• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানি থলে সুবিধা আপোনাৰেই! নৱেম্বৰ মাহত কোন দুদিন HDFC বেংৰ UPI পৰিসেৱা বন্ধ থাকিব?

জানি থলে সুবিধা আপোনাৰেই! নৱেম্বৰ মাহত কোন দুদিন HDFC বেংৰ UPI পৰিসেৱা বন্ধ থাকিব?

2 years ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

15 minutes ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

25 minutes ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

54 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

1 hour ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

3 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

4 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

7 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰেই! নৱেম্বৰ মাহত কোন দুদিন HDFC বেংৰ UPI পৰিসেৱা বন্ধ থাকিব?

জানি থলে সুবিধা আপোনাৰেই! নৱেম্বৰ মাহত কোন দুদিন HDFC বেংৰ UPI পৰিসেৱা বন্ধ থাকিব?

editor by editor
November 4, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
জানি থলে সুবিধা আপোনাৰেই! নৱেম্বৰ মাহত কোন দুদিন HDFC বেংৰ UPI পৰিসেৱা বন্ধ থাকিব?
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুদিন বন্ধ থাকিব UPI পৰিসেৱা৷ গ্ৰাহকক আগতীয়াকৈয়ে এই তথ্য জনাইছে HDFC বেংকে৷ দেশৰ বৃহত্তম বেচৰকাৰী বেংক HDFCয়ে জনোৱা অনুসৰি নৱেম্বৰ মাহত মুঠ দুদিন UPI পৰিসেৱাই কাম নকৰিব৷ চিষ্টেম কামৰ বাবে আগন্তুক ৫ নৱেম্বৰ আৰু ২৩ নৱেম্বৰত বন্ধ থাকিব UPI পৰিসেৱা৷ HDFC বেংকৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি আগন্তুক ৫ নৱেম্বৰৰ দুপৰীয়া ১২বজাৰ পৰা দুপৰীয়া ২ বজালৈ আৰু ২৩ নৱেম্বৰৰ দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ বন্ধ থাকিব UPI পৰিসেৱা৷

HDFC ৰূপে ক্ৰেডিট কাৰ্ড, কাৰেণ্ট একাউণ্ট আৰু ছেভিংছ একাউণ্টত ফাইনেন্সিয়েল আৰু নন ফাইনেন্সিয়েল ইউপিআই লেনদেন বন্ধ থাকিব এই সময়ত৷ HDFC মোবাইল বেংকিং এপ, জি পে, হোৱাটছ এপ পে, পেটিএম, মোবিকুইক ইত্যাদি ক্ষেত্ৰতো একেধৰণেই বন্ধ থাকিব সমূহ লেনদেন৷

বৰ্তমান সময়ত ইউপিআইৰ ব্যাপক চাহিদা৷ খাদ্যৰ বিলৰ পৰা বিদ্যুৎ বিল, শ্বপিং সকলো ক্ষেত্ৰতেই লেনদেনৰ বাবে ইউপিআইৰ ব্যৱহাৰ বাঢ়িছে৷ দিনৰ ২৪ ঘন্টাই এই পদ্ধতিৰে লেনদেন কৰে প্ৰায়সংখ্যকেই৷ বেংকৰ শাখা যিদিনা বন্ধ থাকে সেইদিনাও বন্ধ থাকে ইউপিআই পৰিসেৱা৷ ফলত বেছ সুবিধা পায় ব্যৱহাৰকাৰীয়ে৷ কেতিয়াবা কেতিয়াবা জৰুৰী কিছু চিষ্টেম আপডেটৰ বাবে এই ইউপিআই পৰিসেৱা বন্ধ ৰাখে বেংকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
প্ৰযুক্তি

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

October 7, 2026
Next Post
নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

PNBত ৪০০ দিনৰ FDত ১০ লাখ টকা বিনিয়োগ কৰিলে কিমান ৰিটাৰ্ণ পাব?

PNBত ৪০০ দিনৰ FDত ১০ লাখ টকা বিনিয়োগ কৰিলে কিমান ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.