• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

2 years ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

2 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

3 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

5 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

5 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

6 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

7 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

7 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

9 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

10 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও

editor by editor
April 23, 2024
in প্ৰযুক্তি
0
এই ৭টা মেছেজ WhatsAppত আহি আছে নেকি? ক্লিক কৰিলেই ভয়ংকৰ প্ৰতাৰণাৰ বলি হ’ব পাৰে আপুনিও
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জনপ্ৰিয় ছিকিউৰিটি কোম্পানী McAfeeয়ে সম্প্ৰতি গ্লৱেল স্কেম মেছেজৰ ওপৰত প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য৷ স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলক সতৰ্ক হ’বলৈ আহ্বান জনাইছে বিশেষ সংস্থাটোৱে৷ WhatsApp বা টেক্সট মেছেজত অহা ৭টা ভয়ংকৰ মেছেজৰ কথা উল্লেখ কৰি সাৱধানবাণী প্ৰদান কৰিছে সংস্থাটোৱে৷ ভুৱা মেছেজৰ পাল্লাত পৰি ইতিমধ্যেই ৮২% মানুহেই ধন হেৰুৱাইছে৷ ৰিপৰ্টত দাবী কৰামতে প্ৰতিদিনেই ভাৰতীয় লোকৰ ইমেইল, টেক্সট, বা ছচিয়েল মিডিয়াত এই ভুৱা মেছেজ আহে৷ এই পৰিস্থিতিত আপুনি কেনেকৈ সতৰ্ক হ’ব? WhatsApp বা অন্যান্য প্লেটফৰ্মত অহা কোনবোৰ মেছেজ আপুনি আওকান কৰি চলিব?

১) আপুনি পুৰস্কাৰ জিকিছে
এই ধৰণৰ ভুৱা মেছেজ WhatsAppত বা ইমেইল নতুবা টেক্সট মেছেজত সৰ্বাধিক পৰিমানে আহে৷ আপুনি পুৰস্কাৰ লাভ কৰিছে এই দাবীৰে যদি কোনো মেছেজ আহিছে বা তাৰ সৈতে কোনো লিংকো দিয়া আছে তেন্তে সেই লিংকত আপুনি ভুলতো ক্লিক নকৰিব৷ এই লিংকত ক্লিক কৰিলেই আপুনি জালত সোমাই পৰিব পাৰে৷

২) ভুৱা চাকৰিৰ অফাৰ

চাকৰি দিয়াৰ টোপ দি WhatsAppত, ইমেইলত, টেক্সট মেছেজত মেছেজ আহে৷ তাতো লিংক দিয়া থাকে৷ তেনে লিংকত ভুলতো ক্লিক নকৰিব৷ এনে মেছেজ আহিলেই এটা কথা মূৰত সোমোৱাই ল’ব যে চাকৰিৰ অফাৰ কোনো কোম্পানীয়ে আপোনাক মেছেজত নিদিয়ে৷ আৰু দিলেও লগত এনে কোনো লিংক নিদিয়ে৷

৩) URL ৰ সহযোগত বেংক এলাৰ্ট মেছেজ
বহু সময়ত বেংকৰ নামেৰে কিছু মেছেজ আহে৷ য’ত এটা লিংক দি ব্যৱহাৰকাৰীক KYC জমা দিবলৈ কোৱা হয়৷ এই ধৰণৰ মেছেজো ভুৱা মেছেজ৷ আপোনাৰ KYC আপডেট কৰিবলৈ হ’লে আপোনাৰ একাউণ্ট খোলা স্থানত গৈ খবৰ লওক নতুবা বেংক মেনেজাৰৰ সৈতে এই বিষয়ে কথা পাতক৷ মেছেজত অহা লিংকত ক্লিক নকৰিব৷

৪) সামগ্ৰী ক্ৰয় নকৰাকৈ ক্ৰয় কৰা বুলি মেছেজ
আপুনি একোৱেই ক্ৰয় কৰা নাই অথচ আপোনালৈ মেছেজ আহিছে যে আপুনি এই সামগ্ৰীবিধ ক্ৰয় কৰিছে৷ এই ধৰণৰ মেছেজো একপ্ৰকাৰে মানুহক কৰা প্ৰতাৰণা৷ এনে মেছেজত ভুল গৈ আপুনি কষ্টোপাৰ্জিত ধন হেৰুৱাই দিব পাৰে৷ এইধৰণৰ মেছেজৰ সৈতে মাল্টিশ্বেয়াৰ লিংক থাকে, য’ত ক্লিক কৰিলে আপোনাৰ ফোন হেক হোৱাৰ সম্ভাৱনাই বেছি থাকে৷

৫) নেটফ্লিক্স বা অন্যান্য OTT প্লেটফৰ্মৰ সামস্ক্ৰিপশ্ব্যন আপডেট
OTTৰ জনপ্ৰিয়তা দেশত বহু পৰিমানে বৃদ্ধি পাইছে৷ এই জনপ্ৰিয়তাৰ সুযোগ লৈয়েই এচাম দুষ্ট চক্ৰই নেটফ্লিক্স বা অটিটি প্লেটফৰ্মৰ ছাবস্ক্ৰিপশ্ব্যনৰ কথা কৈ মেছেজ পঠিয়াই৷ মেছেজত উল্লেখ কৰে যে এই লিংকত ক্লিক কৰিলে আপুনি সস্তাতেই ছাবস্ক্ৰিপশ্ব্যন ল’ব পাৰিব৷ তাতো মাল্টিশ্বেয়াৰ লিংক থাকে, এই লিংকত ক্লিক কৰিলেই আপুনি অসুবিধাৰ সন্মুখীন হ’ব৷

৬) ভুৱা ডেলিভাৰী সংক্ৰান্তীয় সমস্যা

ডেলিভাৰী সংক্ৰান্তীয় বিভিন্ন ভুৱা মেছেজ বহু ব্যক্তিৰ ফোনলৈকে আহি থাকে৷ ডেলিভাৰিৰ সমস্যাৰ কতা তুলি ধৰে বা গ্ৰাহকে তেওঁৰ প্ৰডাক্ট ডেলিভাৰী মিছ কৰিছে, পুনৰ আপুনি সামগ্ৰী বিধ পাবৰ বাবে এই লিংকত গৈ ক্লিক কৰক ইত্যাদি কেইবাটাও মেছেজ কৰে৷ এই ধৰণৰ বেছিভাগ মেছেজেই প্ৰতাৰণামূলক লিংক৷

৭) ছিকিউৰিটি এলাৰ্ট
আপোনাৰ সামাজিকমাধ্যমত থকা বিভিন্ন একাউণ্টসমূহক লৈ এলাৰ্ট বা নটিফিকেশ্ব্যন মেছেজ আহি থাকে নেকি? এই ধৰণৰ মেছেজসমূহো প্ৰতাৰণামূলক মেছেজেই৷ সামাজিক মাধ্যমত আপোনাৰ একাউণ্ট থাকিলেও সেই প্লেটফৰ্মসমূহে আপোনাক জৰুৰী এলাৰ্ট বা আপডেট দি টেক্সট মেছেজ বা হোৱাটছআপত মেছেজ নকৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!
প্ৰযুক্তি

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

October 19, 2026
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?
প্ৰযুক্তি

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

October 18, 2026
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?
প্ৰযুক্তি

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
Next Post
গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

গণপতিৰ প্ৰিয় দিন! হাতলৈ অনাকাংশিত ধন আহিব এই ৫ ৰাশিৰ জাতকৰ

প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা…

প্ৰচাৰ বিমুখ শচীন, বহুতেই নাজানে শচীনৰ এইসমূহ কথা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.