• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

7 months ago
ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

30 minutes ago
জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

1 hour ago
৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

2 hours ago
জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

2 hours ago
১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

3 hours ago
এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

3 hours ago
ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

4 hours ago
কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

4 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

5 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লত এইবোৰ বস্তু বহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা, হ’ব লাগিব ৰঙাঘৰৰ আলহী!

7 hours ago
EPFO-ৰ নতুন আপডেট! এই বিশেষ সুবিধাসমূহ আপুনি ঘৰৰ পৰাই পাব

EPFO-ৰ নতুন আপডেট! এই বিশেষ সুবিধাসমূহ আপুনি ঘৰৰ পৰাই পাব

7 hours ago
বৃহস্পতিৰ কৃপাত কেৰিয়াৰত অগ্ৰগতি, আৰ্থিক লাভ! কি কি ৰাশিৰ শুভসময় হ’ব আৰম্ভ?

বৃহস্পতিৰ কৃপাত কেৰিয়াৰত অগ্ৰগতি, আৰ্থিক লাভ! কি কি ৰাশিৰ শুভসময় হ’ব আৰম্ভ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

editor by editor
April 2, 2026
in Uncategorized
0
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ চনৰ ২ এপ্ৰিল বৃহস্পতিবাৰে মঙ্গলৰ গোচৰ৷ কাকতালীয়ভাৱে এই দিনটো চ’ত মাহৰ পূৰ্ণিমাৰ দিন পৰিছে৷ সেয়ে এই দিনটোত পবিত্ৰ হনুমান জয়ন্তী উৎসৱো পালিত হয়৷ ফলস্বৰূপে মঙ্গলৰ এই গোচৰ হনুমান জয়ন্তীৰ এক অত্যন্ত শুভ আৰু বিৰল সংযোগ তৈয়াৰ কৰিছে৷ এই সময়ত মঙ্গল বৃহস্পতিৰ ৰাশি মীন ৰাশিত প্ৰৱেশ কৰিব৷ হনুমান মঙ্গল গ্ৰহৰ অধিপতি হিচাপেও পৰিচিত৷ সেয়ে জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ই বহু ৰাশিৰ বাবে অত্যন্ত শুভ আৰু উপকাৰী বুলি বিবেচিত হয়৷ হনুমান জয়ন্তীৰ সৈতে মঙ্গলৰ গোচৰৰ সংযোগত বৃশ্চিকসহ পাঁচটা ৰাশিৰ বাবে ফলপ্ৰসূ হব৷ এই ৰাশিসমূহে হনুমানৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব আৰু অসমাপ্ত কামসমূহ দ্ৰুত সম্পন্ন হব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে মঙ্গলে তাৰ ৰাশিৰ পৰা একাদশ ঘৰত গোচৰ কৰিব৷ আয়ৰ ঘৰত মঙ্গলৰ এই অৱস্থানে তেওঁলোকৰ বাবে এক অনুকূল পৰিস্থিতি তৈয়াৰ কৰিব৷ শক্তি আৰু উৎসাহৰ জোৱাৰত তেওঁলোকে কৰ্মক্ষেত্ৰত আৰু ভাল কাম কৰিবলৈ সক্ষম হব৷ ভগৱান হনুমানৰ আশীৰ্বাদৰ পৰাও লাভৱান হব৷ এই সময়ত মাটি আৰু সম্পত্তি সংক্ৰান্তীয় কামৰ পৰা লাভৱান হব৷ সামাজিক যোগাযোগ উপকাৰী প্ৰমাণিত হব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে মঙ্গলে দশম ঘৰত গোচৰ কৰিছে৷ হনুমান জয়ন্তীৰ এই গোচৰে মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে কঠোৰ পৰিশ্ৰমৰ ফল দিব৷ ব্যৱসায় আৰু কৰ্মজীৱনত সাফল্য লাভ কৰিব৷ কৰ্মক্ষেত্ৰত পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ খবৰ পাব পাৰে৷ ভগৱান হনুমানৰ কৃপাত এক গুৰুত্বপূৰ্ণ দায়িত্বও পাব পাৰে৷ এই সময়ত সমাজত সন্মান আৰু মৰ্যাদা বাঢ়িব৷

বৃশ্চিক ৰাশি

মঙ্গল গ্ৰহই বৃশ্চিক ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব৷ এই সময়ত ভগৱান হনুমানৰ এই ৰাশিৰ জাতকৰ ওপৰত বিশেষ আশীৰ্বাদ বৰ্ষণ হব৷ এই সময়ত প্ৰেমৰ সম্পৰ্ক আৰু দৃঢ় হব৷ বিবাহিত দম্পতিসকলৰ সন্তানলাভৰ ইচ্ছা পূৰণ হব পাৰে৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ এই সময়ত আপুনি উচ্চশিক্ষাত সাফল্য অৰ্জন কৰিব৷ ভগৱান হনুমানৰ আশীৰ্বাদত আপোনাৰ সমস্ত অসমাপ্ত কাম সম্পন্ন হব৷

মকৰ ৰাশি

মঙ্গলে এই ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব৷ এই গোচৰৰ বাবে আপুনি খুবেই উদ্যমী বোধ কৰিব৷ মঙ্গলে শত্ৰুক পৰাস্ত কৰাত সহায় কৰিব আৰু ভগৱান হনুমানক বিপদ বিনাশকাৰী হিচাপে জনা যায়৷ এই পৰিস্থিতিত উভয়ৰ সংমিশ্ৰণত আপোনাক বাধা অতিক্ৰম কৰাত সহায় কৰিব৷ বিনিয়োগৰ বাবে লাভজনক দিন৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে মঙ্গলৰ গোচৰে নৱম ভাৱক প্ৰভাৱিত কৰিব৷ এই গোচৰে আপোনাৰ ৰাশিত জন্মগ্ৰহণকাৰীসকলৰ বাবে অত্যন্ত সৌভাগ্যজনক হব৷ এই সময়ত আপুনি হঠাৎ উল্লেখযোগ্য সাফল্য অৰ্জন কৰিব পাৰে৷ বিদেশ ভ্ৰমণৰ সুযোগো পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
উপাৰ্জন ভাল হ’লেও হাতত টকা নাথাকে? কি কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব?

উপাৰ্জন ভাল হ’লেও হাতত টকা নাথাকে? কি কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব?

ক্ৰমশ অৱসাদে ঘেৰি ধৰিছে? সংসাৰত অশান্তি, এই সমূহ অভ্যাস সলালে সহজেই ঘৰলৈ আহিব অৰ্থসুখ

ক্ৰমশ অৱসাদে ঘেৰি ধৰিছে? সংসাৰত অশান্তি, এই সমূহ অভ্যাস সলালে সহজেই ঘৰলৈ আহিব অৰ্থসুখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.