• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মৰ পৰাই কাণেৰে কম শুনে? এইকেইটা উপায়েৰে সুস্থ কৰি তুলিব পাৰিব আপোনাৰ শিশুটিক…

জন্মৰ পৰাই কাণেৰে কম শুনে? এইকেইটা উপায়েৰে সুস্থ কৰি তুলিব পাৰিব আপোনাৰ শিশুটিক…

4 years ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

34 minutes ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

57 minutes ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

2 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

2 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

3 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

4 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

4 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

5 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

6 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

6 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

7 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

জন্মৰ পৰাই কাণেৰে কম শুনে? এইকেইটা উপায়েৰে সুস্থ কৰি তুলিব পাৰিব আপোনাৰ শিশুটিক…

editor by editor
October 5, 2022
in স্বাস্থ্য
0
জন্মৰ পৰাই কাণেৰে কম শুনে? এইকেইটা উপায়েৰে সুস্থ কৰি তুলিব পাৰিব আপোনাৰ শিশুটিক…
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বৰ ৩৬০ নিযুত লোকে শ্ৰৱণ সমস্যাত ভুগি আছে। ভাৰতৰ জনসংখ্যাৰ প্ৰায় ৭ শতাংশ লোকেৰই শ্ৰৱণজনিত সমস্যা আছএ। শ্ৰৱণ সমস্যাও ভূগি থকা বেছিভাগেই জন্মৰ পৰাই বধিৰ। ৬ বছৰৰ তলৰ ১০০ জন লোকৰ ওপৰত চলোৱা গৱেষণাত পোৱা গৈছে যে ১০০-ৰ ভিতৰত দুজন লোকেই বধিৰ হয়। আন এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতৰ ১০০০ নৱজাতকৰ ভিতৰত ১ ৰ পৰা ৪ জনে কাণেৰে নুশুনে।

জন্মৰ পিছত, শিশুটোৰ জন্মৰ সময়ত শ্ৰৱণ সমস্যা আছে নেকি চাবলৈ OAE আৰু BERA পৰীক্ষা কৰিব পাৰি। OAE পৰীক্ষা জন্মৰ ৪৮ ঘণ্টাৰ ভিতৰত কৰিব লাগে। শিশুটিৱে কাণেৰে শুনেনে এই পৰীক্ষাৰ পৰাই গম পাব পাৰি। যদি এই পৰীক্ষাত শিশুটিয়ে কাণেৰে শুনেন সেই কথা ধৰিব নোৱাৰি তেন্তে ৭ৰ পৰা ১০ দিনৰ পিছত BERA পৰীক্ষা কৰিব লাগে। এই দুটা পৰীক্ষাতেই শিশুটিৰ শ্ৰৱনজনিত সমস্যা ধৰা পৰিলে শিশুটিৰ বয়স ৩ বছৰ হোৱাৰ পূৰ্বেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। আমাৰ দেশত শিশু এটাৰ জন্মৰ পিছত OAE পৰীক্ষা এতিয়াও বাধ্যতামূলক নহয়। গতিকে বেছিভাগেই এই সমস্যা জন্মৰ লগে লগেই ধৰিব নোৱাৰে। যদি শিশু এটাই কাণেৰে নুশুনে তেতিয়া সি কথাও ক’ব নোৱাৰে। তিনি বা চাৰি বছৰ বয়সৰ পাছতো যেতিয়া শিশুটোৱে কথা ক’ব নোৱাৰে তেন্তে শ্ৰৱণ সমস্যা হোৱাটো প্ৰায় নিশ্চিত।

গৰ্ভধাৰণৰ পৰা বা জন্মৰ পৰা শুনা শব্দবোৰে শিশুৰ মগজুত পৃথক শ্ৰৱণ কেন্দ্ৰৰ সৃষ্টি কৰে। শ্ৰৱণ শক্তিৰ সৈতে মুৰৰো বিকাশ হয়। এনেকৈয়ে শিশুৱে লাহে লাহে ‘দেউতা’, ‘মা’ আদি শব্দবোৰ ক’বলৈ লয়। যেতিয়া শিশুটোৱে কাণেৰে নুশুনে আৰু তাৰ চিকিৎসাও চাৰি বা পাঁচ বছৰ বয়সতহে আৰম্ভ হয় তেতিয়া শিশুটোৰ সহজে শ্ৰৱণ শক্তি ঘূৰাই অনা সম্ভৱপৰ নহয়গৈ।

শিশু এটাৰ কি কি কাৰণত শ্ৰৱণ সমস্যা হ’ব পাৰে?

৫০ শতাংশ শিশুৰ ক্ষেত্রতেই এইয়া জন্মগত জিনীয় সমস্যা।গর্ভাৱস্থাত মাতৃগৰাকী ৰুবেলা ভাইৰাছ, অট’টক্সিক ড্রাগছ খালে, এণ্টি মেলেৰিয়াৰ ঔষধ খালে, হাই প্রেছাৰৰ ঔষধ নিয়মীত সেৱন কৰিলে শিশু এটাৰ কাণৰ সমস্যাই দেখা দিব পাৰে। জন্মৰ সময়ত শিশু এটাৰ ওজন ডেৰ কিঃগ্ৰাঃ ৰ তলত হ’লেও কাণৰ সমস্যাই দেখা দিব পাৰে। জন্মৰ কিছুসময়ৰ পিছতেই শিশুটিৰ ব্ৰেইনত যদি অক্সিজেনৰ পৰিমান কমি যায় তেন্তে কাণৰ সমস্যা হ’ব পাৰে।সদ্যোজাত কোনো শিশুৰ ডাউন চিন্ড্ৰম বা অন্য কোনো জন্মগত ত্ৰুতি থাকিলে শ্ৰৱণ সমস্যা হ’ব পাৰে। এনে শিশুৰ জন্মৰ পিছতেই OAE বা BERAটেষ্ট কৰাটো জৰুৰী। পৰিয়ালৰ কোনো ব্যক্তিৰ এই সমস্যা থাকিলেও শিশু এটিৰ ক্ষেত্ৰত এই সমস্যা আহিব পাৰে।

শিশু এটিৰ শ্ৰৱণ সমস্যা আছে বুলি কেনেকৈ গম পোৱা যায়?

শিশু এটা শুই থকাৰ সময়ত ঘৰৰ ভিতৰত প্ৰচণ্ড জোৰে শব্দ হ’লেও শিশুটোৰ টোপনি নাভাঙে বা শিশুটোৱে কন্দা-কটা নকৰে নতুবা পিছফালৰ পৰা শিশুটিক মাতিলেও যদি কোনো অভিব্যক্তি ব্যক্ত নকৰে তেন্তে শিশুটিৰ শ্ৰৱণজনিত সমস্যা থকাটো ধুৰূপ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?
জীৱনশৈলী

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

September 28, 2026
Next Post
ৰতন টাটাৰ এদিনৰ আয় কিমান জানেনে? শীৰ্ষ ধনী ব্যক্তিৰ তালিকাত কিয় নাম নাই ৰতন টাটাৰ?

ৰতন টাটাৰ এদিনৰ আয় কিমান জানেনে? শীৰ্ষ ধনী ব্যক্তিৰ তালিকাত কিয় নাম নাই ৰতন টাটাৰ?

সেমেকিছে মৰ্ত্যবাসীৰ মন! বাংলাদেশতো দেৱীৰ বিদায় ক্ষণে কঢ়িয়াইছে এই বিশেষ বাৰ্তা…

সেমেকিছে মৰ্ত্যবাসীৰ মন! বাংলাদেশতো দেৱীৰ বিদায় ক্ষণে কঢ়িয়াইছে এই বিশেষ বাৰ্তা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.