• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নকৰিব এই ভুল, এদিনতেই ভাঙি যাব পাৰে আপোনাৰ সংসাৰো

নকৰিব এই ভুল, এদিনতেই ভাঙি যাব পাৰে আপোনাৰ সংসাৰো

2 years ago
ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

6 minutes ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

37 minutes ago
NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

NEET re examৰ কেনেকৈ কৰিব প্ৰস্তুতি? সলনি হ’ব নেকি পাঠ্যক্ৰম জানক

1 hour ago
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

2 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

3 hours ago
নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

নতুন সংগী বিচাৰিছে নেকি মৌনি ৰয়ে? বিবাহ বিচ্ছেদৰ পিছত পোহৰলৈ আহিছে ডাঙৰ সত্য!

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

4 hours ago
মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

মূল্যবৃদ্ধিয়ে কৰিছে নিদ্ৰা হৰণ, পেট্ৰ’ল-ডিজেলৰ পিছত বৃদ্ধি CNG ৰ মূল্য!

4 hours ago
মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

মাত্ৰ ৫ বছৰতেই পাব ৩৫ লাখ টকা, পোষ্ট অফিচৰ এই স্কিমত বিনিয়োগ কৰিলে সুবিধা আপোনাৰেই

5 hours ago
এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

এই শাৰীৰিক সমস্যাই আপোনাক মানসিকভাৱেও ভাঙি পেলাইছে? শুক্ৰাণু সবল নে দুৰ্বল কেনেকৈ বুজিব আপুনি?

7 hours ago
শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

শৰীৰৰ এই ৬স্থানত তিল থকাটো ৰাজযোগৰ লক্ষণ, অৰ্থ, খ্যাতি, প্ৰতিপত্তিৰে শীৰ্ষত উপনীত হয় এইসকল জাতক

7 hours ago
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নকৰিব এই ভুল, এদিনতেই ভাঙি যাব পাৰে আপোনাৰ সংসাৰো

নকৰিব এই ভুল, এদিনতেই ভাঙি যাব পাৰে আপোনাৰ সংসাৰো

editor by editor
August 21, 2024
in জীৱনশৈলী
0
নকৰিব এই ভুল, এদিনতেই ভাঙি যাব পাৰে আপোনাৰ সংসাৰো
0
SHARES
778
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ এক সামাজিক বান্ধোন। সামাজিকভাৱে বিবাহৰ যোগেদিহে এজন পুৰুষ আৰু এগৰাকী নাৰীৰ মাজত সম্পৰ্ক স্থাপন হয়। প্ৰত্যেকেই নিজৰ বিয়াখনক লৈ সপোন দেখে৷ বিয়াৰ পিছত কেৱল স্বামী-স্ত্ৰীৰ সম্পৰ্কই নহয়, দুখন ঘৰৰ মাজত, দুটা পৰিয়ালৰ মাজত গঢ়ি উঠে এই সম্পৰ্ক৷

বিশ্বত প্ৰেম বিবাহৰ পয়োভৰ বাঢ়িছে৷ সীমিত সংখ্যক লোকৰহে ঘৰৰ পছন্দত বিবাহ হোৱা দেখিবলৈ পোৱা যায়। যদিহে আপুনিও ঘৰৰ পছন্দত বিয়া কৰাম ভাৱিছে তেন্তে এইকেইটা কথা মূৰত ৰাখিবই৷

যদিহে প্ৰেম বিবাহ নহয়, বা স্বামী-স্ত্ৰী দুয়ো দুয়োৰে বাবে অচিনাকী হয়, তেন্তে বিয়াৰ পিছতে কিছুমান কাম নকৰিব৷ অন্যথা আপোনাৰ সম্পৰ্কৰ মাজত মেলিব পাৰে ফাটঁ৷ যিহেতু বিয়াৰ সময়ত স্বামী স্ত্ৰী দুয়ো দুয়োৰে বাবে অচিনাকী, তেনেস্থলত দুয়ো দুয়োকে বুজিবলৈ সময় লাগে৷ দুয়োৱে দুয়োৰে বিষয়ে এই সময়চোৱাত জনাটো প্ৰয়োজনীয় যদিও প্ৰথম দিনাই আপোনাৰ অতীতৰ কথা পাতিব নালাগে এনে কৰিলে আপোনাৰ সংগীজনে বিৰক্তি পাব পাৰে৷

আপোনাৰ সংগীৰ সন্মুখত আপোনাৰ অতীতৰ সংগীৰ কথা নকব বা প্ৰশংসা নকৰিব৷ তেনেস্থলত বিয়াৰ প্ৰথম নিশাই হ’ব পাৰে কাজিয়া৷ বিয়াৰ পিছত দুয়োৱে দুয়োকে সন্মান কৰিব লাগে৷ স্বামী-স্ত্ৰীৰ মাজত পাৰস্পৰিক বুজাপৰা থাকিব লাগে৷ বিয়াৰ পাছত অতীতক পাহৰাই শ্ৰেয়৷ কাৰণ অতীতৰ বাবে বহু সম্পৰ্ক ধ্বংস হোৱা দেখা যায়৷ বিয়াৰ পিছত দুয়ো দুয়োকে গুৰুত্ব দিব লাগে৷ ইজনে আনজনৰ য’ত্ন লব লাগে৷ স্বামী-স্ত্ৰী দুয়োৱে দুয়োৰে পৰিয়ালক লৈ এনে একো কথা ক’ব নালাগে, যাৰ বাবে আপোনাৰ আৰু সংগীৰ মাজত কাজিয়া হ’ব পাৰে, আৰু সম্পৰ্কত দূৰত্ব আহি পৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা
জীৱনশৈলী

ব্লু মুন কি? ৩১ মে’ৰ পূৰ্ণিমাৰ নিশা আকাশত দেখিব আচৰিত ঘটনা

May 15, 2026
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

May 15, 2026
হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

হোটেলত কিয় বগা আৰু কোমল টাৱেল দিয়ে? ৯৯ % লোকে নাজানে সঠিক উত্তৰ!

May 15, 2026
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!
জীৱনশৈলী

প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

May 15, 2026
Next Post
আমি নোৱাৰিলো…! মহানগৰীক বানমুক্ত কৰাৰ দায়িত্ব ল’লে নেদাৰলেণ্ডৰ কোম্পানীয়ে

আমি নোৱাৰিলো...! মহানগৰীক বানমুক্ত কৰাৰ দায়িত্ব ল’লে নেদাৰলেণ্ডৰ কোম্পানীয়ে

কলকাতা-মহাৰাষ্ট্ৰৰ পাছত পুনৰ একেই ঘটনা, ৰক্ষাবন্ধনৰ দিনাই ৮ জনৰ নিকৃষ্টি মানসিকতাৰ বলি যুৱতী

কলকাতা-মহাৰাষ্ট্ৰৰ পাছত পুনৰ একেই ঘটনা, ৰক্ষাবন্ধনৰ দিনাই ৮ জনৰ নিকৃষ্টি মানসিকতাৰ বলি যুৱতী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.