• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধ্বংসকাৰী হেলেন ! বৰ্তমানলৈকে প্ৰাণ হেৰুৱালে ১৫০ৰো অধিক লোকে

বিধ্বংসকাৰী হেলেন ! বৰ্তমানলৈকে প্ৰাণ হেৰুৱালে ১৫০ৰো অধিক লোকে

2 years ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

19 minutes ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

40 minutes ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

2 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

3 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

3 hours ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

4 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

5 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

6 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

6 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

6 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

7 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিধ্বংসকাৰী হেলেন ! বৰ্তমানলৈকে প্ৰাণ হেৰুৱালে ১৫০ৰো অধিক লোকে

editor by editor
October 3, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
বিধ্বংসকাৰী হেলেন ! বৰ্তমানলৈকে প্ৰাণ হেৰুৱালে ১৫০ৰো অধিক লোকে
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিধ্বংসকাৰী হেলেন ! বৰ্তমানলৈকে প্ৰাণ হেৰুৱালে ১৫০ৰো অধিক লোকে

আমেৰিকা বিধ্বংসকাৰী হেলেন ঘূৰ্ণীবতাহৰ তাণ্ডৱ। হেলেনৰ ফলত আমেৰিকাত বৰ্তমানলৈ ১৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। প্ৰায় ৪০ লাখ লোক গৃহহীন হৈ পৰিছে।

ইফালে মেক্সিকোত ঘূৰ্ণীবতাহ জন বিধ্বংসী ৰূপ ধাৰণ কৰিছে। দক্ষিণ-পশ্চিম মেক্সিকোত হাজাৰ হাজাৰ লোকে প্ৰাণৰ মমতাত ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে। আমেৰিকাত এই ধুমুহাৰ গতি আনকি ফ্ল’ৰিডাৰ উপকূলত প্ৰতি ঘণ্টাত ২২৫ কিলোমিটাৰ পৰ্যন্ত হৈছে।

ক’লৰাডো ষ্টেট ইউনিভাৰ্চিটিৰ হাৰিকেন গৱেষক ফিল ক্লটজবাকৰ মতে, পশ্চিম কেৰিবিয়ান সাগৰৰ ওপৰত কম চাপৰ বহল অঞ্চল চেণ্ট্ৰেল আমেৰিকান গাইৰৰ পৰা হেলেন গঠন হয় আৰু প্ৰতি বছৰে এই সময়ৰ আশে-পাশে হাৰিকেনৰ জন্ম দিয়ে।

এইবাৰ এই হেলেন ধুমুহাই ২০১৭ চনত মাৰিয়া হাৰিকেনৰ পিছত আমেৰিকাক প্ৰভাৱিত কৰা আটাইতকৈ মাৰাত্মক তথা বিধ্বংসকাৰী ধুমুহাত পৰিণত হৈছে। ২০০৫ চনত কেটৰিনা হাৰিকেনৰ পিছত আমেৰিকাত এইটোৱেই আছিল আটাইতকৈ মাৰাত্মক হাৰিকেন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaAmerica helene StromHeleneHurricane Helene
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?
বিনোদন

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

July 16, 2026
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য
ভাৰত

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

July 16, 2026
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?
জীৱনশৈলী

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

July 16, 2026
Next Post
আজিৰে পৰা নৱৰাত্ৰি, দেৱী দুৰ্গাক ভুলতো অৰ্পণ নকৰিব এই সামগ্ৰী

আজিৰে পৰা নৱৰাত্ৰি, দেৱী দুৰ্গাক ভুলতো অৰ্পণ নকৰিব এই সামগ্ৰী

বৈবাহিক জীৱনত সন্মতিৰ বিৰুদ্ধে সম্পৰ্ক কোনো আইনী নহয় বৰঞ্চ সামাজিক বিষয়

বৈবাহিক জীৱনত সন্মতিৰ বিৰুদ্ধে সম্পৰ্ক কোনো আইনী নহয় বৰঞ্চ সামাজিক বিষয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.