• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিণ্ডেনবাৰ্গৰ নজৰত আন এজন ধনকুবেৰ! এটা নিশাতেই হোৰাহোৰে নামিল শ্বেয়াৰ মাৰ্কেটত দৰ, কোন এই ধনকুবেৰ?

হিণ্ডেনবাৰ্গৰ নজৰত আন এজন ধনকুবেৰ! এটা নিশাতেই হোৰাহোৰে নামিল শ্বেয়াৰ মাৰ্কেটত দৰ, কোন এই ধনকুবেৰ?

3 years ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

9 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

10 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

10 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

11 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

11 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

12 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

13 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

14 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

15 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

16 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

16 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

হিণ্ডেনবাৰ্গৰ নজৰত আন এজন ধনকুবেৰ! এটা নিশাতেই হোৰাহোৰে নামিল শ্বেয়াৰ মাৰ্কেটত দৰ, কোন এই ধনকুবেৰ?

editor by editor
May 4, 2023
in বাণিজ্য, বিশ্ব
0
হিণ্ডেনবাৰ্গৰ নজৰত আন এজন ধনকুবেৰ! এটা নিশাতেই হোৰাহোৰে নামিল শ্বেয়াৰ মাৰ্কেটত দৰ, কোন এই ধনকুবেৰ?
0
SHARES
398
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গৌতম আদানীৰ পাছত হিণ্ডেনবাৰ্গে উদঙাই দিছে আন এক বৃহৎ সংস্থাৰ দুৰ্নীতি। আমেৰিকাৰ ইকান এণ্টাৰপ্ৰাইজৰ বিনিয়োগ আৰু লেনদেনত বিশেষভাৱে নজৰ ৰাখিছে হিণ্ডেনবাৰ্গে। ইকানৰ বিৰুদ্ধে কৰ চুৰি কৰাৰ অভিযোগ আনিছে হিণ্ডেনবাৰ্গে। মঙলবাৰে হিণ্ডেনবাৰ্গৰ তৰফৰ পৰা প্ৰকাশ হোৱা প্ৰতিবেদনত কৰ চুৰিৰ কথা উল্লেখ আছে। অৰ্থাৎ হিণ্ডেণবাৰ্গৰ পৰৱৰ্তী টাৰ্গেট এতিয়া ইকান। ইকান এণ্টাৰপ্ৰাইজৰ প্ৰতিষ্ঠাতা হৈছে কাৰ্ল ইকান। তেওঁ ফ্লৰিডাৰ বাসিন্দা।

আমেৰিকাৰ ধনী উদ্যোগপতিসকলৰ ভিতৰত অন্যতম এজন হৈছে কাৰ্ল ইকান। একাধিক কোম্পানীত তেওঁৰ বিনিয়োগ আছে। হিণ্ডেনবাৰ্গক অভিযোগ অনুসৰি, ইকানৰ সংস্থাৰ মুঠ সম্পত্তিৰ পৰিমান ৭৫ শতাংশলৈ বৃদ্ধি পাইছে। শ্বেয়াৰ বজাৰচো নিজৰ দৰ বৃদ্ধি কৰিছে। কৰ চুৰি কৰিয়েই ধনী হৈছে ইকান বুলি প্ৰকাশ পাইছে হিণ্ডেনবাৰ্গৰ ৰিপৰ্টত। ইকান এণ্টাৰপ্ৰাইজৰ বিনিয়োগ সংক্ৰান্তীয় তথ্য আৰু নথিত প্ৰকাশ পোৱামতে হিণ্ডেনবাৰ্গৰ হাতত তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ আছে। ইয়াৰোপৰি এয়া সাম্প্ৰতিক সময়ৰ সকলোতকৈ ডাঙৰ দুৰ্নীতিৰ ভিতৰত এটা বুলিও প্ৰকাশ কৰিছে হিণ্ডেনবাৰ্গে।

ফ্লৰিডাৰ ছানি ইছলেছ বীচত ইকান এণ্টাৰপ্ৰাইজৰ প্ৰধান সদৰ। আমেৰিকাৰ অন্যতম সফল বিনিয়োগকাৰী সংস্থাসমূহৰ ভিতৰত এটা হৈছে ইকান। সংস্থাটোৰ প্ৰতিষ্ঠাপক কাৰ্ল ইকান আমেৰিকাত এতিয়া যথেষ্ট জনপ্ৰিয়। হিণ্ডেনবাৰ্গে তেওঁৰ বিৰুদ্ধে এই ৰিপোৰ্ট প্ৰকাশ কৰিছিল মঙলবাৰে। তাৰপাছতেই শ্বেয়াৰ বজাৰত প্ৰভাৱ পৰা আৰম্ভ হৈছে ইকানৰ। সূত্ৰৰ খবৰ অনুসৰি এদিনতেই ইকানৰ শ্বেয়াৰৰ দাম ১০ শতাংশলৈ হ্ৰাস পাইছে।

উল্লেখ্য যে বহুতেই আদানীৰ দৰেই ইকানৰো শ্বেয়াৰ নামি আহিব বুলি সন্দেহ কৰিছে। হিণ্ডেনবাৰ্গৰ ৰিপোৰ্টৰ প্ৰসংগত এতিয়ালৈকে ইকানে কোনো তথ্য প্ৰকাশ কৰা নাই। বিগত মাৰ্চ মাহৰ পৰাই আমেৰিকান ধনকুবেৰৰ কাৰ্যত নজৰ ৰাখিছিল হিণ্ডেনবাৰ্গে। টুইটাৰৰ অন্যতম প্ৰতিষ্ঠাতা তথা প্ৰাক্তন চিইঅ জেক ডৰছিৰ সংস্থা ‘ব্লক’তো হিণ্ডেনবাৰ্গৰ হাঁতোৰা পৰিছিল। এদিনতেই ব্লকৰ শ্বেয়াৰ ৪ হাজাৰ ৩০০ কোটিলৈ নামি আহিছিল। ব্লকৰ পূৰ্বে ভাৰতীয় ধনকুবেৰ আদানীৰ সংস্থাত হিণ্ডেনবাৰ্গৰ চকু পৰিছিল। হিণ্ডেনবাৰ্গৰ ৰিপোৰ্টৰ পাছতেই বহু লাখ কোটি টকা হানি হৈছিল আদানীৰ। বিশ্বৰ ধনী ব্যক্তিৰ পৰা নাম কাট খাইছিল আদানীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?
বাণিজ্য

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

May 23, 2026
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক
বাণিজ্য

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

May 23, 2026
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?
বাণিজ্য

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

May 23, 2026
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন
জীৱনশৈলী

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

May 23, 2026
Next Post
মাৰ্ঘেৰিটা কাণ্ড! আনন তাঁতীক গ্ৰেপ্তাৰ…

মাৰ্ঘেৰিটা কাণ্ড! আনন তাঁতীক গ্ৰেপ্তাৰ...

বিবাহলৈ মাজত মাত্ৰ দুদিন! সংসাৰ আৰু চাকৰি, নতুন দুটা যাত্ৰাৰ একেলগেই আৰম্ভনি

বিবাহলৈ মাজত মাত্ৰ দুদিন! সংসাৰ আৰু চাকৰি, নতুন দুটা যাত্ৰাৰ একেলগেই আৰম্ভনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.