• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা

সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা

5 months ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

16 minutes ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

3 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

5 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

6 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

7 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা

সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা

editor by editor
April 2, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সাৱধান, পানকাৰ্ড সম্পৰ্কিত এইসমূহ ভুল কৰিলেই মহাবিপদ, জৰিমনা ১০ হাজাৰ টকা
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পান কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি৷ আয়কৰ সম্পৰ্কিত কাম, বেংকৰ লেনদেন আৰু অন্যান্য কামত পান ব্যৱহাৰ কৰা হয়৷ বহুতেই পান কাৰ্ডক তেনেই সাধাৰণ নথি বুলি ভাৱে৷ কিন্তু যদি পানকাৰ্ডত কোনো ব্যক্তিৰ ব্যক্তিগত তথ্য ভুল থাকে তেন্তে বৃহৎ ক্ষতিৰ আশংকা থাকে৷ আয়কৰ বিভাগত পানকাৰ্ডৰ মাধ্যমেৰে ভাৰতীয় কোনো নাগৰিকৰ আয় আৰু আৰ্থিক লেনদেনৰ ওপৰত নজৰ ৰাখিব পাৰে৷ পানকাৰ্ড সম্পৰ্কিত সতৰ্কতাসমূহ বুজাটো গুৰুত্বপূৰ্ণ৷

১. পান কাৰ্ড হেৰাইছে যদি অবিলম্বে এই কাম কৰক

যদি আপোনাৰ পান কাৰ্ড চুৰি হৈ যায় বা হেৰাই যায় তেতিয়া তাক কেতিয়াও সাধাৰণ হিচাপে নল’ব৷ বহু সময়ত প্ৰতাৰকসকলে অবৈধ আৰ্থিক লেনদেন চুৰি কৰা পানকাৰ্ড ব্যৱহাৰ কৰিয়েই কৰে৷ এই ক্ষেত্ৰত প্ৰকৃত পানধাৰীয়ে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ যদি আপোনাৰ পানকাৰ্ড চুৰি হৈছে তেন্তে অবিলম্বে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰক৷ ইয়াৰোপৰি আয়কৰ বিভাগ আৰু সংশ্লিষ্ট বেংকক সেই তথ্য জনাওক৷

২.একাধিক পানকাৰ্ড থকাটো অবৈধ

বহুতে ভুল কৰে বা ইচ্ছাকৃতভাৱে একাধিক পানকাৰ্ড তৈয়াৰ কৰে৷ এয়া আইনমতে অপৰাধ৷ আয়কৰ বিভাগে এই ধৰণৰ ক্ষেত্ৰত জৰিমনা আৰোপ কৰিব পাৰে৷ জৰিমনাৰ সৰ্বাধিক অংক ১০ হাজাৰ টকা পৰ্যন্ত হ’ব পাৰে৷ যদি কোনো ব্যক্তিৰ দুখন পানকাৰ্ড থাকে তেন্তে অবিলম্বে এখন কাৰ্ড আয়কৰ বিভাগক ঘূৰাই দিয়ক৷ যদি তেনে নকৰে তেন্তে আপুনি আইনী সমস্যাৰ সন্মুখীন হ’ব৷

৩. ভুল পান নম্বৰ দিয়াৰ বাবেও হ’ব পাৰে জৰিমনা

কোনো আৰ্থিক লেনদেন বা আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ সময়ত বা পান নম্বৰ পূৰণ কৰাৰ সময়ত সময়ত সতৰ্কতা অৱলম্বন কৰা উচিত৷ যদি ভুল কৰি ভুল পান নম্বৰ নথিভুক্ত কৰা হয় তেন্তে আয়কৰ বিভাগে ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা আৰোপ কৰিব পাৰে৷ আই টি আৰ দাখিল কৰাৰ পূৰ্বে পান নম্বৰটো দুবাৰ পৰীক্ষা কৰি লওক৷ যাতে যিকোনো ধৰণৰ ভুল থাকি নাযায়৷

৪. পান কাৰ্ডৰ ভুল তথ্য ক্ষতিকৰ হ’ব পাৰে

যদি আপোনাৰ পান কাৰ্ডৰ নাম, জন্ম তাৰিখ বা অন্যান্য তথ্য ভুল থাকে তেন্তে যিমান পাৰে সোনকালে সংশোধন কৰা প্ৰয়োজন৷ যদি তথ্য ভুল হয় তেন্তে বেংকে আপোনাৰ একাউণ্ট বাজেয়াপ্ত কৰিব পাৰে৷ বহু সময়ত এই ভুলৰ কাৰণে ঋণ লোৱা বা ডাঙৰ লেনদেন কৰাত সমস্যা আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
Next Post
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

HDFC বেংকৰ পৰা ২০ বছৰৰ বাবে ২৮লাখৰ হোম লোন ল’লে মাহিলী EMI কিমান হ’ব? জানি থওক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.