১৫ আগষ্টক উদ্দেশ্যি গুৱাহাটী ৰে’লৱে ষ্টেচনত কূটাঘাতৰ আশংকা। এইবাৰ আৰক্ষী-নিৰাপত্তা বাহিনীৰ পৰিৱর্তে ষ্টেচনটোৰ সুৰক্ষাৰ দায়িত্ব ন্যস্ত হৈছে আনৰ ওপৰত। এওঁলোক কোন?