• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

5 months ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

49 minutes ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

1 hour ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

9 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

10 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

11 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

12 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

12 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

12 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

13 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

14 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

14 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?

editor by editor
May 13, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
আধালৈ কমাই অনা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন! প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ত কেইখন বাহন থাকে?
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰধানমন্ত্ৰীৰ কনভয়ক লৈ নতুন সিদ্ধান্ত লোৱাৰ পাছত এইবাৰ আলোচনালৈ আহিছে তেওঁৰ নিৰাপত্তাত থকাক বাহনৰ সংখ্যাক লৈ৷ সম্প্ৰতি পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমোৱাত আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সেয়ে তেওঁ নিজৰ কনভয়ৰ বাহনৰ সংখ্যাও অৰ্ধেক কৰাৰ নিৰ্দেশ দিয়া বুলি জনা গৈছে৷ ইয়াৰোপৰি কনভয়ত বৈদ্যুতিক যানবাহন অন্তৰ্ভুক্ত কৰাৰ কথাও কোৱা হৈছে৷

এই সিদ্ধান্তৰ পাছতেই স্বাভাৱিকভাৱেই প্ৰশ্ন উঠিছে প্ৰধানমন্ত্ৰীৰ কনভয়ত ঠিক কিমানখন বাহন থাকে আৰু নিৰাপত্তাক লৈ কেনেকৈ কাম কৰে?

কনভয়ৰ বাহনৰ সংখ্যা কিমান?

প্ৰধানমন্ত্ৰীৰ কনভয়ত বাহনৰ নিৰ্দিষ্ট কোনো স্থায়ী সংখ্যা নাই৷ স্থান, নিৰাপত্তা আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কনভয়ৰ গঠন পৰিবৰ্তিত হয়৷ কেতিয়াবা যদি কম হয় কেতিয়াবা আকৌ ৰোড শ্ব’ বা ভ্ৰমণৰ ক্ষেত্ৰত কনভয়ৰ সংখ্যা ডাঙৰো হ’ব পাৰে৷ সাধাৰণভাৱে দেখা যায়, কনভয়ত প্ৰায় ১৩ৰ পৰা ১৭খন বাহন থাকে৷ পৰিস্থিতি অনুসৰি এই সংখ্যা কম বেছি হ’ব পাৰে৷

নিৰাপত্তা আৰু বাহনৰ ধৰণ

কনভয়ত একাধিক স্তৰৰ নিৰাপত্তা ব্যৱস্থা থাকে৷ য’ত ৰাজ্যৰ আৰক্ষী আৰু এছ পিজিয়ে যৌথভাৱে কাম কৰে৷ ইয়াত থাকে বুলেটপ্ৰুফ এছ ইউ ভি, যেনে ৰেঞ্জ ৰোভাৰ, য’ত প্ৰধানমন্ত্ৰীয়ে যাতায়াত কৰে৷ ইয়াৰোপৰি জেমাৰ যুক্ত নিৰাপত্তা বাহন, যোগাযোগ যান, এম্বুলেন্স আৰু সহায়ক ভেনো থাকে৷

কনভয়ৰ কাঠামো কেনেকৈ সজোৱা হয়?

কনভয়ৰ আৰম্ভণিতে থাকে পাইলট বাহন, যি সাধাৰণতে পুলিছ অফিচাৰসকলে চলায়৷ ইয়াৰপাছতেই থাকে নিৰাপত্তা বাহিনীৰ বাহন আৰু ৰুট ক্লিয়াৰেন্স যান৷ যিয়ে ৰাস্তা পৰ্যবেক্ষণ কৰে৷

মাজৰ অংশত থাকে প্ৰধানমন্ত্ৰীৰ বিশেষ বাহন আৰু এছপিজি কমাণ্ডোৰ নিৰাপত্তা বলয়৷ ইয়াৰ পাছতেই থাকে অতিৰিক্ত নিৰাপত্তা যানবাহন৷ যিয়ে সম্পূৰ্ণ কনভয়ক অনুসৰণ কৰে৷ সৰ্বশেষত থাকে ট্ৰেফিক আৰু সমন্বয় ৰক্ষাকাৰী বাহন৷ যিয়ে সম্পূৰ্ণ ৰুটৰ নিৰাপত্তা নিশ্চিত কৰে৷

কনভয়ৰ বৈশিষ্ট্য

সম্পূৰ্ণ কনভয় সাধাৰণতে ক’লা ৰঙৰ নিৰাপত্তা যানবাহন দি গঠিত হয় আৰু প্ৰতিখন বাহনে নিৰ্দিষ্ট নিৰাপত্তা প্ৰটকল মানি চলে৷ এই ব্যৱস্থা অত্যন্ত সুসংগঠিত আৰু বহুস্তৰীয় নিৰাপত্তা নিশ্চিত কৰাৰ বাবে তৈয়াৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ
জীৱনশৈলী

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

October 14, 2026
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা
জীৱনশৈলী

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

October 14, 2026
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
Next Post
জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

জ্যোতিষীক OSD কৰাৰ সিদ্ধান্ত লৈ আকৌ বিতৰ্কত মুখ্যমন্ত্ৰী বিজয়, কোন এই জ্যোতিষী ৰিকি ৰাধন পণ্ডিত? তেওঁৰ প্ৰভাৱৰ বিষয়ে জানি থওক

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ এন্ট্ৰি, জুনৰ পৰা জুলাইলৈকে অৰ্থৰ চিন্তা নাই, কেৰিয়াৰতো অগ্ৰগতিৰ যোগ এই ৪ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.