প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ শিক্ষকৰ। ২ বছৰ আগত দিয়া প্ৰতিশ্ৰুতি মনত পেলাই দিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষকসকলে। কিন্তু চলিল নিৰ্মম অত্যাচাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ