• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

9 months ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

16 minutes ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

53 minutes ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

2 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

2 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

4 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

5 hours ago
শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

শুই থাকোতে হঠাৎ ভৰি টানি ধৰা, এয়া কোনো ভয়ংকৰ ৰোগৰ লক্ষণ নেকি?

5 hours ago
EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

EMI ত ফোন ক্ৰয় কৰিছে নেকি? হওক সাৱধান, RBI দিছে নতুন নিৰ্দেশনা

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

১২ আগষ্টত বৃহস্পতি হ’ব উদয়, লাভৱান হ’ব নে সকলো হেৰুৱাব আপুনি?

6 hours ago
চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

চিৰদিনলৈ বন্ধ হ’ব মাদ্ৰাছা! আহিছে কঠোৰ নিৰ্দেশনা

7 hours ago
ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

ভাৰতকে ধৰি ৫খন দেশৰ ওপৰত ১০০% শুল্ক আৰোপ, আমেৰিকাৰ চেনেটত গৃহীত বিধেয়ক

8 hours ago
বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

editor by editor
November 6, 2025
in জীৱনশৈলী, লেখা
0
Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়
0
SHARES
266
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ক্ৰেডিট কাৰ্ডৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰা কিছু পৰিস্থিতিত খুবেই প্ৰয়োজন হৈ পৰে৷ যেনে দ্ৰুত ধনৰ প্ৰয়োজন হলে ক্ৰেডিট কাৰ্ডৰ পৰা পাব পৰা ধনেই শেষ ভৰষা হৈ পৰে বহুতৰে৷ অৱশ্যে এই লেনদেনসমূহত বহু পৰিমাণে সুদ ভৰিব লাগে ক্ৰেডিট কাৰ্ড হোল্ডাৰে৷
যেতিয়া কোনোৱে ক্ৰেডিট কাৰ্ডৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰে তেতিয়া ইয়াক নগদ অগ্ৰিম বুলি কোৱা হয়৷ এই পেমেণ্টসমূহত প্ৰায়েই নিয়মিত ক্ৰয়ৰ তুলনাত বেছি সুদ দিব লাগে৷ সেয়ে ক্ৰেডিট কাৰ্ড থকা ব্যক্তিয়ে ক্ৰেডিট কাৰ্ডৰ চৰ্তাৱলী জানি থোৱা জৰুৰী৷
ক্ৰেডিট কাৰ্ডৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰৰ উপায় হৈছে নেট বেংকিঙৰ মাধ্যম৷ যদি বেংকে এই সুবিধা প্ৰদান কৰে, ভাৰতৰ কিছু বেংকে তেওঁলোকৰ নেট বেংকিং প্লেটফৰ্মৰ মাধ্যমেৰে ক্ৰেডিট কাৰ্ডৰ পৰা একাউণ্টলৈ অৰ্থ ট্ৰেন্সফাৰৰ সুবিধা প্ৰদান কৰে৷ ইয়াৰ সুবিধা হৈছে সহজ আৰু দ্ৰুত পদ্ধতি৷ আৰু অসুবিধা হৈছে প্ৰতিটো বেংকে এই সুবিধা প্ৰদান নকৰে৷ ট্ৰেন্সফাৰৰো লিমিট আছে৷
ধাপ ১- বেংকৰ নেট বেংকিং চাইট লগ ইন কৰক৷ ক্ৰেডিট কাৰ্ড বা Funds Transfer অপশ্ব্যনলৈ যাওক৷ Transfer from Credit Card বা Cash Advance-ৰ ভিতৰত কোনো এক বিকল্প নিৰ্বাচন কৰক৷ ট্ৰেন্সফাৰৰ পৰিমাণ আৰু বেংক একাউণ্টৰ বিৱৰণ লিখক৷ বিস্তাৰিত বিৱৰণ চাইহে লেনদেন নিশ্চিত কৰিব৷
ফোন বেংকিঙৰ মাধ্যমেৰেও কৰিব পাৰিব৷ কিছু ক্ৰেডিট কাৰ্ডত কোম্পানী কাষ্টমাৰ কেয়াৰ নম্বৰত কল কৰিও ট্ৰেন্সফাৰ কৰিব পাৰে৷ সুবিধা হৈছে ইণ্টাৰনেটৰ প্ৰয়োজন নাই৷ অসুবিধা হৈছে ফোন ধৰাৰ বাবে অপেক্ষা কৰিব লগা হয়৷
ধাপ ২- ক্ৰেডিট কাৰ্ড কোম্পানীৰ কাষ্টমাৰ কেয়াৰ নম্বৰত ডায়েল কৰিব লাগিব৷ বেংক একাউণ্টত টকা ট্ৰেন্সফাৰ কৰাৰ কথা ক’ব পাৰে৷ পৰিমাণ আৰু একাউণ্টৰ বিৱৰণ দিব লাগিব৷ পৰবৰ্তী প্ৰক্ৰিয়াৰ বাবে তেওঁলোকৰ নিৰ্দেশনাৱলী অনুসৰণ কৰিব লাগিব৷

নগদ ধন আপুনি উঠাব পাৰে

ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি এটিএমৰ পৰা নগদ ধন তোলা আৰু তাৰ পাছত বেংক একাউণ্টত জমা কৰা সহজ যেন ধাৰণা হলেও ই সকলোতকৈ ব্যয়বহুল পদ্ধতি৷ কাৰণ ইয়াত উচ্চ সুদ লোৱা হয়৷ কেৱল জৰুৰী পৰিস্থিতিতহে এই পদ্ধতি ব্যৱহাৰ কৰা উচিত৷

কিয় ক্ৰেডিট কাৰ্ডৰ পৰা বেংক একাউণ্টত ধন ট্ৰেন্সফাৰ কৰা উচিত নহয়?

উচ্চতৰ ফিঃ ক্ৰেডিট কাৰ্ডৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰত নগদ অগ্ৰিম হিচাপে বিবেচিত হয়৷ ফি ২.৫ শতাংশৰ পৰা ৩শতাংশ পৰ্যন্ত হব পাৰে৷
উচ্চ সুদৰ হাৰঃ সুদ তাৎক্ষণিকভাৱে জমা হবলৈ আৰম্ভ কৰে৷ কোনো অতিৰিক্ত সময়কাল অবিহনেই৷ এই হাৰ নিয়মিত ক্ৰয়তকৈ বেছি৷
ক্ৰেডিট স্কোৰৰ ওপৰত বেয়া প্ৰভাৱঃ ঘনে ঘনে নগদ অগ্ৰিম ঋণ গ্ৰহণ ক্ৰেডিট ব্যৱহাৰৰ অনুপাত বৃদ্ধি কৰে৷ ই আৰ্থিক চাপৰ লক্ষণ হিচাপেও বিবেচিত হব পাৰে৷ আৰু স্কোৰ কমাই দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ
জীৱনশৈলী

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

August 8, 2026
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ
প্ৰযুক্তি

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

August 8, 2026
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!
বিনোদন

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

August 8, 2026
Next Post
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.