• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ বিপদৰ ইংগিত! আৰু মাত্ৰ ১০ বছৰ, বৰফশূন্য হৈ পৰিব আৰ্কটিক মহাসাগৰ

1 year ago
দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?

5 hours ago
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

7 hours ago
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

8 hours ago
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

10 hours ago
৩০ বছৰৰ পাছত শনি-বুধৰ মিলনত তৈয়াৰ হ’ব নৱপঞ্চম ৰাজযোগ, টকা, যশ প্ৰতিপত্তিত তিনি ৰাশিৰ জীৱনলৈ আহিব সাফল্য

11 hours ago
ধৰ্মেন্দ্ৰ, প্ৰেম চোপ্ৰাৰ পাছত এইবাৰ অসুস্থ গোবিন্দ! মাজনিশা হাস্পতালৰ ইমাৰ্জেন্সি কেয়াৰ ইউনিটত ৰখা হৈছে গোবিন্দক

12 hours ago
১৮ দিন বুধৰ বক্ৰী চলন, কোন ৪ ৰাশিৰ ভাগ্যলৈ আহিব বিৰাট পৰিবৰ্তন?

হেমাক বিয়া কৰাবলৈ ইছলাম গ্ৰহণ কৰিছিল নেকি ধৰ্মেন্দ্রই? আজিও কটাক্ষ কৰে বহুজনে, সঁচা কাহিনীটো জানেনে?

1 day ago
এই ৪ ৰাশিৰ দুঃসময় শেষ, বুধ বক্ৰীৰ ফলত ২০ দিন শুভ সময় কটাব এইকেইটা ৰাশিয়ে

বৃহস্পতিৰ প্ৰিয় এই ৫ ৰাশিৰ জীৱনজুৰি সুখ! সাফল্য আৰু পদোন্নতি আহিব কাৰ কাৰ?

পিঠিৰ বিষ কোনো কাৰণতেই কমা নাই? জানি থওক মেৰুদণ্ডৰ টিবিৰ লক্ষণ, কেনেকৈ চিনি পাব স্পাইনেল টিউবাৰকুলোচিছ?

শৰীৰত পুষ্টিৰ ঘাটি, এই ৫ লক্ষণেই কৈ দিব পাৰে কি কি বিপদৰ সংকেত

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভয়ংকৰ বিপদৰ ইংগিত! আৰু মাত্ৰ ১০ বছৰ, বৰফশূন্য হৈ পৰিব আৰ্কটিক মহাসাগৰ

ভয়ংকৰ বিপদৰ ইংগিত! আৰু মাত্ৰ ১০ বছৰ, বৰফশূন্য হৈ পৰিব আৰ্কটিক মহাসাগৰ

editor by editor
November 2, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
ভয়ংকৰ বিপদৰ ইংগিত! আৰু মাত্ৰ ১০ বছৰ, বৰফশূন্য হৈ পৰিব আৰ্কটিক মহাসাগৰ
0
SHARES
199
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাতত মাত্ৰ ১০ বছৰ৷ ইয়াৰ পাছতেই আৰ্কটিকত আৰু দেখা নাযাব বৰফ৷ আৰ্কাটিক হ’ল এখন মহাসাগৰ৷ ইয়াক উত্তৰ মহাসাগৰ বুলিও কোৱা হয়৷ ইয়াৰ অৱস্থান পৃথিৱীৰ একেবাৰে উত্তৰ প্ৰান্তত৷ সেয়ে ইয়াক সুমেৰু সাগৰ নামেৰেও জনা যায়৷ ইংৰাজীত ইয়াৰ নাম আৰ্কটিক অচেন৷ আৰু এই মহাসাগৰ সকলোসময়তে বৰফেৰে ঢাক খাই থাকে৷ আৰু সেই বৰফেই দেখা নাযাব আৰু ১০ বছৰৰ পাছত৷ নতুন গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷ এই বৰফ গলি বিশ্বৰ সমুদ্ৰপৃষ্ঠৰ ওপৰত প্ৰভাৱ পেলাব৷ ইউনিভাৰ্ছিটি অৱ কলোৰাডো বোল্ডাৰে প্ৰকাশ কৰা এক সমীক্ষা অনুসৰি চৰম গৰমতো আৰ্কাটিকত তুষাৰ দেখা যায়৷ আগন্তুক কেইবছৰৰ ভিতৰত এই তুষাৰ শেষ হৈ পৰিব৷ শীতকালতো দেখা নাযাব তুষাৰ৷

বিজ্ঞানীয়ে কি দাবী কৰিছে?

গৱেষণাৰ ফলাফল সন্মুখলৈ অহাৰ পাছতেই বিজ্ঞানীক দাবী যে ১০ বছৰৰ পাছত বৰফ গলি যাব যে সেয়া নিশ্চিত৷ এই শতাব্দীৰ মাজত ছেপ্টেম্বৰ মাহত আৰ্কটিক সাগৰত বৰফ দেখা নাযাব৷ গ্ৰীণহাউছ গেছ নিঃসৰণ কমাব পাৰিলেই এই পৰিস্থিতি তৈয়াপ নহ’ব বুলি দাবী কৰিছে বিজ্ঞানীয়ে৷ বৰষ গলি গ’লে সকলোতকৈ বেছি প্ৰভাৱ পৰিব আৰ্কটিকৰ প্ৰাণীৰ ওপৰত৷ ছীল আৰু মেৰু ভালুকৰ দৰে প্ৰাণী বিশ্বৰ পৰা হেৰাই যাব৷ ফলত পৃথিৱীত ভয়ানক এক অৱস্থাই দেখা দিব৷ আৰু সেই দিনলৈ বেছি দূৰ নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লী কাণ্ডৰ মাষ্টাৰমাইণ্ড ডাঃ শ্বাহিন!  ২ বছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰিছিল ডাঃ শ্বাহিনে, মাছুদ আাজাহাৰৰ ভনীয়েকৰ সৈতে কি সম্পৰ্ক শ্বাহিনৰ?
জীৱনশৈলী

November 12, 2025
শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?
জীৱনশৈলী

শুক্ৰ-মঙল যোগে খুলিব ভাগ্যৰ দুৱাৰ, কোন ৩ ৰাশিৰ হাতলৈ অগাধ ধন সম্পত্তি আহিব?

November 12, 2025
গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?
জীৱনশৈলী

গীতেৰে নহয়, সমাজসেৱাৰে বিশ্বৰেকৰ্ড! ৩৮০০ শিশুৰ প্ৰাণ কেনেকৈ ৰক্ষা কৰিলে গায়িকা পলকে?

November 12, 2025
ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?
জীৱনশৈলী

ওজন বাঢ়িলেই জৰায়ুত চিষ্টৰ আশংকা বাঢ়ে নেকি? চিষ্ট হোৱাৰ সম্ভাৱনা কাৰ বেছি? কোন বয়সৰ নাৰী সাবধান হ’ব?

November 12, 2025
Next Post
লেব টেকনিছিয়ান নাই, YouTube চাই হাস্পতালত ECG কৰিছে ঠিকাভিত্তিক কৰ্মীয়ে, চাওক ভিডিঅ’

PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন