• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

3 months ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

29 minutes ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

47 minutes ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

1 hour ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

2 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

3 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

3 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

4 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

6 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

7 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

দুমাহৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাট দলং।

editor by editor
July 13, 2026
in অসম, গুৱাহাটী, বিবিধ, লেখা
0
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নামনিবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীলৈ আহিব বিচৰাৰ পূৰ্বে এবাৰ ভাবি চাওক, কিয়নো এতিয়া কোনো কামৰ বাবে আহিলে সময়ৰ অপব্যয় হ’ব পাৰে। সেয়ে আজিৰে পৰা ১৫ ছেপ্টেম্বৰ পৰ্যন্ত বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। মেৰামতিৰ বাবে শৰাইঘাট দলঙত প্ৰায় দুমাহ ধৰি যান-বাহন চলাচল আংশিকভাৱে বন্ধ থাকিব। এই সিদ্ধান্তৰ ফলত গুৱাহাটী আৰু উত্তৰ অসমৰ মাজৰ দৈনিক যাতায়াতত  প্ৰভাৱ পৰিব। সেয়েহে মেৰামতিৰ সময়ছোৱাত যানজঁট বৃদ্ধি, যাত্ৰাৰ সময় অধিক হোৱা আৰু মালবাহী বাহনৰ চলাচলতো কিছু অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। দলঙৰ দীৰ্ঘম্যাদী সুৰক্ষা, স্থায়িত্ব আৰু নিৰাপদ যাতায়াত নিশ্চিত কৰাৰ বাবে এই মেৰামতি অতি প্ৰয়োজনীয়।

মহানগৰ জিলা আয়ুক্তই জনোৱা মতে, দলঙৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে এই ৰক্ষণাবেক্ষণৰ কাম হাতত লোৱা হৈছে। কাম চলি থকা সময়ছোৱাত বিকল্প পথ ব্যৱহাৰ, যান-বাহনৰ সময়সূচী পুনৰ নিৰ্ধাৰণ আৰু যানবাহন নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই সময়ছোৱাত নামনিৰ পৰা আহিবলগীয়া গধুৰ বাহন ৰখোৱা হ’ব বাইহাটাচাৰিআলিত। সৰু বাহনসমূহ আহিব পাৰিব শৰাইঘাট নতুন দলঙেৰে। বন্ধৰ সময়চোৱাত প্ৰয়োজনত সৰু বাহনসমূহ আহিব পাৰিব ভাস্কৰ বৰ্মা সেতুৰে। এতিয়া ৰাজপথত সম্পূৰ্ণৰূপে বন্ধ হ’ব পাৰ্কিঙৰ ব্যৱস্থা।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়
নিয়োগ

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক'ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.