• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Hanuman Chalisa পঢ়িলে এই ৫টা নিয়ম মানি চলক! আপোনাৰ উন্নতি ১০০শতাংশ নিশ্চিত…

Hanuman Chalisa পঢ়িলে এই ৫টা নিয়ম মানি চলক! আপোনাৰ উন্নতি ১০০শতাংশ নিশ্চিত…

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

8 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

9 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

10 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

11 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

12 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

12 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

13 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

13 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

14 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

14 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Hanuman Chalisa পঢ়িলে এই ৫টা নিয়ম মানি চলক! আপোনাৰ উন্নতি ১০০শতাংশ নিশ্চিত…

Hanuman Chalisa পঢ়িলে এই ৫টা নিয়ম মানি চলক! আপোনাৰ উন্নতি ১০০শতাংশ নিশ্চিত…

editor by editor
April 23, 2024
in জীৱনশৈলী, ভাৰত
0
Hanuman Chalisa পঢ়িলে এই ৫টা নিয়ম মানি চলক! আপোনাৰ উন্নতি ১০০শতাংশ নিশ্চিত…
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ Hanuman Chalisa পঢ়াৰো আছে কিছু বিশেষ নীতি-নিয়ম। কিছু বিশেষ নীতি-নিয়ম মানি চলি হনুমান চালিছা জপ কৰিলেহে ইয়াৰ পৰা সঠিক প্ৰতিকাৰ লাভ কৰিব পাৰি। জানো আহক হনুমান চালিছা কেনেকৈ, কি সময়ত জপ কৰিলে অধিক লাভালাভ হয়।

১. মঙল বাৰ আৰু শনিবাৰে  দৈনিক সাতবাৰকৈ Hanuman Chalisa পাঠ কৰিলে ভক্তৰ সকলো কষ্ট দূৰ হয় বুলি কোৱা হয়। Hanuman Chalisa পুৱা নতুবা সন্ধিয়া ৰঙা ৰঙৰ আসনত বহি জপ কৰিব লাগে। এনে কৰিলে হনুমান জী প্ৰসন্ন হৈ ভক্তক আৰ্শীবাদ প্ৰদান কৰে।  নিশাও Hanuman Chalisa জপ কৰিলে ভক্তৰ মংগল হয় বুলি গণ্য কৰা হয়।

২. শাস্ত্ৰত উল্লেখ কৰা অনুসৰি, প্ৰতিদিনে ৰাতিপুৱা শুই উঠি ৭বাৰকৈ হনুমান চালিছা পাঠ কৰিলে এগৰাকী ব্যক্তিক কোনো ভয়ে ভীতিগ্ৰস্থ কৰিব নোৱাৰে। এনে কৰিলে ভয়ৰ পৰা মুক্তি লাভ কৰে বুলি কোৱা হৈছে শাস্ত্ৰত।

৩. জ্যোতিষ শাস্ত্ৰ অনুসৰি, নিয়মিত হনুমান চালিছা ৭বাৰকৈ জপ কৰিলে এখন ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হয় আৰু ধনাত্মক শক্তিয়ে থিতাপি লয়।

৪.  প্ৰচলিত অনুসৰি হনুমান চালিছা পাঠ কৰিলে এখন ঘৰত সুখ-শান্তি আৰু সমৃদ্ধি লাভ হয়। প্ৰতিদিনে ব্যস্ততাৰ মাজতো এবাৰ হলেও হনুমান চালিছা পাঠ কৰিলে এগৰাকী ব্যক্তিয়ে আভ্যন্তৰীণ শান্তি লাভ কৰে বুলিও এক প্ৰবাদ আছে।

৫. প্ৰতিদিনে সাতবাৰকৈ হনুমান চালিছা পাঠ কৰিলে এগৰাকী ব্যক্তিৰ আৰ্থিক স্থিতি যথেষ্ট সবল হয় বুলি ধৰা হয়। ব্যৱসায় কৰা লোকৰসকলে এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। যদিহে কোনো চাকৰিয়ালে এনে কাম কৰে তেন্তে তেওঁলোকে কম সময়ৰ ভিতৰতে সেই দিশত সুখবৰ লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ
ভাৰত

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
Next Post
কাইলৈ ব্যতিপত যোগৰ লাভেই লাভ ৫ৰাশিৰ, গণপতিৰ কৃপা থাকিব এইকেইটা ৰাশিৰ ওপৰত

কাইলৈ ব্যতিপত যোগৰ লাভেই লাভ ৫ৰাশিৰ, গণপতিৰ কৃপা থাকিব এইকেইটা ৰাশিৰ ওপৰত

এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.