• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

1 year ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

3 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

3 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

4 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

4 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

5 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

6 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

6 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

6 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

7 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

7 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

8 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?

editor by editor
August 30, 2025
in জীৱনশৈলী
0
হিন্দু-মুছলমানৰ DNA একেই, অখণ্ড ভাৰতৰ ইতিহাস টানি কি কি ক’লে RSS প্ৰধানে?
0
SHARES
336
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

RSSৰ শতবৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক অনুষ্ঠানত আকৌ বিতৰ্কিত বক্তব্য ৰাখিছে সংঘপ্ৰধান মোহন ভাগৱতে৷ মঙ্গলবাৰে ১০০ বছৰীয়া জাৰ্নি অফ আৰ এছ এছঃ নিউ হৰাইজনছ শীৰ্ষক এক অনুষ্ঠানত বক্তব্য ৰাখিবলৈ গৈ তেওঁ দাবী কৰিছে যে হিন্দু আৰু মুছলমানসহ অখণ্ড ভাৰতৰ ভূখণ্ডত বসবাসকাৰী সকলো মানুহৰ ডি এন এ বিগত চল্লিছ হাজাৰ বছৰ ধৰি থাকি একেই হৈ পৰিছে৷

মোহৰ ভাগৱতৰ বক্তব্য অনুসৰি যিসকলে এই ভূখণ্ডত বাস কৰে তেওঁলোক সকলো হিন্দু যদিও কোনো কোনোৱে নিজকে হিন্দু বুলি স্বীকাৰ নকৰে বা নিজকে তেওঁলোকে হিন্দু বুলি পাহৰি গৈছে৷ এই প্ৰসংগত তেওঁ হিন্দুসকলক ৪ভাগত ভাগো কৰিছে৷

১. যিসকলে গৰ্বৰ সৈতে নিজকে হিন্দু বুলি পৰিচয় দিয়ে৷

২. যিসকলে জানে তেওঁলোক হিন্দু কিন্তু বিশেষ গুৰুত্ব নিদিয়ে

৩. যিসকলে জানে অথচ বিভিন্ন কাৰণত নিজক হিন্দু বুলি ক’ব নোখোজে

৪. যিসকলে নাজানেই তেওঁলোক হিন্দু

মোহন ভাগৱতৰ মতে যিসকলে নিজকে হিন্দু বুলি ক’ব নোখোজে তেওঁলোকো হিন্দু ভাৰতীয় পৰিচয়েৰে নিজকে পৰিচয় দি স্বচ্ছন্দবোধ কৰে৷ বহুতেই আকৌ নিজকে সনাতনী হিচাপেও মানি লয়৷ তেওঁ কয়, ‘যদি কোনোৱে হিন্দু শব্দটো মানিব নোখোজে তেন্তে অসুবিধা নাই৷ কিন্তু তেওঁলোকে যদি ভাৰতীয় পৰিচয়ক বিশ্বাস কৰে সেয়াই যথেষ্ট৷ কাৰণ তেওঁলোকৰো আছে ভাৰত মাতাৰ প্ৰতি ভক্তি৷ আমাৰ পূৰ্বপুৰুষৰ প্ৰতি ভক্তি৷’

মোহন ভাগৱতে সভাত কয়, ‘আজিৰ পৰা প্ৰায় ১০০ বছৰ পূৰ্বে ডঃ কেশৱ বলিৰাম হেডগেৱাৰে আৰ এছ এছ প্ৰতিষ্ঠা কৰিছিল হিন্দু সমাজক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে৷ কিন্তু প্ৰশ্ন ৰৈ যায়-অন্যসকল কেনেকৈ বাদ পৰিল? এই উত্তৰতো তেওঁ এক ঐতিহাসিক বাখ্যা দিছে৷ তেওঁৰ দাবী, প্ৰাচীন ইৰাণৰ মানুহে সিন্ধু নদীৰ ওপৰত বসবাসকাৰী মানুহক হনদ নামেৰে মাতে৷ তাৰ পৰাই ক্ৰমে হিন্দু শব্দৰ উদ্ভৱ হৈছে৷ তেওঁ কয়, এই ভূমিত বহু দেৱতা আৰু বহু ধৰ্মগ্ৰন্থৰ প্ৰচলন আছিল বা আছে৷ আৰু সকলোৰে ধাৰণা এটাই যে সকলো পথে একেই গন্তব্যলৈ লৈ যায়৷ যিয়ে এই ঐক্যৰ দৰ্শনত বিশ্বাস কৰে সেই সকলেই হিন্দু৷ এই মন্তব্য ভাগৱতৰ৷

মোহন ভাগৱতে লগতে কয় যে, হিন্দু হোৱা মানেই হিন্দু বনাম অন্য সকলো নহয় বৰং হিন্দু মানে সৰ্বসন্মতি এক ঐক্য৷ তেওঁৰ মতে আমাৰ ঐতিহ্যই হৈছে একেলগে থকা৷ মই বিশ্বাস নকৰো যে এক হবলৈ হলে একেধৰণৰেই হব লাগিব৷ বৈচিত্ৰ প্ৰকৃততে ঐক্যৰেই ফল৷ তেওঁ আৰু উদাহৰণ টানি কয়, যেনেকৈ কাৰোবাৰ শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম লাগে তেন্তে যুঁজ কৰাৰ বাবেও সংঘই কাৰোবাৰ বিৰুদ্ধে নহয় বৰং সমাজক সুস্থ ৰখাৰ বাবে কাম কৰে৷

ভাগৱতে হিন্দু মুছলমানৰ একেই পূৰ্বপুৰুষ বা অভিন্ন ডি এন এ বুলিও মন্তব্য কৰিছে৷ ২০২১ চনত তেওঁ কৈছিল, ‘হিন্দু মুছলমানৰ পূৰ্বপুৰুষ একেই তেওঁলোকৰ ডি এন এ একেই৷’ সেই সময়ত মোহন ভাগৱতৰ এই মন্তব্যক লৈ একাংশ আৰ এছ এছ নেতাই বিৰোধো কৰিছিল৷ মঙলবাৰে তেওঁ পুনৰ কয়, হিন্দু শব্দটো আমাৰ মাতৃভূমি, পুৰ্বপুৰুষ আৰু সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্যৰ সমাৰ্থক৷ প্ৰত্যেক ভাৰতীয়ই প্ৰকৃততে হিন্দু৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
Next Post
ভয়াৱহ ভূমিকম্প! বৰ্তমানলৈ মৃতকৰ সংখ্যা বাঢ়ি হৈছেগৈ ৬২২জন, ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুলোক

ভয়াৱহ ভূমিকম্প! বৰ্তমানলৈ মৃতকৰ সংখ্যা বাঢ়ি হৈছেগৈ ৬২২জন, ধ্বংস্তূপত এতিয়াও আৱদ্ধ বহুলোক

ছেপ্টেম্বৰত মহাসংযোগ! ৪দিনত ৪গ্ৰহৰ মহাজাগতিক সালসলনি, ৪ৰাশিৰ খুলিব সৌভাগ্য

ছেপ্টেম্বৰত মহাসংযোগ! ৪দিনত ৪গ্ৰহৰ মহাজাগতিক সালসলনি, ৪ৰাশিৰ খুলিব সৌভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.