• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

4 months ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

1 hour ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

1 hour ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

5 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

5 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

6 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

6 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

7 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

চুক্তি স্বাক্ষৰৰ খবৰৰ পিছতে কাৰ কি প্ৰতিক্ৰিয়া?

editor by editor
June 16, 2026
in বাণিজ্য, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
0
SHARES
240
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মধ্য-প্ৰাচ্যত ফেব্ৰুৱাৰীৰ ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা যুদ্ধ এতিয়া সমাপ্তিৰ দিশে গতি কৰিছে। শুকুৰবাৰে ছুইজাৰলেণ্ডৰ জেনেভাত ইৰান আৰু আমেৰিকাৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিয়ে কেইবাটাও চৰ্ত সম্বলিত চুক্তিত স্বাক্ষৰ কৰাৰ লগে লগেই অন্ত পৰিব যুদ্ধক লৈ চলি থকা তীব্ৰ উৎকণ্ঠাৰ। অৱশ্যে চুক্তিৰ ভিতৰত কি আছে সেয়া দুয়োটা পক্ষই আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা নাই। তথাপিও পাৰমানিৱক অস্ত্ৰৰ বিষয়টোৱে চুক্তিত প্ৰাধান্য পাব বুলি অনুমান কৰা হৈছে। লগতে হৰমুজ প্ৰণালী পুনৰ মুকলি কৰি দিয়াৰ চৰ্তটোৱেও চুক্তিত বিশেষ স্থান লাভ যে কৰিব তাত কোনো সন্দেহ নাই।

চুক্তি স্বাক্ষৰৰ খবৰৰ পিছতে কাৰ কি প্ৰতিক্ৰিয়া?

ইৰান আৰু আমেৰিকাই এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবলৈ আগবঢ়াৰ খবৰ বিয়পি পৰাৰ লগে লগে বিশ্বৰ আগশাৰী প্ৰায় সকলোখন দেশেই ইয়াক আদৰণি জনাইছে। ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী আৰু ইটালীৰ নেতৃত্ব দিয়া নেতাসকলে যৌথ বিবৃতিযোগে কয় যে তেওঁলোকে আমেৰিকা, ইৰান আৰু ইৰানৰ আঞ্চলিক অংশীদাৰীসকলৰ সৈতে একেলগে কাম কৰাৰ বাবে আগ্ৰহী। একেদৰে লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনে কয় যে- তেওঁৰ দেশৰ জনসাধাৰণে এনেধৰণৰ ব্যৱহাৰিক পদক্ষেপৰ আশা কৰিছে, যিয়ে হিংসাৰ সৃষ্টি কৰা শক্তিবোৰক চিৰদিনৰ বাবে শেষ কৰিব।’ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘোষণাক আদৰণি জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে -পশ্চিম এছিয়াৰ সংঘাত সমাপ্ত কৰাৰ ক্ষেত্ৰত আমেৰিকা আৰু ইৰানৰ মাজত হোৱা এই সহমতক স্বাগতম জনাইছোঁ। এই সংঘাতৰ ফলত সমগ্ৰ বিশ্বতে গুৰুতৰ অৰ্থনৈতিক বিঘিনি ঘটিছিল আৰু বহু দেশৰ লোকৰ প্ৰাণহানি হৈছিল। তেওঁ লগতে কয় যে-ভাৰতৰ আশা এয়ে যে এই বুজাবুজি চুক্তি কাৰ্যকৰী হ’লে অঞ্চলটোত পুনৰ শান্তি আৰু স্থিৰতা ঘূৰি আহিব। লগতে সমুদ্ৰপথেৰে যাতায়াত আৰু বাণিজ্যৰ স্বাধীনতাও নিশ্চিত হ’ব।

ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ ফলত ভাৰতে কিদৰে লাভান্বিত হ’ব?

মধ্য প্ৰাচ্যত চলি থকা যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে তেল আৰু গেছৰ যোগান আৰু মূল্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছে, যাৰ পৰা ভাৰতো বাদ পৰা নাই। ভাৰতত তেল আৰু গেছৰ যোগান ব্যাহত হোৱাৰ লগতে ইয়াৰ মূল্যও যথেষ্ট বৃদ্ধি হোৱা দেখা গৈছে। ভাৰতৰ ঘৰুৱা চাহিদাৰ প্ৰায় ৯০ শতাংশ তেল আৰু গেছ আমদানিৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ ভিতৰত কেঁচা তেল আমদানিৰ ৬০ শতাংশতকৈ অধিক অংশ আৰৱ আৰু মধ্য প্ৰাচ্যৰ দেশসমূহ যেনে ইৰাক, ইৰান, ছৌদি আৰব, কুৱেইট আৰু UAEৰ পৰা আহে। এই আমদানিকৃত তেলৰ প্ৰায় আধা অংশ হৰ্মুজ প্ৰণালীৰে ভাৰতলৈ আহে। বৰ্তমানৰ সংঘাতৰ বাবে হৰ্মুজ প্ৰণালীত জাহাজ চলাচল যথেষ্ট ব্যাহত হৈছে। সেয়েহে এই যুদ্ধৰ ফলত ভাৰত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। যদি প্ৰস্তাৱিত চুক্তি কাৰ্যকৰী হয়, তেন্তে তেলৰ মূল্য হ্ৰাস পোৱাটো প্ৰায় নিশ্চিত। কিন্তু ভাৰতে ইয়াৰ বাহিৰেও আন বহু দিশত লাভবান হ’ব।

তেল-গেছৰ উপৰিও আৰু কি কি দিশত লাভান্বিত হ’ব ভাৰত?

আৰৱ আৰু মধ্য প্ৰাচ্য ভাৰতৰ বাবে তিনিটা কাৰণত অতি গুৰুত্বপূৰ্ণ। ভাৰতে উল্লেখিত অঞ্চলৰ পৰা বিপুল পৰিমাণে তেল আৰু গেছ ক্ৰয় কৰে। অঞ্চলটো অন্য দেশৰ তুলনাত ভাৰতৰ অতি ওচৰত হোৱাৰ বাবে সমুদ্ৰপথেৰে জাহাজ আহিবলৈ মাত্ৰ ৫-৬ দিনৰ সময় লাগে। ইয়াৰ ফলত পৰিবহণ ব্যয়ো কমি যায়, ইয়াৰ উপৰিও বীমা আদিৰ খৰচো হ্ৰাস পায়। দ্বিতীয়তে উল্লেখিত অঞ্চলত প্ৰায় এক কোটি ভাৰতীয়ই কৰ্মসংস্থান লাভ কৰিছে। ইয়াত সাধাৰণ শ্ৰমিকৰ পৰা আৰম্ভ কৰি দক্ষ অভিযন্তালৈকে বহু ভাৰতীয় লোক আছে। তৃতীয়তে উক্ত অঞ্চল ভাৰতৰ অতি নিকটৱৰ্তী আৰু ইয়াত পাকিস্তান-চীনৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পাইছে। ভাৰতে এনে পৰিস্থিতি নিবিচাৰে য’ত উল্লেখিত অঞ্চলসমূহত চীন-পাকিস্তানৰ হস্তক্ষেপ আৰু অধিক বৃদ্ধি পায়। অৱশ্যে চুক্তিখন কাৰ্যকৰী হ’লে সংঘাত কমিব পাৰে কিন্তু স্থায়ী শান্তি আহিব নে নাই, সেই বিষয়ে এতিয়াই নিশ্চিতভাৱে কোৱাটো সম্ভৱ নহয়।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24iran
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ'ব জানক দৈনিক ৰাশিফল

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.