‘বিধায়কৰ কাম নাই’- বিধায়কক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ এটা মন্তব্য। মুখ্যমন্ত্ৰীৰ বিতর্কিত মন্তব্যত সর্বত্ৰ প্ৰতিক্ৰিয়া।