মহানগৰীক বানমুক্ত কৰাক লৈ অশোক সিংঘলৰ অসহায় মন্তব্য৷
বানমুক্ত গুৱাহাটীৰ দায়িত্ব দিয়া হ’ল নেদাৰলেণ্ডৰ কোম্পানীক৷
ছাৰ্ভেৰ কাম আৰম্ভ কৰিছে, প্ৰতিবেদন কি দিয়ে ৰাইজক জনাম৷
কিছুদিন পূৰ্বে জনতা ভৱনত হোৱা বৈঠকৰ পিছত বিষয়া সকলে দাখিল কৰিছে প্ৰতিবেদন৷
সম্পূৰ্ণ প্ৰতিবেদন আহিলেই আমি জনাম কি কৰিব পাৰি৷
পানীৰ বহন ক্ষমতা পূৰ্বে যিমান আছিল, আজিও সিমানেই, বৃদ্ধি কৰিব পৰা নাই বহন ক্ষমতা৷
পানী স্থানান্তৰিত কৰাৰ বাবে বিদেশী কোম্পানীক দিয়া হৈছে দায়িত্ব৷
যি হাৰত মেঘালয়ৰ পৰা পানী সেয়া পূৰ্বে কেতিয়াও হোৱা নাছিল৷
কাৰণ বিশেষজ্ঞ সকলে ক’ব, মই কিবা ক’লে বৈজ্ঞানিক বুলি সমালোচনা কৰিব৷
আমচাঙ, সোনাপুৰ, যোৰাবাট পাহাৰ খননৰ প্ৰসংগত গা এৰা মন্তব্য সিংহলৰ৷
গোটেই ব্যৱস্থা চোৱাৰ বাবে গঠন কৰি দিয়া কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব৷
আপোনালোকৰ কিবা পৰামৰ্শ থাকিলে জনাব, কিবা পৰামৰ্শ থাকিলে DC জনাবলৈ আহ্বান৷
মেঘালয় চৰকাৰৰ সৈতে সোনকালেই আলোচনাত বহিব, এতিয়ালৈ কোনো আলোচনা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ