• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ হোটেলত হাৰ্ডিকৰ সৈতে দেখা গ’ল মিস্ত্ৰী গাৰ্ল, এতিয়া সকলোফালে চৰ্চা

দিল্লীৰ হোটেলত হাৰ্ডিকৰ সৈতে দেখা গ’ল মিস্ত্ৰী গাৰ্ল, এতিয়া সকলোফালে চৰ্চা

2 years ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

11 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

2 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

2 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

4 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

13 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

14 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

14 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

15 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

15 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

15 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

দিল্লীৰ হোটেলত হাৰ্ডিকৰ সৈতে দেখা গ’ল মিস্ত্ৰী গাৰ্ল, এতিয়া সকলোফালে চৰ্চা

editor by editor
October 11, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
দিল্লীৰ হোটেলত হাৰ্ডিকৰ সৈতে দেখা গ’ল মিস্ত্ৰী গাৰ্ল, এতিয়া সকলোফালে চৰ্চা
0
SHARES
289
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ হোটেলত হাৰ্ডিকৰ সৈতে দেখা গ’ল মিস্ত্ৰী গাৰ্ল, এতিয়া সকলোফালে চৰ্চা

বিবাহ বিচ্ছেদৰ পাছৰে পৰা এফালে হাৰ্ডিকৰ সৈতে কোনো ছোৱালী আৰু আনফালে নতাশাক কোনো ল’ৰাৰ সৈতে দেখিলেই চৰ্চাৰ বিষয় হৈ পৰে। কোনো এজনে নতুনকৈ সম্পৰ্কত সোমাইছে নেকি তাকেই লৈ চৰ্চা চলে অনুৰাগীৰ মাজত।

এইবাৰ হাৰ্ডিক পাণ্ডিয়াক দেখা গৈছে এগৰাকী অতিকে সুন্দৰী যুৱতীৰ সৈতে। তাকো হোটেলৰ কোঠাত। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই মিস্ত্ৰী গাৰ্লৰ সৈতে হাৰ্ডিকৰ ফটো। সকলোফালে এতিয়া এটাই প্ৰশ্ন- কোন এই মিস্ত্ৰী গাৰ্ল।

এই সুন্দৰী যুৱতীগৰাকী হৈছে ভাৰতীয় ক্ৰিকেট দলৰে নৱতম সদস্য অভিশেষ শৰ্মাৰ ভগ্নী। নাম কোমল শৰ্মা। সামাজিক মাধ্যমত বহু এক্টিভ কোমল দেখাত অতিকে সুন্দৰ, কোনো বলীউডৰ অভিনেত্ৰীতকৈ কম নহয় সৌন্দৰ্যতা।

কোমল শৰ্মাই নিজেই হাৰ্ডিকৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিছে। প্ৰায় প্ৰতিদিনে ভাতৃ অবিশেষ শৰ্মাৰ সৈতেও উঠা ফঠো শ্বেয়াৰ কৰি থাকে কোমলে। পাছে হাৰ্ডিকৰ সৈতে ফটো শ্বেয়াৰ কৰাৰ পাছতে অধিক চৰ্চিত হৈ পৰিছে কোমল।

কোমলে ইনষ্টাগ্ৰামত হাৰ্ডিকৰ সৈতে ফটো শ্বেয়াৰ কৰি লিখিছে, মই মোৰ অল টাইম ফেভাৰিত ব্যক্তিৰ সৈতে আছো। অশেষত এনে এজন ব্যক্তি পালো যাৰ এনাৰ্জি মোৰ সৈতে খাপ খাই। দিল্লীৰ হোটেলৰ কোঠাৰ পৰা উঠা ফটো কৰিছে কোমলে।

উল্লেখ্য যে, বাংলাদেশৰ বিৰুদ্ধে হৈ থকা খেলত অংশগ্ৰহণৰ বাবেই দিল্লীত উপস্থিত হৈছিল হাৰ্ডিক। তেতিয়াই হোটেলত হাৰ্ডিকৰ সৈতে ফঠো উঠে কোমল শৰ্মাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketHardick PadiyaIndian Cricketersocial mediaviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

October 5, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

October 5, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

October 5, 2026
Next Post
এফালে দেশৰ হৈ বিশ্বকাপ খেলি থকাৰ সময়তে আনফালে ঘৰত ডাঙৰ ঘটনা, সকলো এৰি ঘৰলৈ উভতিল খেলুৱৈ

এফালে দেশৰ হৈ বিশ্বকাপ খেলি থকাৰ সময়তে আনফালে ঘৰত ডাঙৰ ঘটনা, সকলো এৰি ঘৰলৈ উভতিল খেলুৱৈ

সঁচাকৈয়ে অখিলেশ যাদব গ্ৰেপ্তাৰ হ’ব নেকি ! আকোঁৰগোজ সমাজবাদী পাৰ্টীৰ অধক্ষ্যগৰাকী

সঁচাকৈয়ে অখিলেশ যাদব গ্ৰেপ্তাৰ হ'ব নেকি ! আকোঁৰগোজ সমাজবাদী পাৰ্টীৰ অধক্ষ্যগৰাকী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.