• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২৫ বছৰীয়া অভিলেখ ভংগ কৰি ভাৰতত সময়ৰ পূৰ্বেই গৰমৰ ঢৌ, বহু ৰাজ্যত পাৰা ৪৩ ডিগ্ৰী অতিক্ৰম

11 months ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

35 minutes ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 hours ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

22 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

23 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

1 day ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

১২৫ বছৰীয়া অভিলেখ ভংগ কৰি ভাৰতত সময়ৰ পূৰ্বেই গৰমৰ ঢৌ, বহু ৰাজ্যত পাৰা ৪৩ ডিগ্ৰী অতিক্ৰম

editor by editor
March 21, 2025
in বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
১২৫ বছৰীয়া অভিলেখ ভংগ কৰি ভাৰতত সময়ৰ পূৰ্বেই গৰমৰ ঢৌ, বহু ৰাজ্যত পাৰা ৪৩ ডিগ্ৰী অতিক্ৰম
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১২৫ বছৰীয়া অভিলেখ ভংগ কৰি ভাৰতত সময়ৰ পূৰ্বেই গৰমৰ ঢৌ, বহু ৰাজ্যত পাৰা ৪৩ ডিগ্ৰী অতিক্ৰম

১২৫ বছৰীয়া ৰেকৰ্ড ভংগ ভাৰতত। এইবাৰ দেশত পৰিব প্ৰচণ্ড গৰম। ইতিমধ্যে কেইবাখনো ৰাজ্যত গৰমৰ ঢৌৱে টোকৰ মাৰিছে। সময়তকৈ পূৰ্বে অহা এই গৰমৰ ঢৌৱে এইবাৰ ভংগ কৰিলে ১২৫ বছৰীয়া ৰেকৰ্ড। ফেব্ৰুবাৰী মাহতেই ৪০ ডিগ্ৰীৰ ওপৰ উঠে তাপমাত্ৰা। যাৰ ফলত জুন-জুলাই-আগষ্ট মাহত অধিক গৰমৰ শংকাই দেখা দিছে।

২০২৫ চনৰ ১৫ মাৰ্চত ওড়িশা আৰু ঝাৰখণ্ডত প্ৰথমটো গৰম নিশা হোৱাৰ বিপৰীতে যোৱা বছৰ ২০২৪ চনত ২৭ মাৰ্চত গুজৰাট আৰু মহাৰাষ্ট্ৰত এই পৰিস্থিতি দেখা গৈছিল। দেশৰ উষ্ণতা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে, যাৰ বাবে এইবাৰ ফেব্ৰুৱাৰী মাহৰ পৰাই গৰমৰ ঢৌৰ প্ৰভাৱ দেখা দিবলৈ আৰম্ভ কৰিছে ভাৰতৰ কিছু ৰাজ্যত।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সংজ্ঞা অনুসৰি প্ৰথমবাৰৰ বাবে শীতকালীন ফেব্ৰুৱাৰী মাহত গৰমৰ ঢৌৰ সৃষ্টি হয়। ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰীত এই বছৰৰ প্ৰথমটো গৰমৰ ঢৌ গোৱা আৰু মহাৰাষ্ট্ৰত ৰেকৰ্ড হয়।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা ১২৫ বছৰত ফেব্ৰুৱাৰী মাহত এনে গৰম কেতিয়াও অনুভৱ হোৱা নাছিল। শেহতীয়া বছৰবোৰত কেৱল তাপৰ তৰংগ আগতেই অহাই নহয় ইয়াৰ তীব্ৰতাও বৃদ্ধি পাইছে। ভাৰতৰ সৰ্বোচ্চ উষ্ণতা ২০২৫ চনৰ ১৬ মাৰ্চত ওড়িশাৰ বৌধত ৪৩.৬ ডিগ্ৰী চেলছিয়াছ হয়।

ঝাৰছুগুডা আৰু বোলাংগীৰতো উষ্ণতা ক্ৰমে ৪২ আৰু ৪১.৭ ডিগ্ৰী চেলছিয়াছ। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ভাৰতৰ ২২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিশাৰ উষ্ণতা স্বাভাৱিকতকৈ তিনিৰ পৰা পাঁচ ডিগ্ৰী চেলছিয়াছ অধিক আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
যশপ্ৰিত বুমৰাহ সন্দৰ্ভত আহিল এক ভাল খবৰ, অনুৰাগীয়ে আই পি এলত চাব পাব বুমৰাহৰ বলিং

IPLত কোহলীৰ নামত অদ্ভুত ৰেকৰ্ড, কোনো খেলুৱৈয়ে সক্ষম হোৱা নাই এই কৰিবলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন