• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি SBI ৰ গ্ৰাহক? জানক বন্ধ হৈ যোৱা একাউণ্ট কেনেকৈ এক্টিভ কৰিব?

আপুনি SBI ৰ গ্ৰাহক? জানক বন্ধ হৈ যোৱা একাউণ্ট কেনেকৈ এক্টিভ কৰিব?

1 year ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

57 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

3 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

5 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

7 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি SBI ৰ গ্ৰাহক? জানক বন্ধ হৈ যোৱা একাউণ্ট কেনেকৈ এক্টিভ কৰিব?

আপুনি SBI ৰ গ্ৰাহক? জানক বন্ধ হৈ যোৱা একাউণ্ট কেনেকৈ এক্টিভ কৰিব?

editor by editor
December 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আপুনি SBI ৰ গ্ৰাহক? জানক বন্ধ হৈ যোৱা একাউণ্ট কেনেকৈ এক্টিভ কৰিব?
0
SHARES
625
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি SBI, HDFC ব IDFC ফাষ্ট বেংকৰ গ্ৰাহক নেকি? আপোনাৰ বেংক একাউণ্ট ডি এক্টিভ হৈ গৈছে? এই প্ৰতিবেদন আপোনাৰ বাবে সহায়ক হ’ব৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ অনুসৰি যদি কোনো গ্ৰাহকে নিজৰ KYC নিৰ্ধাৰিত সময়ৰ ভিতৰত বেংকত জমা নকৰে তেন্তে তেনে একাউণ্ট ছাচপেণ্ড কৰি দিয়া হ’ব৷ তেতিয়া গ্ৰাহকে সেই একাউণ্টৰ পৰা কোনো লেনদেন কৰিব নোৱাৰে, আনকি জমা ধনো তুলিব নোৱাৰে৷ ফলত ঘোৰ বিপদ আহে গ্ৰাহকলৈ৷

২ ডিচেম্বৰত আৰ বি আই বা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ অনুসৰি দেশজুৰি ডি এক্টিভ বেংক একাউণ্টসমূহক পুনৰ এক্টিভেট কৰিবলৈ গ্ৰাহকক সুযোগ দিব প্ৰায় সকলো বেংকেই৷ বেছিভাগ ক্ষেত্ৰতেই কে ৱাই চি সঠিক সময়ত জমা নকৰিলে একাউণ্টসমূহ ছাচপেণ্ড কৰা হয়৷ কেৱাইচি নিয়ম মানি দিলেই সেই ডি এক্টিভেট একাউণ্টসমূহ আকৌ এক্টিভ হৈ পৰে৷

কেনেকৈ ডি এক্টিভ একাউণ্ট এক্টিভ কৰিব? প্ৰত্যেক বেংকৰেই আছে নিজস্ব কিছু কিছু নিয়ম৷

HDFC বেংকৰ নিয়ম

বন্ধ একাউণ্টসমূহ আকৌ খুলিবলৈ গ্ৰাহকে তিনিটা নিয়ম মানি চলিব লাগে৷ আৰম্ভণিতেই গ্ৰাহকে বেংকৰ যি শাখাত একাউণ্ট আছে সেই শাখালৈ যাব লাগিব৷ নিজৰ স্বাক্ষৰ কৰা আবেদনপত্ৰ জমা কৰিব লাগিব৷ নিজে স্বাক্ষৰ কৰা চৰকাৰী পৰিচয়পত্ৰ আৰু নিজৰ স্থায়ী ঠিকনাৰ প্ৰমাণ দিব লাগিব৷ ইয়াৰপাছতেই খুলি যাব বন্ধ হৈ থকা একাউণ্টসমূহ৷ সম্ভৱ হ’ব লেনদেনো৷

IDFC বেংকৰ নিয়ম

স্বাক্ষৰ কৰা আবেদনপত্ৰ জমা দিব লাগিব৷ দিব লাগিব kyc নথিও৷ ইয়াৰপাছতেই একাউণ্ট এক্টিভ হৈ পৰিব৷ ইয়াৰ বাবে কোনো খৰচ কৰিব নালাগে গ্ৰাহকে৷ আৰ বি আইৰ নিয়ম অনুসৰি ডি এক্টিভ একাউণ্ট এক্টিভ কৰিব লাগিলে কোনো অৰ্থ বেংকক দিব নালাগে৷

SBI বেংকৰ নিয়ম

এই ক্ষেত্ৰত গ্ৰাহকে যিকোনো শাখালৈ গৈ নিজে স্বাক্ষৰ কৰা আবেদনপত্ৰ জমা কৰি kyc নথি বেংকত জমা দিব৷ বেংকে নথি পৰীক্ষাৰ পাছতেই আপোনাৰ ছাচপেণ্ড একাউণ্ট পুনৰ আৰম্ভ হ’ব৷ এছ এম এছৰ মাধ্যমেৰেও গ্ৰাহকে একাউণ্ট এক্টিভেছন কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!
জীৱনশৈলী

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

March 30, 2026
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম
জীৱনশৈলী

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

March 30, 2026
Next Post
ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

ধনু সংক্ৰান্তিলৈ মাত্ৰ কেইটামান দিন, সূৰ্যৰ গোচৰত ভাল দিন আহি আছে এই ৩ৰাশিৰ জীৱনলৈ

বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.