• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি

দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি

2 years ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

47 minutes ago
সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

সঘনাই হাঁচি অহাৰ সমস্যা? এই সহজ উপায়েৰ পাব মুক্তি

1 hour ago
‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

‘আইৰন লেডী’ সংযুক্তা পৰাশৰ সফলতা, CRPFৰ বিশেষ কামাণ্ডো ইউনিট CoBRA ৰ প্ৰথম মহিলা IG হিচাপে নিযুক্তি

3 hours ago
বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

বাঢ়িব নেকি ৰে’ল টিকটৰ মূল্য? UPI ৰে বুকিং কৰিলে কিমান লাগিব চাৰ্জ জানক

3 hours ago
ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

4 hours ago
হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

হঠাৎ মাজ আকাশত হাহাকাৰ, উৰণৰ পিছতে ফাটি গ’ল বিমানৰ চকা

4 hours ago
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

5 hours ago
ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

ভাগ্যৰ দুৱাৰ খোলাৰ সম্ভাৱনা ৪ ৰাশিৰ, আহিব নতুন সুযোগ! জানক আজিৰ ভাগ্যৱান ৰাশিৰ বিষয়ে

5 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

আজি কোন ৰাশিৰ ভাগ্যত সফলতা, কোন হ’ব সাৱধান? জানক দৈনিক ৰাশিফল

6 hours ago
বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

বেট-বলত ভাৰতৰ দপদপনি, আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা জয়

14 hours ago
বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

বৰপেটাত মিঞাৰ উপদ্ৰৱ, দলবদ্ধ আক্ৰমণৰ বলি এটা পৰিয়াল

17 hours ago
UPI লেনদেনত নতুন নিয়ম

UPI লেনদেনত নতুন নিয়ম

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি

editor by editor
May 6, 2024
in ভাৰত
0
দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি
0
SHARES
90
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি

দিল্লীৰ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভুৱা ভাবুকিৰ পিছতে এইবাৰ গুজৰাটৰ আহমেদাবাদত আতংকৰ সৃষ্টি হৈছে। আহমেদাবাদৰ ৮খন বিদ্যালয়ে ভাবুকি ভৰা ই-মেইল লাভ কৰিছে, য’ত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে বিদ্যালয় কেইখন।

কোৱা হৈছে যে এই ভাবুকিপূৰ্ণ মেইল আহিছে এজন ৰাছিয়ান হেণ্ডলাৰৰ পৰা। এই ইমেইলৰ পিছতে আৰক্ষী সজাগ হৈ বিদ্যালয়সমূহত তালাচী অভিযান চলাইছে। তাৰোপৰি লগে লগে সকলো ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ পৰা সুৰক্ষিত স্থানলৈ বুলি ওলাই নিয়ে।

বৰ্তমান সময়ত আৰক্ষীৰ দলে কোনো আপত্তিজনক সামগ্ৰী বিচাৰি পোৱা নাই। আৰক্ষী আৰু নিৰাপত্তাৰক্ষী সষ্টম হৈ আছে। আহমেদাবাদ প্ৰশাসনে অভিভাৱকসকলক আতংকিত নহ’বলৈ আহ্বান জনাইছে। থিতাতে বোমা নিষ্কাশন কৰা দলো উপস্থিত আছে ঘটনাস্থলীত।

উল্লেখ্য যে, একেটা আৰ্হিতে দিল্লীৰ বিদ্যালয়সমূহেও ই-মেইল লাভ কৰিছিল য’ত বোমাৰ ভাবুকি দিয়া হৈছিল। দিল্লীৰ ১০০ৰো অধিক বিদ্যালয়ত বোমাৰ ভাবুকিভৰা ই-মেইল আহিছিল।

কিন্তু পিছত সেই মেইল ভুৱা বুলি প্ৰমাণিত হয়। এই সন্দৰ্ভতো এফআইআৰ ৰুজু কৰা হয়। আৰক্ষীয়ে কৈছিল যে বোমা সম্পৰ্কীয় ইমেইল প্ৰেৰণৰ উদ্দেশ্য আছিল “গণ আতংক সৃষ্টি কৰা আৰু জনশৃংখলা বিঘ্নিত কৰা।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bom BlastBomb ThreadBombinggujratschool
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত
প্ৰযুক্তি

ৰীল চাই ১ নম্বৰত বিহাৰ, দ্বিতীয় স্থানত থকা ঠাইৰ নাম জানি হ’ব আচৰিত

September 16, 2026
ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা
ভাৰত

ৰাজপথত কিমান সুৰক্ষিত নাৰী? পোহৰলৈ আহিছে মহিলা বাইকাৰৰ সৈতে হিট-এণ্ড-ৰানৰ ঘটনা

September 16, 2026
UPI লেনদেনত নতুন নিয়ম
প্ৰযুক্তি

UPI লেনদেনত নতুন নিয়ম

September 15, 2026
দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান
বিনোদন

দ্বিতীয় ইনিংছৰ বাবে সাজু ৰিংকু সিং, ইতিমধ্যেই চূড়ান্ত অভ্যৰ্থনাৰ স্থান

September 15, 2026
Next Post
অতিকে শোকাবহ, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত

অতিকে শোকাবহ, ট্ৰেক্টৰ বাগৰি কৰুণ মৃত্যুক সাৱটিলে ৫জনে, ২ জন আহত

ঘৰত আঁহতৰ গছ গজি উঠিছে নেকি, তেন্তে এতিয়াই কৰক এই কাম, অন্যথা এই দোষে পাব

ঘৰত আঁহতৰ গছ গজি উঠিছে নেকি, তেন্তে এতিয়াই কৰক এই কাম, অন্যথা এই দোষে পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.