• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

4 months ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

52 minutes ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

1 hour ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

2 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

3 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

4 hours ago
Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

Credit Card: হেৰুওৱা ক্ৰেডিট কাৰ্ডেৰে লেনদেন, কিন্তু কোন দায়ী? আপুনি নে বেংক জানক

5 hours ago
‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

‘ৰামানুজ ভাল আছিল!’ সঁচাকৈ পুত্ৰৰ অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ সাজু নেকি পিতৃ?

5 hours ago
Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

Vijay-Trisha: ইংলেণ্ডত একেলগে বিজয়-তৃষা, সত্য হ’ব নেকি প্ৰেমৰ উৰাবাতৰি?

6 hours ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

6 hours ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

7 hours ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

8 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

editor by editor
May 12, 2026
in অসম, বিবিধ, ৰাজনীতি, লেখা
0
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। আজি খানাপাৰাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিব ৰাজ্যত। বিশাল মঞ্চত উদ্ভাসিত হ’ব অসমৰ বাৰেৰহনীয়া কৃষ্টিৰ লগতে সত্ৰ-সংস্কৃতিৰ আভাস। লাখ লোকৰ উপস্থিতিত খানাপাৰাত বিশাল শপতগ্ৰহণ সমাৰোহ। আজি দিনৰ ১১ঃ৪০ বজাত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব আন ৪ গৰাকী মন্ত্ৰীয়ে। তেওঁলোক ক্ৰমে ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা, চৰণ বড়ো।

এতিয়া গুৱাহাটীত ভিৰ কৰিছে VIP আৰু VVIP য়ে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিদেশী ৰাষ্ট্ৰ ৰাষ্ট্ৰদূত আৰু অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ। ইয়াৰোপৰি উপস্থিত থাকিব ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি নীতিন নবীন, শিৱৰাজ সিং চৌহান, কেবিনেট মন্ত্ৰী জে পি নাড্ডা আৰু দেশৰ ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী।

কেৱল সেয়াই নহয়, ডাঙৰ ডাঙৰ উদ্যোগপতিৰে ভৰিছে গুৱাহাটী মহানগৰ।  জিত আদানী, মুকেশ আম্বানী,সজ্জন জিণ্ডাল , ন’ৱেল টাটাৰ পৰা দেশৰ উদ্যোগপতিৰ লৈকে সকলো শপতগ্ৰহণ অনুষ্ঠানত ভাগ ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam Newshimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?
অসম

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

September 14, 2026
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?
অসম

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

September 14, 2026
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’
অসম

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

September 14, 2026
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা
বিশ্ব

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

September 14, 2026
Next Post
পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.