• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল

5 years ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

1 hour ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

2 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

3 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

3 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

4 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

12 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

13 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

13 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

14 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

14 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

15 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল

editor by editor
July 31, 2021
in অসম, ক'ভিড-১৯, গুৱাহাটী, শিক্ষা
0
ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল
0
SHARES
44
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। বিভিন্ন ৱেবছাইটত উপলব্ধ পৰীক্ষাৰ ফলাফল। মুঠ ১১টাকৈ ৱেৱচাইটত আপলোড কৰা হৈছে ফলাফল। বিকল্প মূল্যায়ন পদ্ধতিৰ জৰিয়তে ঘোষণা কৰা এই ফলাফলত কলা শাখাত উত্তীৰ্ণ ৯৮.৯৩ শতাংশ, বাণিজ্য শাখা ৯৯.৫৭ শতাংশ, বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ আৰু বৃত্তিমুখী শাখাত ৯৭.৪১ শতাংশ উত্তীৰ্ণ হৈছে পৰীক্ষাৰ্থী।

কলা শাখাত মুঠ পৰীক্ষার্থী— ১,৯১,৮৫৫

উত্তীর্ণ— ১,৮৯,৭৯৩

প্ৰথম বিভাগ— ৫৮,২৪৪

দ্বিতীয় বিভাগ— ৮৯,৫২০

তৃতীয় বিভাগত— ৪২,০৯০

উত্তীর্ণৰ হাৰ— ৯৮.৯৩ শতাংশ

 

বাণিজ্য শাখা মুঠ পৰীক্ষার্থী— ১৮,৪৪৩

উত্তীর্ণ— ১৮,৩৬৪

প্ৰথম বিভাগ— ১,১,১৮৯

দ্বিতীয় বিভাগ— ৫,৪৯৭

তৃতীয় বিভাগত— ১,৬৭৮

উত্তীর্ণৰ হাৰ— ৯৯.৫৭ শতাংশ

 

বিজ্ঞান শাখাত মুঠ পৰীক্ষার্থী— ৩৮,৪৩০

উত্তীর্ণ— ৩৮,০৬৮

প্ৰথম বিভাগ— ৩২,৯১৭

দ্বিতীয় বিভাগ— ৪,৬০৯

তৃতীয় বিভাগত— ৫৪২

উত্তীর্ণৰ হাৰ— ৯৯.০৬ শতাংশ

 

বৃত্তিমুখী শাখাত মুঠ পৰীক্ষার্থী— ১,০৮১

উত্তীর্ণ— ১,০৫৩

প্ৰথম বিভাগ— ৬১৮

দ্বিতীয় বিভাগ— ৩৮১

তৃতীয় বিভাগত— ৮৪

উত্তীর্ণৰ হাৰ— ৯৭.৪১ শতাংশ

ৰিজাল্ট উপলব্ধ ৱেবচাইটসমূহ হৈছে-

www.ahsec.assam.gov.in

www.assamresult.in

www.necareer.com

www.assamjobalerts.com

www.schools9.com

www.results.shiksha

www.indiaresults.com

www.vidyavision.com

www.iresults.net

www.jagranjosh.com

www.assamresult.co.in

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ahsecasom live 24assam live 24axom live 24hs result
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

September 8, 2026
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ
বিনোদন

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

September 8, 2026
Next Post
টকিঅ’ত মহিলাৰ জয়জয়কাৰ

টকিঅ’ত মহিলাৰ জয়জয়কাৰ

এটি ভয়াৱহ দৃশ্য, খহি পৰিল পাহাৰ। চাওক VIDEO

এটি ভয়াৱহ দৃশ্য, খহি পৰিল পাহাৰ। চাওক VIDEO

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.