• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখখন ধুনীয়া কৰি ৰখাৰ কেইটামান কৌশল…

মুখখন ধুনীয়া কৰি ৰখাৰ কেইটামান কৌশল…

4 years ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

5 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

5 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

6 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

7 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

8 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

8 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

10 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

10 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

11 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

12 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

মুখখন ধুনীয়া কৰি ৰখাৰ কেইটামান কৌশল…

editor by editor
January 17, 2022
in গুৱাহাটী, জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
মুখখন ধুনীয়া কৰি ৰখাৰ কেইটামান কৌশল…
0
SHARES
852
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ মেদবহুলতা৷ সাম্প্ৰতিক সময়ৰ এক ডাঙৰ সমস্যা৷ বিশেষকৈ মহিলাৰ বাবে এই সমস্যা অন্যতম চিন্তিত বিষয়৷ এনে ক্ষেত্ৰত নিজে ওজন হ্ৰাস কৰাটো মেদবহুল ব্যক্তিৰ বাবে এক প্ৰত্যাহ্বান৷ তাতো আকৌ যদি শৰীৰৰ কোনো নিৰ্দিষ্ট অংগৰ চৰ্বি হ্ৰাস কৰিবলগীয়া হয় সেয়া এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰে লোকজনৰ বাবে৷

কিন্তু সৌভাগ্যক্ৰমে এনে বহু কৌশল আছে যিসমূহে ফেট বাৰ্ণিঙৰ জৰিয়তে মুখৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে৷

৮টা এনে কাৰ্যকৰী পদ্ধতি, যাৰ জৰিয়তে আপোনাৰ মুখখন শ্লিম হোৱাত সহায় কৰিব—

ফে’চিয়েল ব্যায়ামঃ ফে’চিয়েল ব্যায়ামে চেহেৰা উন্নত কৰা, বয়সৰ চাপ নাইকিয়া কৰা আৰু মুখৰ মাংসপেশী শক্তিশালী কৰাত সহায় কৰে৷ গৱেষণা অনুসৰি, ফে’চিয়েল ব্যায়ামে মুখৰ মাংসপেশী দৃঢ় কৰি মুখখন শ্লিম হোৱাত সহায় কৰে৷ দৈনিক ফে’চ যোগাসন কৰাটো অতি আৱশ্যক৷

দৈনিক অভ্যাসত কাৰ্ডিঅ’ যোগঃ কাৰ্ডিঅ’ বা এৰ’বিক ব্যায়ামে চৰ্বি হ্ৰাস কৰাত সহায় কৰে৷ বিভিন্ন গৱেষণাত প্ৰমাণিত যে কাৰ্ডিঅ’ ব্যায়ামে দ্ৰুত ফেট বাৰ্ণিঙত সহায় কৰে৷ দৌৰা, নৃত্য, খোজকঢ়া, বাইকিং আৰু সাঁতোৰ আদি বিভিন্ন কাৰ্ডিঅ’ ব্যায়ামৰ জৰিয়তে আপোনাৰ মুখখনৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিব পাৰে৷

অত্যধিক পানী পানঃ পানী পান কৰা সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ বিশেষকৈ চৰ্বি হ্ৰাসৰ বাবে অত্যধিক পানী পান কৰিব লাগে৷ গৱেষণাৰ এক তথ্য অনুসৰি, খাদ্য গ্ৰহণৰ পূৰ্বে পানী খালে খাদ্যৰ কেলৰিৰ মাত্ৰা হ্ৰাস কৰে আৰু অস্থায়ীভাৱে মেটাবলিজম বৃদ্ধি কৰে৷ যিয়ে মুখৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে৷

সীমিত পৰিমানে মদ্যপান কৰাঃ অত্যধিক মদ্যপানে শৰীৰত চৰ্বি বৃদ্ধি কৰে৷ সেয়েহে ওজন হ্ৰাসৰ বাবে সীমিত পৰিমানৰ  সুৰা পান কৰাটোত গুৰুত্ব দিব লাগে৷

পৰিশোধিত কাৰ্বহাইড্ৰেট কমকৈ গ্ৰহণ কৰাঃ পৰিশোধিত কাৰ্বহাইড্ৰেটে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷ অতিৰিক্ত খোৱা আৰু চৰ্বি জমা হোৱাত সহায় কৰে৷ এনে খাদ্যৰ পৰিৱৰ্তে খাদ্যৰ বীজ গ্ৰহণ কৰিলে মুখৰ চৰ্বি হ্ৰাস হয়৷

নিয়মিত ভালকৈ টোপনি যোৱাঃ নিয়মিত পৰিমানৰ নিদ্ৰা সু-স্বাস্থ্যৰ বাবে অতি জৰুৰী৷ ওজন হ্ৰাসৰ ক্ষেত্ৰতো টোপনিৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ গতিকে ফে’চিয়েল চৰ্বি হ্ৰাসৰ বাবে নিয়মিত প্ৰয়োজনীয় টোপনি যাব লাগে৷

ছ’ডিয়ামৰ সেৱন কম কৰাঃ কম পৰিমাণে ছ’ডিয়াম গ্ৰহণ কৰিব লাগে৷ ছ’ডিয়ামৰ অত্যাধিৰ সেৱন শৰীৰ ফুলি উঠা ৰোগৰ বাবে মাৰাত্মক৷ কম পৰিমাণৰ ছ’ডিয়াম সেৱনে মুখৰ চৰ্বি বৃদ্ধি হোৱাত বাধা দিয়ে৷

বেছি পৰিমাণে ফাইবাৰ গ্ৰহণ কৰাঃ মুখৰ চৰ্বি হ্ৰাসৰ বাবে এটা অতি জনপ্ৰিয় উপায় হৈছে খাদ্যত ফাইবাৰৰ পৰিমাণ বৃদ্ধি কৰা৷ ৬২ টা বিভিন্ন অধ্যয়নৰ তথ্য অনুসৰি অত্যধিক ফাইবাৰ গ্ৰহনে ওজন হ্ৰাসৰ লগতে মুখৰ চৰ্বিও হ্ৰাস কৰে৷

এনেধৰণৰ খাদ্য আৰু অভ্যাসৰ জৰিয়তে আপুনিও সুন্দৰ আৰু আকৰ্ষণীয় কৰি ৰাখিব পাৰে নিজকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam live 24axom live 24effective ways to loose fatface yogahealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
বান্দৰৰ আদ্যশ্ৰাদ্ধ খাবলৈ গৈ কাৰাগাৰ শুৱনি কৰিলে অতিথিয়ে…

বান্দৰৰ আদ্যশ্ৰাদ্ধ খাবলৈ গৈ কাৰাগাৰ শুৱনি কৰিলে অতিথিয়ে...

লক্ষ্য যেতিয়া স্থিৰ অভাৱ তেতিয়া… ঠেলাত চাহ বিক্ৰী কৰি ফুৰা হিমাংশু এতিয়া IAS বিষয়া

লক্ষ্য যেতিয়া স্থিৰ অভাৱ তেতিয়া… ঠেলাত চাহ বিক্ৰী কৰি ফুৰা হিমাংশু এতিয়া IAS বিষয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.