• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

2 years ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

2 minutes ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

2 hours ago
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

2 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

2 hours ago
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

3 hours ago
মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

5 hours ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

6 hours ago
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

7 hours ago
হেলেনা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

হেলেনা ভৰালী কোন? কেনেকৈ হৈছিল সফল অসমীয়া উদ্যোগী মহিলা জানক

8 hours ago
গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

গুৱাহাটীৰ গু*লীচালনাক লৈ ইটোৰ পিছত সিটো চাঞ্চল্যকৰ তথ্য, তদন্তত নতুন মোৰ!

9 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

9 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

editor by editor
August 4, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে কৰুণ, নিশা ২ বজাত পুনৰ ডাৱৰ বিস্ফোৰণ, একেটা পৰিয়ালৰে ১৬ জনক উটুৱাই লৈ যায়

নিশা শুই থকা অৱস্থাতে গোটেই পৰিয়ালটোকেই উটুৱাই লৈ যায় পানীয়ে। মাজ নিশা প্ৰায় ২ মান বজাত শুই থকাৰ সময়ত ডাৱৰ বিস্ফোৰণ হৈ এই দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাৰ সময়ত ঘৰত নথকাৰ ফলত কোনোমতে প্ৰাণ ৰক্ষা পৰে এজনৰ।

এই শোকাৱহ ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশৰ ছিমলাত। প্ৰাণ ৰক্ষা পৰা লোকগৰাকীয়ে কান্দি কান্দি উদ্ধৰকাৰীৰ আগত পৰিয়ালৰ কথা কয়। ঘটনাৰ সময়ত ঘৰখনৰ মুৰব্বী ৰামে কৰ্মসূত্ৰে ছিমলাৰ ৰামপুৰত আছিল।

ডাৱৰ বিস্ফোৰণৰ খবৰ লাভৰ পাছতে পুৱা ৪ মান বজাতে উপস্থিত হয় ঘৰত। পাছে, তেতিয়ালৈ বহু পলম হয়। পৰিয়ালৰ সকলো পানীৰ ঢলত উটি যোৱাৰ লগতে ঘৰৰো কোনো চিন-মোকাম নোহোৱা হৈ পৰে।

উদ্ধাৰকাৰী দলক জনোৱা অনুসৰি ডাৱৰ বিস্ফোৰণৰ পানীৰ ঢলত গোটেই গাঁওখনতে ক্ষতি, এতিয়া কেৱল মাত্ৰ এটা ঘৰহে উটি নোযোৱাকৈ আছে । কেৱল কালি নিশাৰ ডাৱৰ বিস্ফোৰণতে নহয়, বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ বাবে এনেদৰে গাঁওখন শেষ হৈ গৈছে।

এতিয়াও ৫০ৰ ওচৰা ওচৰি লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলে পুৱাৰ পৰা সন্ধিয়ালৈ অব্যাহত ৰাখিছে উদ্ধাৰকাৰ্য। নিহতৰ সংখ্যা ১৫ লৈ বৃদ্ধি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: clude brustHeavy RainHimachal Pradehsrain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড
বিনোদন

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

October 27, 2026
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

October 27, 2026
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!
অসম

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

October 27, 2026
Next Post
পৰাজয়ৰ ভয়ে খেদি ফুৰিছে নেকি ট্ৰাম্পক! সমুখত কমলা হেৰিছ, তৰ্কৰ প্ৰত্যাহ্বান নাকচ ট্ৰাম্পৰ

পৰাজয়ৰ ভয়ে খেদি ফুৰিছে নেকি ট্ৰাম্পক! সমুখত কমলা হেৰিছ, তৰ্কৰ প্ৰত্যাহ্বান নাকচ ট্ৰাম্পৰ

‘পুৰুষ নে মহিলা’ বিতৰ্কৰ চাঞ্চল্য মাৰ নাযাওতেই, ইমান খালিফে পদক নিশ্চিত কৰি ৰিঙতে হুকহুকাই কান্দিলে

'পুৰুষ নে মহিলা' বিতৰ্কৰ চাঞ্চল্য মাৰ নাযাওতেই, ইমান খালিফে পদক নিশ্চিত কৰি ৰিঙতে হুকহুকাই কান্দিলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.