• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান্দৰৰ আদ্যশ্ৰাদ্ধ খাবলৈ গৈ কাৰাগাৰ শুৱনি কৰিলে অতিথিয়ে…

বান্দৰৰ আদ্যশ্ৰাদ্ধ খাবলৈ গৈ কাৰাগাৰ শুৱনি কৰিলে অতিথিয়ে…

4 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

12 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

13 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

13 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

13 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

15 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

15 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

16 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

16 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

18 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

18 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

19 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বান্দৰৰ আদ্যশ্ৰাদ্ধ খাবলৈ গৈ কাৰাগাৰ শুৱনি কৰিলে অতিথিয়ে…

editor by editor
January 17, 2022
in ক'ভিড-১৯, গুৱাহাটী, বিনোদন, বিবিধ, ভাৰত
0
বান্দৰৰ আদ্যশ্ৰাদ্ধ খাবলৈ গৈ কাৰাগাৰ শুৱনি কৰিলে অতিথিয়ে…
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আদ্যশ্ৰাদ্ধস্থলীত অথন্তৰ৷ আদ্যশ্ৰাদ্ধস্থলীৰ পৰাই আটক পুৰোহিতৰ লগতে আয়োজক৷ কোভিড প্ৰট’কল ভংগ কৰি ৰাজকীয়ভাৱে আয়োজিত বান্দৰৰ আদ্যশ্ৰাদ্ধত এই অথন্তৰ৷ আয়োজন কৰা হৈছিল বৃহৎ ভোজ-ভাতৰ৷ আদ্যশ্ৰাদ্ধত অংশগ্ৰহণ কৰে ১৫ শতাধিক লোকে৷ কিন্তু আদ্যশ্ৰাদ্ধ চলি থকাৰ মাজতে ঘটিল অথন্তৰ৷  কোভিড বিধি সন্দৰ্ভত প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি কৰি আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ বাবে দুগৰাকী লোকৰ আটক কৰে আৰক্ষীয়ে৷ মধ্যপ্ৰদেশত সংঘটিত হৈছে এই ঘটনা৷ মধ্যপ্ৰদেশৰ ৰাজগড়ত এটি বান্দৰৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰি বিপদত কৰিছে এইসকল লোক৷ ২৯ ডিচেম্বৰত মধ্যপ্ৰদেশৰ ডালোপুৰা অঞ্চলত মৃত্যু হৈছিল এটি বান্দৰৰ৷ বান্দৰটোৰ মৃত্যুত শোকস্তব্ধ অঞ্চলবাসীয়ে সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে আয়োজন কৰে মৃতকৰ সৎকাৰৰ কাৰ্যসূচী৷ দেশৰ বিভিন্ন প্ৰান্তত বান্দৰক হনুমান ভক্তৰ ৰূপত ভগৱান জ্ঞান কৰে৷ আৰু সেইবাবেই অঞ্চলটোৰ এজন যুৱকে মুণ্ডনো কৰে বান্দৰটোৰ মৃত্যুত৷ কিন্তু কোভিড প্ৰট’কল ভংগ কৰি এনেদৰে বৃহৎ আয়োজনেৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰে এনে ব্যৱস্থা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest assamese news portal in assambest assamese news portal of assamBest News Portal in Assamcovid 19 indiacovid 3rd wavemadhya pradeshmonkey's funeral feast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
লক্ষ্য যেতিয়া স্থিৰ অভাৱ তেতিয়া… ঠেলাত চাহ বিক্ৰী কৰি ফুৰা হিমাংশু এতিয়া IAS বিষয়া

লক্ষ্য যেতিয়া স্থিৰ অভাৱ তেতিয়া… ঠেলাত চাহ বিক্ৰী কৰি ফুৰা হিমাংশু এতিয়া IAS বিষয়া

abu dhabi airport attact

আবু ধাবিত ‘হাউথি’ বিদ্ৰোহীৰ ভয়ংকৰ আক্ৰমণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.