• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

1 month ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

2 minutes ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

25 minutes ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

55 minutes ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

1 hour ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

2 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

3 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

4 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

4 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

5 hours ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

6 hours ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

6 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

অৱশেষত বিকট চিঞৰৰ ৰহস্য উদঘাটন হ'ল!

editor by editor
September 13, 2026
in অপৰাধ, অসম, গুৱাহাটী, বিবিধ, লেখা
0
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যত প্ৰতিদিনে ইটোৰ পিছত সিটো ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। কেতিয়াবা যদি কৰোবাত হত্যাকাণ্ড আৰু কেতিয়াবা দুৰ্ঘনটনা। মুঠতে ৰাজ্যৰ চৌদিশে হাহাকাৰ পৰিস্থিতি। এইবাৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এগৰাকী যুৱতীক হোটেলৰ কোঠাৰ ভিতৰত প্ৰেমিকে অতি নৃশংসভাৱে হত্যা কৰে। কেচিৰে আক্ৰমণ কৰি প্ৰেমিকাক হত্যা কৰে প্ৰেমিকে।

অতিথি হোটেল, ROOM NO-110 আৰু এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। প্ৰেমিক অভিজিতে অতি নৃশংসতাৰে কেচিৰে খুচি খুচি হত্যা কৰিলে প্ৰেমিকাক। নিশা ২বজাত বান্ধৱীৰ ৰূমৰ পৰা অভিজিতৰ ৰূমলৈ আহিছিল প্ৰেমিকা। প্ৰথমে ৩যুৱতী প্ৰৱেশ কৰিছিল অতিথি হোটেলৰ ROOM NO-111ত। তাৰ কিছু সময় পাছতে অভিজিত কিন্দু নামৰ প্ৰেমিক প্ৰৱেশ কৰিছিল হোটেলখনত। প্ৰেমিকা থকা কাষৰ ৰূমটো110 বুক কৰিছিল প্ৰেমিক অভিজিতে। অভিজিতৰ ৰূমত সোমাই লিপ্ত হৈছিল তীব্ৰ বাক-বিতণ্ডাত। ৰূম নম্বৰ 110ৰ পৰা মাজনিশা ভাহি আহিছিল কিছু বিকট চিঞৰ।

কিন্তু অৱশেষত বিকট চিঞৰৰ ৰহস্য উদঘাটন হয় পুৱাৰ ভাগত। হোটেলৰ ভিতৰতে অতি নৃশংসভাৱে প্ৰেমিকাক হত্যা কৰি পেলাই থলে অভিজিত কিন্দুৱে। আৰক্ষীত তদন্তত প্ৰেমিক অভিজিতে কিদৰে নিজ মুখেৰে স্বীকাৰ কৰে সেই নৃশংস হত্যাকাণ্ডৰ কথা। আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত নিজ মুখেৰেই স্বীকাৰ কৰিছে হত্যা কৰিবলৈকে সোমাইছিল হোটেলখনত। এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোন দিশে গতি কৰিছে আমাৰ সমাজ?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন
ভাৰত

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

October 24, 2026
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ
জীৱনশৈলী

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

October 24, 2026
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ
ভাৰত

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

October 24, 2026
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!
ভাৰত

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

October 24, 2026
Next Post
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ'ব বাবা গণেশ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.