• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

2 years ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

33 minutes ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

3 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

4 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

4 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

5 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

6 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

6 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

6 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

7 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

8 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

8 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

editor by editor
March 21, 2024
in Uncategorized
0
বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিয়া পাতি লৈ বিপদ ? কংকাল হৈ পৰিছে ৰনদীপ হুদা, ফটো দেখি কান্দি পেলালে মাতৃয়ে

২০২৩ চনৰ নৱেম্বৰ মাহত বিয়া হৈছিল হে , ৪ মাহৰ ভিতৰতে হঠাতে কংকাল সদৃশ হৈ পৰিছে বলীউডৰ বলিষ্ঠ অভিনেতা ৰনদীপ হুদা। সামাজিক মাধ্যমত নিজৰ ফটো শ্বেয়াৰ কৰি এই বিষয়ে জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে।

অৱশ্যে ভয় কৰিবলগীয়া একো নাই। এয়া কোনো বেমাৰ বা কোনো সমস্যাৰ বাবে নহয়, বৰঞ্চ পূৰ্বৰ দৰে চৰিত্ৰ অনুযায়ী চেহেৰা সলাইছে অভিনেতাগৰাকীয়ে।

চৰিত্ৰৰ দাবী অনুসাৰেই যিদৰে পূৰ্বেও নিজকে সলাই লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, তেনেদেৰ এইবাৰো চৰিত্ৰত সম্পূৰ্ণৰূপে খাপ খাই পৰিবৰ বাবে এইদৰে সলাই লৈছে ৰনদীপে নিজকে। মুঠ ২৬ কেজি হ্ৰাস কৰিছে অভিনেতাগৰাকীয়ে।

শৰীৰ বুলিবলৈ কেৱল জকাটোহে থকাৰ দৰে হৈছে ৰনদীপৰ। যি ফটো সামাজিক মাধ্যমত দেখাৰ লগে লগে কান্দি উঠে মাতৃয়ে লগেত ক্ৰোধাম্বিত হৈ উঠে পিতৃ।

‘স্বতন্ত্ৰবীৰ সাবৰকৰ’ নামৰ ছবিৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ লগতে এইবাৰ ডাইৰেক্টৰ হিচাপেও বলীউডত কাম আৰম্ভ কৰিব ৰনদীপে। ৰনদীপৰ বিপৰীতে ছবিখনত কাম কৰিব টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী অংকিতা লোখণ্ডেই। লগতে এইখন ছবিৰ জৰিয়তে বলীউডত এন্ট্ৰি কৰিব ৰনদীপৰ ভনীয়েকে।

এক সাক্ষাতত ৰনদীপৰ ভনীয়েকে কয়, এইদৰে ওজন হ্ৰাসৰ বাবে বহু কষ্ট কৰিব লগা হৈছে। শৰীৰত যাতে কোনো ধৰণৰ ভিটামিন আৰু মিনাৰেল কম নহয় তাৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে বাদামৰ পৰা বনোৱা ঘী আৰু নাৰিকলৰ তেলত বনোৱা খাদ্য খোৱা হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে সৰৱজীতৰ বাবেও এইদৰে নিজকে সম্পূৰ্ণ সলাই পেলাইছিল ৰনদীপ হুদাই। সেইবাৰ ২৮ দিনত ২০ কেজি হ্ৰাস কৰিছিল অভিনেতাগৰাকীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorBollywood HeroMovieRandeep Hooda
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
কাইলৈ আই পি এল, এইবাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৭ বছৰীয়া মফাকা, কোন এই খেলুৱৈ

কাইলৈ আই পি এল, এইবাৰ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৭ বছৰীয়া মফাকা, কোন এই খেলুৱৈ

দেওবাৰে খোলা থাকিব সকলো বেংক, ৰিজাৰ্ভ বেংকে দিলে নিৰ্দেশনা

দেওবাৰে খোলা থাকিব সকলো বেংক, ৰিজাৰ্ভ বেংকে দিলে নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.