• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোৱঁৰণিত গ্ৰিটিংছ কাৰ্ড! প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ? শুভেচ্ছা বাৰ্তাত প্ৰিয়জনলৈ বুলি এইকেইটা বাৰ্তা দিব পাৰে আপুনিও

সোৱঁৰণিত গ্ৰিটিংছ কাৰ্ড! প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ? শুভেচ্ছা বাৰ্তাত প্ৰিয়জনলৈ বুলি এইকেইটা বাৰ্তা দিব পাৰে আপুনিও

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সোৱঁৰণিত গ্ৰিটিংছ কাৰ্ড! প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ? শুভেচ্ছা বাৰ্তাত প্ৰিয়জনলৈ বুলি এইকেইটা বাৰ্তা দিব পাৰে আপুনিও

editor by editor
December 31, 2023
in অসম, জীৱনশৈলী, বিশ্ব, ভাৰত
0
সোৱঁৰণিত গ্ৰিটিংছ কাৰ্ড! প্ৰিয়জনৰ একলম পাবলৈ আজিও হেঁপাহ জাগে নেকি আপোনাৰ? শুভেচ্ছা বাৰ্তাত প্ৰিয়জনলৈ বুলি এইকেইটা বাৰ্তা দিব পাৰে আপুনিও
0
SHARES
544
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এটা সময় আছিল নতুন বছৰ বুলিলেই শুভেচ্ছা বাৰ্তা ল’বলৈ, দিবলৈ অপেক্ষা কৰিছিল এখন গ্ৰীটিংছ কাৰ্ডলৈ৷ এই অপেক্ষাৰ আঁৰত আছিল ক’ত কাতৰ উশাহ৷ কি লিখিব প্ৰিয়জনে? ডাকোৱালে কঢ়িয়াই অনা কাৰ্ডখন খুলি চোৱাৰ মাদকতা আছিল অনন্য৷ কি চহৰ, কি গাওঁ সকলোৱে গ্ৰীটিংছ কাৰ্ডৰ জৰিয়তেই পঠিয়াইছিল প্ৰিয়জনলৈ শুভেচ্ছা বাৰ্তা৷

বহুতেই আকৌ নিজৰ পছন্দমতে নিজ হাতে তৈয়াৰ কৰিছিল গ্ৰীটিংছ কাৰ্ড৷ নতুন বছৰ অহাৰ লগে লগে দোকানসমূহতো গ্ৰীটিংছ কাৰ্ড কিনিবলৈ ভিৰ কৰিছিল সকলো প্ৰজন্মৰ লোকেই৷ সেয়া আছিল এসময়ৰ কথা৷ এতিয়াৰ প্ৰজন্মৰ বাবে সাধু সাধু লগা কথাবোৰ, ৮০-৯০ ৰ দশকৰ ব্যক্তিৰ বাবে এখিনি হেৰাই নোযোৱা আৱেগ৷

সময় সলনি হৈছে৷ প্ৰযুক্তিৰ হাতত ধৰি আগবাঢ়িছে প্ৰজন্ম৷ সলনি হৈছে ভাৱ বিনিময়ৰ মাধ্যম৷ এতিয়া নতুন বছৰ বুলিলেই শুভেচ্ছা বাৰ্তা পাবলৈ, ডাকোৱালৰ জোলোঙাত কাৰ্ড এখন অহালৈ সেই অপেক্ষাৰ সময়খিনি আজিৰ প্ৰজন্মই মুঠেও নাজানে৷ বাৰ্তা আঙুলিৰ মূৰতেই চেকেণ্ডত কাষ পায় প্ৰিয়জনৰ৷ বিশ্বৰ এটা মূৰৰ পৰা আনটো মূৰলৈ বাৰ্তা যাবলৈ মাত্ৰ টাইপ কৰাৰ বিশেষ সময়খিনিয়েই৷ সামাজিক মাধ্যম ইউজাৰকাৰীৰ সংখ্যাও অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে৷

মানুহৰ জীৱনযাত্ৰাৰ ধৰণতো আহিছে ব্যাপক পৰিবৰ্তন৷ পুৰাতন সময় সোঁৱৰণিতেই ভাললাগে বুলিয়েই বহুতে দাবী কৰে যদিও বৰ্তমানো কিন্তু গুৱাহাটী মহানগৰৰ একাংশ দোকানত নতুন বছৰ বুলিয়েই আঁৰি থোৱা হৈছে একাংশ গ্ৰীটিংছ কাৰ্ড৷ সেয়া প্ৰিয়জনৰ হাতত তুলি দিয়ে নে নিদিয়ে সেই সিদ্ধান্ত কিন্তু কেৱল আপোনাৰ…৷ তথাপিও ডিজিটেল যুগ হ’ল বুলিয়েই আপুনি শুভেচ্ছা নজনাব নেকি? গ্ৰীটিংছ কাৰ্ড নিদিলেও আপুনি ফোনযোগেই দিব পাৰে শুভেচ্ছা বাৰ্তা। শুভেচ্ছা বাৰ্তাত কি লিখিব জানি থওক কেইটামান কিটিপ।

হেপ্পী নিউ ইয়েৰৰ শুভেচ্ছাবাৰ্তা

পূৰ্ণতাৰ হওক নতুন বছৰটো। প্ৰতিটো দিনেই আনক সুখৰ খবৰ, কেৱল আপুনিয়েই নহয়, আপোনাৰ পৰিয়ালৰ সকলোৱেই ভালে থাকক। নতুন বছৰৰ শুভেচ্ছা।

পৰিয়াল আৰু প্ৰিয়জনক সামৰি শান্তিৰে পাৰ হওক ২০২৪ৰ প্ৰতিটো দিন। নতুন বছৰে আনক নতুন খবৰ। ভাল হওক আপোনাৰ প্ৰতিটো দিন। শুভেচ্ছা।

নৱবৰ্ষতেই আপোনাৰ জীৱনলৈ আহক সুখ, শান্তি আৰু সমৃদ্ধি। ২০২৩ৰ সকলো অপ্ৰাপ্তি পাহৰি আৰম্ভ কৰক নতুন দিনৰ। হেপ্পী নিউ ইয়েৰ ২০২৪।

২০২৪ চনত আপোনাৰ সমস্ত সপোনে পূৰ্ণতা লাভ কৰক। আনন্দৰে ভৰি পৰক নতুন বছৰ। হেপ্পী নিউ ইয়েৰ ২০২৪।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
কঠোৰ সিদ্ধান্ত জি পি সিঙৰ! এইবাৰ অসম আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষ

কঠোৰ সিদ্ধান্ত জি পি সিঙৰ! এইবাৰ অসম আৰক্ষীৰ কোনো গোটেই পালন কৰিব নোৱাৰিব নৱবৰ্ষ

বছৰৰ প্রথম দিনাই চমক ইছৰোৰ! কৃষ্ণগহ্বৰ বিচাৰি মহাকাশলৈ Xposat Satellite

বছৰৰ প্রথম দিনাই চমক ইছৰোৰ! কৃষ্ণগহ্বৰ বিচাৰি মহাকাশলৈ Xposat Satellite

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.