• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

2 years ago
নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

4 minutes ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

32 minutes ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

1 hour ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

2 hours ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

2 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

4 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

5 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

7 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

7 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

7 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি

editor by editor
December 9, 2024
in চিনেমা, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
বয়সতকৈ আয় বেছিঃ মাত্ৰ ১১ বছৰতেই শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহমৰ ইনকাম জানিলে আচৰিত হ’ব আপুনি
0
SHARES
475
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাহৰুখ খানৰ তিনি সন্তানৰ ভিতৰত দুই সন্তানে ইতিমধ্যেই বলীউডত ভৰি দিছে৷ কেৰিয়াৰৰ আৰম্ভণি কৰিছে ছুহানা খান আৰু আৰিয়ান খানে৷ ছুহানা অভিনয় ক্ষেত্ৰত আৰু আৰিয়ানে পৰিচালনা জগতত ভৰি দিছে৷ শ্বাহৰুখৰ সৰু পুত্ৰ আব্ৰাহামো পিছ পৰি থকা নাই৷ মাত্ৰ ১১বছৰ বয়সতেই ডেবিউ কৰিছে আব্ৰামে৷ অভিনয় কিংবা অন্য ক্ষেত্ৰত নহয়, ভয়েছ অভাৰ আৰ্টিষ্ট হিচাপে এইবাৰ চিনেমাৰ ক্ৰেডিট লিষ্টত নাম উঠিছে আব্ৰামৰ৷

অভিনয় কিংবা অন্য ক্ষেত্ৰত নহয়, ভয়েছ অভাৰ আৰ্টিষ্ট হিচাপে এইবাৰ চিনেমাৰ ক্ৰেডিট লিষ্টত নাম উঠিছে আব্ৰামৰ৷ মুফাছাঃ দ্যা লায়ন কিং ছবিত শ্বাহৰুখৰ পৰিয়ালৰ তিনি সদস্যই কাম কৰিছে একেলগে৷ ছবিত মুফাছাৰ চৰিত্ৰত কণ্ঠ দিছে শ্বাহৰুখ খানে৷ ছিম্বাৰ চৰিত্ৰত কণ্ঠ দিছে আৰিয়ান খানে৷ আৰু মুফাছাৰ পুত্ৰ, বেবি মুফাছাৰ চৰিত্ৰত কণ্ঠ আব্ৰামে৷ আৰু তাতেই মোটা টকা উপাৰ্জন কৰিছে আব্ৰামে৷

শুনা গৈছে এই ডাবিঙৰ কামৰ বাবে আব্ৰাম খানে আয় কৰিছে মুঠ ১৫ লাখ টকা৷ দ্যা লায়ন কিঙত শ্বাহৰুখে প্ৰথমবাৰৰ বাবে পুত্ৰ আৰিয়ান খানৰ সৈতে একেলগে কাম কৰিছে৷ এইবাৰ দুই পুত্ৰৰ সৈতে একেলগে অভিনয় কৰা এই ছবিয়ে ২০ ডিচেম্বৰত মুক্তি লাভ কৰিব৷ ইতিমধ্যেই প্ৰকাশে আহিছে ছবিৰ ট্ৰেলাৰ৷ তাতেই আব্ৰামৰ কণ্ঠস্বৰে মন জয় কৰিছে সকলোৰে৷

উল্লেখ্য যে শ্বাহৰুখ খানে কেতিয়াও বিচৰা নাই যে তেওঁৰ সন্তানে পঢ়াশুনা এৰি অভিনয় ক্ষেত্ৰলৈ আহক৷ আৰিয়ান, ছুহানাকো শ্বাহৰুখে প্ৰথমে আনুষ্ঠানিক শিক্ষা শেষ কৰাইহে এই ক্ষেত্ৰলৈ আনিছে৷ কিন্তু আব্ৰামৰ ক্ষেত্ৰত কিছু পৃথক পন্থা ল’লে শ্বাহৰুখে৷ পঢ়াশুনাৰ সমান্তৰালকৈ আব্ৰামক ছবিৰ জগততো পৰিচয় কৰাইছে শ্বাহৰুখে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ
জীৱনশৈলী

নৱেম্বৰ মাহত সাৱধান হওক ৩ ৰাশিৰ লোক? জীৱনলৈ আহিব ডাঙৰ বিপদ

October 25, 2026
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ
জীৱনশৈলী

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

October 25, 2026
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত
বিনোদন

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

October 25, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

October 25, 2026
Next Post
পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

পাছৱৰ্ড পাহৰিছে? ৰেজিষ্টাৰ্ড মোবাইল বা ইমেইল অবিহনে কেনেকৈ ঘূৰাই পাব ফেছবুক একাউণ্ট?

৩৬৫ দিন নহয় মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়! NASAই সন্ধান পালে অদ্ভুত গ্ৰহৰ, অবাক বিজ্ঞানীও, এই গ্ৰহৰ বিশেষত্ব কি?

৩৬৫ দিন নহয় মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়! NASAই সন্ধান পালে অদ্ভুত গ্ৰহৰ, অবাক বিজ্ঞানীও, এই গ্ৰহৰ বিশেষত্ব কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.