হঠাৎ অসুস্থ অভিনেতা দ্বীপজ্য়োতি কেওট
এখন ধাৰাবাহিকৰ শ্বুটিং চলি থকাৰ সময়তে অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী
৩.৩০ মিনিটত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দ্বীপজ্যোতিক
হেলথ চিটিত ভৰ্তি কৰোৱাৰ পাছতেই ততাতৈয়াকৈ অস্ত্ৰোপছাৰ কৰা হয় দ্বীপজ্য়োতিৰ
ক্ষন্তেক সময় পূৰ্বে এঞ্জিঅ’ প্লাষ্টি অস্ত্ৰোপচাৰ সম্পন্ন
কিন্তু এতিয়াও বিপদমুক্ত নহয় অভিনেতাগৰাকী
এঞ্জিঅ’ প্লাষ্টি অস্ত্ৰোপচাৰৰ পাছত ৪৮ ঘণ্টা ৰিস্ক ফেক্টৰত থাকে
বৰ্তমান ICUত চিকিৎসাধীন মোহনখ্যাত দ্বীপজ্যোতি কেওট
হৃদৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেতাগৰাকী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ