• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BJPত থাকি জুবিনে ‘কা আমি নামানো’ বুলি কৈ লাভ নাই…

BJPত থাকি জুবিনে ‘কা আমি নামানো’ বুলি কৈ লাভ নাই…

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

7 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

7 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

9 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

9 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

10 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

11 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

11 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

12 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

12 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

13 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

BJPত থাকি জুবিনে ‘কা আমি নামানো’ বুলি কৈ লাভ নাই…

জুবিন গাৰ্গ আৰু ড০ সমুজ্জ্বল ভট্টাচাৰ্যৰ ভূমিকাক লৈ মুকলিকৈ তীব্ৰ কটাক্ষ কৰিলে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁয়ে

editor by editor
December 15, 2023
in Uncategorized
0
BJPত থাকি জুবিনে ‘কা আমি নামানো’ বুলি কৈ লাভ নাই…
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ কা আন্দোলনক লৈ জুবিন গাৰ্গ আৰু ড০ সমুজ্জ্বল ভট্টাচাৰ্যৰ ভূমিকাক লৈ এইবাৰ মুকলিকৈ তীব্ৰ কটাক্ষ কৰিলে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁয়ে। পোনপতীয়াকৈ দুয়োগৰাকীকে কটাক্ষ কৰি হীৰেন গোহাঁয়ে কয় যে, বিজেপিত থাকি জুবিন গাৰ্গ আৰু সমুজ্জ্বল ভট্টাচাৰ্যই কা বিৰোধিতা কৰি লাভ নাই।

ইফালে জুবিনে কা আন্দোলনক লৈ প্ৰদান কৰা মন্তব্যৰ বিৰোধিতা কৰি তেওঁ কয় যে,  কা আন্দোলন কেৱল জুবিন গাৰ্গে কৰা নাছিল। তেওঁলোকে কোৱা কা আমি নামানো শব্দৰ অৰ্থ কি বুলিও প্ৰশ্ন কৰে ড০ গোহাঁয়ে। জুবিন আৰু সমুজ্জ্বল ভট্টাচাৰ্যৰ ভূমিকা দুভাগ্যজনক বুলি অভিহিত কৰি তেওঁ লগতে কয় যে, সমুজ্জ্বল ভট্টাচাৰ্যই অগপ, বিজেপিৰ লগত থাকি কা আমি নামানো বুলি কৈ লাভ নাই।

উল্লেখ কৰা প্ৰয়োজন যে, সংবাদমেল সম্বোধন কৰি বিশিষ্ট বুদ্ধিজীৱি গৰাকীয়ে ৰাজনীতি সদায় দুষ্ট মানুহৰ কাৰবাৰ বুলিও আক্ষেপ প্ৰকাশ কৰে। এতিয়া হীৰেন গোহাঁইৰ এই মন্তব্যক লৈ জুবিন গাৰ্গ আৰু সমুজ্জ্বল ভট্টাচাৰ্যই কি প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষ্যণীয় হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
Next Post
টকাই সকলো নহয়ঃ অক্ষয়, অজয় আৰু শ্বাহৰুখে কৰিব নোৱাৰা কাম কৰিলে আল্লু অৰ্জুনে…

টকাই সকলো নহয়ঃ অক্ষয়, অজয় আৰু শ্বাহৰুখে কৰিব নোৱাৰা কাম কৰিলে আল্লু অৰ্জুনে...

১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ…

১ঘন্টা গান গালে লয় ডেৰ কোটি টকাঃ সহজ-সৰল অৰিজিত সিঙৰ আছে সম্পত্তিৰ পাহাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.