল জোৱানগৰাকীক।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, কিছুদিনৰ পূৰ্বেও এই বাৰখনৰ সন্মুখতেই সংঘটিত হৈছিল এখন ডাঙৰ কাজিয়াৰ। সেই কাজিয়াখনত এখন মটৰ চাইকেলো জ্বলাই দিছিল দুৰ্বৃত্তই।

ইফালে শেহতীয়াকৈ আৰক্ষীক প্ৰাণে মৰাৰ অপচেষ্টা চলোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে দুই যুৱতীসহ ৪গৰাকী লোকক ইতিমধ্যে আটক কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamCity policeguwahatiGuwahati Poloice
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
অসম

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

September 26, 2026
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ
সমীক্ষণ (আলোচনী)

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
Next Post
আজি অমৃতসিদ্ধি যোগ, এই ৬ ৰাশিৰ ওপৰত পৰিব মা লক্ষ্মীৰ আশিৰ্বাদ

আজি অমৃতসিদ্ধি যোগ, এই ৬ ৰাশিৰ ওপৰত পৰিব মা লক্ষ্মীৰ আশিৰ্বাদ

শোকাৱহ, বিয়া খাই উভতি গৈ থাকোতেই ভয়ংকৰ দুৰ্ঘটনা , একেলগে নিহত ৯

শোকাৱহ, বিয়া খাই উভতি গৈ থাকোতেই ভয়ংকৰ দুৰ্ঘটনা , একেলগে নিহত ৯

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.