• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

17 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

51 minutes ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

2 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

3 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

4 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

5 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

5 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

6 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

7 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ১৮ মাৰ্চ দিনটো...

editor by editor
March 18, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
100
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— এই ৰাশিৰ জাতক-জাতিকাৰ দিনটো বৰ ভাল বুলি ক’ব পৰা নাযায়৷ পৰিয়ালৰ কোনোবা অসুস্থ হোৱাৰ বাবে অৰ্থ ব্যয় হ’ব৷ শুভ ৰং বগা আৰু শুভ সংখ্যা ২৷

বৃষ— আৰ্থিক ক্ষেত্ৰত উন্নতি ঘটিলেও ৰাহুৱে ধৰি ৰাখিব৷ চাকৰিয়ালৰ কাৰণে দিনটো শুভ৷ প্ৰেমত শুভ৷ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা ৮৷

মিথুন— কৰ্মক্ষেত্ৰত অমনোযোগ দেখা দিব৷ মানসিক চিন্তা থাকিব৷ ব্যৱসায়ত মধ্যম৷ প্ৰেমত অশুভ ফলদায়ক৷ শুভ ৰং নীলা আৰু শুভ সংখ্যা ২৷

কৰ্কট— আজি দিনটোত পৰিশ্ৰম অনুযায়ী ফল নাপাব৷ মূৰৰ বিষত ভুগিব পাৰে৷ বিদ্যাৰ্থীসকলে পঢ়া-শুনাত গুৰুত্ব দিব লাগিব৷ শুভ ৰং ৰঙা আৰু শুভ সংখ্যা ৮৷

সিংহ— আৰ্থিক ক্ষেত্ৰত উন্নতি ঘটিলেও ক্ষতিও হোৱাৰ সম্ভাৱনা আছে৷ ভ্ৰমণৰ যোগ দেখা যায়৷ বিদ্যাত শুভ৷ শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা ৭৷

কন্যা— ঘৰুৱা কাজিয়া-পেচালৰ বাবে মন বিক্ষিপ্ত থাকিব৷ যান-বাহনৰ পৰা সাৱধান থাকিব৷ আৰ্থিক ক্ষেত্ৰত ভালেই দেখা যায়৷

তুলা— পুৰণা প্ৰাপ্যধন প্ৰাপ্তিৰ যোগ৷ বিদ্যাৰ্থীসকলে ভবামতেই ফল নাপাব৷ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা ৯৷

বৃশ্চিক— কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান থাকিব৷ ভ্ৰমণৰ যোগ দেখা যায়৷ অসুস্থতাৰ কাৰণে কিছু অৰ্থব্যয় হ’ব পাৰে৷ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা ৮৷

ধনু— ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল দেখা নাযায়৷ বন্ধুৰ পৰা সাৱধানে থাকিব৷ দিনটোত খৰচৰ মাত্ৰাবৃদ্ধিৰ ফলত মানসিক চিন্তা থাকিব৷ শুভ ৰং নীলা আৰু শুভ সংখ্যা ১৷

মকৰ— কৰ্মক্ষেত্ৰত নানা ভুল-ভ্ৰান্তি হ’ব পাৰে গতিকে সতৰ্ক থাকক৷ দাম্পত্য আৰু প্ৰেমত বিবাদ বিতৰ্ক৷ ব্যৱসায়ৰ ক্ষেত্ৰতো ভাল দেখা নাযায়৷ শুভ ৰং বগা আৰু শুভ সংখ্যা ২৷

কুম্ভ— অনাৱশ্যক খৰচ আৰু ৰাগ-খং বৃদ্ধি৷ হ’বলগীয়া পৰি থকা কাম আজি নতুনকৈ আৰম্ভ কৰিব পাৰিব৷ প্ৰেমত শুভ৷ শুভ ৰং ক’লা আৰু শুভ সংখ্যা ১৷

মীন— ব্যৱসায়ত মধ্যম৷ ভ্ৰমণৰ যোগাযোগ৷ ঘৰৰ কৰ্মত ব্যস্ততা বাঢ়িব৷ বন্ধুৰ লগত মনোমালিন্য দেখা যায়৷ শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা ৮৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

July 25, 2026
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?
বিশ্ব

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

July 25, 2026
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক
জীৱনশৈলী

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

July 25, 2026
Next Post
স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ

স্বাধীন অসমৰ স্বপ্নত বিভোৰ একাংশ যুৱ প্ৰজন্ম! পুনৰ আলফা স্বাধীনলৈ গমন ৫ যুৱকৰ

ৰাছিয়াৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ যুৱ সাংসদৰ সাংবাদিক প্ৰেমিকা

ৰাছিয়াৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ যুৱ সাংসদৰ সাংবাদিক প্ৰেমিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.