• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপ-নিৰ্বাচন- জনসাধাৰণে দিলে মতামত, এতিয়াৰ পৰা সদনত একেলগে বহিব পাৰিব স্বামী-স্ত্ৰী

উপ-নিৰ্বাচন- জনসাধাৰণে দিলে মতামত, এতিয়াৰ পৰা সদনত একেলগে বহিব পাৰিব স্বামী-স্ত্ৰী

2 years ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

34 minutes ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

1 hour ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

2 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

3 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

13 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

13 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

14 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উপ-নিৰ্বাচন- জনসাধাৰণে দিলে মতামত, এতিয়াৰ পৰা সদনত একেলগে বহিব পাৰিব স্বামী-স্ত্ৰী

editor by editor
July 13, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
উপ-নিৰ্বাচন- জনসাধাৰণে দিলে মতামত, এতিয়াৰ পৰা সদনত একেলগে বহিব পাৰিব স্বামী-স্ত্ৰী
0
SHARES
331
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উপ-নিৰ্বাচন- জনসাধাৰণে দিলে মতামত, এতিয়াৰ পৰা সদনত একেলগে বহিব পাৰিব স্বামী-স্ত্ৰী

আজি ১৩ জুলাই তাৰিখে দেশৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ লগে লগে এখন ৰাজ্যৰ এহাল দম্পতিয়ে পালে বিশেষ মৰ্যাদা। এতিয়াৰে পৰা সদনত একেলগে বহিব পাৰিব দুয়ো স্বামী-স্ত্ৰী। জনসাধাৰণে দিয়া মতামত অনুসৰি স্বামীৰ পাছত এইবাৰ পত্নীয়েও লাভ কৰিলে সদনৰ আসন।

হিমাচল প্ৰদেশৰ ডেহৰা বিধানসভাৰ আসনত অনুষ্ঠিত উপ-নিৰ্বাচনত শনিবাৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৰ পত্নী তথা কংগ্ৰেছ প্ৰাৰ্থী কমলেশ ঠাকুৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হোছিয়াৰ সিঙক ৯৩৯৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

ডেহৰা বিধানসভাৰ আসনৰ পৰা কংগ্ৰেছ দলে প্ৰথমবাৰৰ বাবে জয়লাভ কৰিছে। ডেহৰা বিধানসভাৰ আসনত অনুষ্ঠিত উপ-নিৰ্বাচনত কমলেশ ঠাকুৰে ৩২,৭৩৭টা ভোট লাভ কৰাৰ বিপৰীতে সিঙে লাভ কৰে ২৩,৩৩৮টা ভোট। একে সময়তে তিনিজন নিৰ্দলীয় প্ৰাৰ্থীৰ কোনো এজনেও এই আসনত ২০০ ভোট লাভ কৰিব নোৱাৰিলে।

যাৰ ফলত এইবাৰ প্ৰথম বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী। প্ৰথমবাৰৰ বাবে ডেহৰা আসনৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা কমলেশ ঠাকুৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৰ ধৰ্মীয় পত্নী। এতিয়া পতি-পত্নীক একেলগে বহি থকা দেখা যাব সদনত।

উল্লেখ্য যে, বিগত ১০ জুলাইত ডেহৰা বিধানসভাৰ আসনত অনুষ্ঠিত হৈছিল ভোটদান। ভোটদানত ৮৬,৫২০ গৰাকী ভোটাৰৰ ভিতৰত ৬৫.৪২ শতাংশই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল। ২০১২ চনত কৰা সীমা নিৰ্ধাৰণৰ পিছত এই সমষ্টিৰ সৃষ্টি হৈছিল। এই আসনৰ পৰা ২০১২ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰবি ইন্দৰ সিং। ২০১৭ আৰু ২০২২ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ডেহৰা আসনৰ পৰা জয়লাভ কৰিছিল হোছিয়াৰ সিঙে। এইবাৰ প্ৰথমবাৰৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীয়ে এই আসন লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: by electionCongressCongress Candidateelectionvote countingVote Counting Day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
Next Post
উপ-নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ, ১৩ আসনৰ মাত্ৰ ২ বিজেপিৰ হাতত

উপ-নিৰ্বাচনত মুখ থেকেচা বিজেপিৰ, ১৩ আসনৰ মাত্ৰ ২ বিজেপিৰ হাতত

হামাছৰ সামৰিক প্ৰধানক লক্ষ্য কৰি গাজাত ইজৰাইলৰ ভয়াৱহ বিমান আক্ৰমণ, ৭১ লোক নিহত

হামাছৰ সামৰিক প্ৰধানক লক্ষ্য কৰি গাজাত ইজৰাইলৰ ভয়াৱহ বিমান আক্ৰমণ, ৭১ লোক নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.