• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উপাৰ্জন ভাল হ’লেও হাতত টকা নাথাকে? কি কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব?

উপাৰ্জন ভাল হ’লেও হাতত টকা নাথাকে? কি কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব?

5 months ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

45 minutes ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

2 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

2 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

3 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

3 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

4 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

4 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

5 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

6 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

7 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

7 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উপাৰ্জন ভাল হ’লেও হাতত টকা নাথাকে? কি কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব?

উপাৰ্জন ভাল হ’লেও হাতত টকা নাথাকে? কি কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব?

editor by editor
April 2, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
উপাৰ্জন ভাল হ’লেও হাতত টকা নাথাকে? কি কৰিলে এই সমস্যাৰ পৰা মুক্তি পাব?
0
SHARES
500
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ বাহিৰেও মানুহৰ কিছু প্ৰয়োজন থাকে৷ কোনোৱে সেই প্ৰয়োজনক নাম দিয়ে বিলাসিতা৷ কোনোৱে আকৌ ভাৱে যে বয়স বাঢ়িলে সুৰক্ষিত জীৱন যাতে কটাব পাৰে৷ মানুহে তাৰবাবেই দিনে নিশাই পৰিশ্ৰম কৰি সম্পদ সঞ্চয় কৰে৷ বহু সময়ত চেষ্টা কৰিও সেই ইচ্ছা অপূৰ্ণই থাকি যায়৷ জ্যোতিষশাস্ত্ৰই কৈছে যে, কিছু নিয়ম মানি চলিলে সেই সমস্যাৰ সমাধান হব পাৰে৷

উত্তৰ পূৰ্ব কোণ সদায়ে পৰিষ্কাৰ কৰি ৰাখক

জ্যোতিষশাস্ত্ৰ অনুসৰি ঘৰৰ উত্তৰ পূৰ্ব কোণক অত্যন্ত পবিত্ৰ স্থান হিচাপে বিবেচনা কৰা হয়৷ তাতেই পূজা ঘৰ তৈয়াৰ কৰাৰো পৰামৰ্শ দিয়া হয়৷ পূজা ঘৰ নহলেও ভুলেও উত্তৰ পূৰ্ব কোণত লেতেৰা জমাই নাৰাখিব৷ তেনেকৈ ৰাখিলে ঘৰত শান্তি, সুখ, আৰু সমৃদ্ধি বৰ্তি থাকিব৷

ঘৰত কাইট গছ নলগাব

জ্যোতিষশাস্ত্ৰ অনুসৰি ঘৰৰ ভিতৰত কেতিয়াও কাইটযুক্ত বা বিষাক্ত গছ লগোৱা উচিত নহয়৷ বিশ্বাস কৰা হয় যে এই ধৰণৰ গছে পৰিয়ালৰ স্বাস্থ্য আৰু সম্পদৰ বাবে শুভ নহয়৷

বাথৰুমৰ দুৱাৰ সকলো সময়তে বন্ধ ৰাখক

বাস্তু অনুসৰি ভুল কৰিও বাথৰুমৰ দুৱাৰ খুলি ৰখা উচিত নহয়৷ ই কেৱল আপোনাৰ স্বাস্থ্যৰ ওপৰতেই নহয়, আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়৷ সেয়ে ব্যৱহাৰৰ পাছত দুৱাৰ বন্ধ ৰাখক৷

ঝাড়ু সন্মুখভাগত নাৰাখিব

জ্যোতিষশাস্ত্ৰ অনুসৰি ঝাড়ুৰ বিশেষ গুৰুত্ব আছে৷ সেয়ে সেই য’তে ত’তে ঝাড়ু পেলাই ৰখা উচিত নহয়৷ ঝাড়ু সদায়ে চুকত ৰাখক৷ ভুলতো ধন সম্পদ বা পূজাৰ স্থানৰ কাষত ঝাড়ু নাৰাখিব৷

নিমখেৰে প্ৰতিকাৰ কৰক

বহু চেষ্টাৰ অন্ততো আৰ্থিক সমস্যা দূৰ নহলে আন এক প্ৰতিকাৰ কৰিব পাৰে৷ ঘৰৰ উত্তৰ পূৰ্ব কোণত নিমখ ভৰ্তি পাত্ৰ ৰাখক৷ এই প্ৰতিকাৰৰ উপকাৰী প্ৰভাৱ স্থায়ী কৰিবলৈ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিমখ পৰিবৰ্তন কৰক৷ ইয়াৰ ফলত অশুভ শক্তি দূৰৈত থাকিব৷ শুভ শক্তিৰ প্ৰবাহ হব৷

কুবেৰক উপাসনা কৰক

বহুতৰে ডাঙৰ সমস্যা হৈছে উপাৰ্জন ভাল কিন্তু হাতত অৰ্থ নাথাকে৷ দ্ৰুত খৰচ হৈ যায়৷ সঞ্চয় কৰিব নোৱাৰে৷ তেনেক্ষেত্ৰত ঘৰৰ উত্তৰ দিশত ভগৱান কুবেৰৰ এক ছবি বা মূৰ্তি ৰাখক৷ প্ৰতিদিনে পূজা কৰক৷ ভগৱান কুবেৰৰ এটা যন্ত্ৰও স্থাপন কৰিব পাৰে৷ ইয়াৰ ফলত বাঢ়িব সম্পদ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ
বিশ্ব

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

August 20, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
Next Post
ক্ৰমশ অৱসাদে ঘেৰি ধৰিছে? সংসাৰত অশান্তি, এই সমূহ অভ্যাস সলালে সহজেই ঘৰলৈ আহিব অৰ্থসুখ

ক্ৰমশ অৱসাদে ঘেৰি ধৰিছে? সংসাৰত অশান্তি, এই সমূহ অভ্যাস সলালে সহজেই ঘৰলৈ আহিব অৰ্থসুখ

সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা

সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.