• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৬৫ দিন নহয় মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়! NASAই সন্ধান পালে অদ্ভুত গ্ৰহৰ, অবাক বিজ্ঞানীও, এই গ্ৰহৰ বিশেষত্ব কি?

৩৬৫ দিন নহয় মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়! NASAই সন্ধান পালে অদ্ভুত গ্ৰহৰ, অবাক বিজ্ঞানীও, এই গ্ৰহৰ বিশেষত্ব কি?

2 years ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

20 minutes ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

1 hour ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

2 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

3 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

17 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

17 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

18 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

19 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

19 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

৩৬৫ দিন নহয় মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়! NASAই সন্ধান পালে অদ্ভুত গ্ৰহৰ, অবাক বিজ্ঞানীও, এই গ্ৰহৰ বিশেষত্ব কি?

৩৬৫ দিন নহয় মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়! NASAই সন্ধান পালে অদ্ভুত গ্ৰহৰ, অবাক বিজ্ঞানীও, এই গ্ৰহৰ বিশেষত্ব কি?

editor by editor
December 9, 2024
in বিজ্ঞান, বিবিধ, ভাৰত
0
৩৬৫ দিন নহয় মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়! NASAই সন্ধান পালে অদ্ভুত গ্ৰহৰ, অবাক বিজ্ঞানীও, এই গ্ৰহৰ বিশেষত্ব কি?
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি জনাত ৩৬৫ দিনত এবছৰ হয়৷ আৰু লিপিয়াৰ থাকিলে সেয়া হয়গৈ ৩৬৬ দিন৷ কিন্তু বিজ্ঞানীয়ে দাবী কৰিছে যে এই গ্ৰহত ২৪ ঘণ্টাতকৈ কম সময়তেই এবছৰ হয়৷ নাছাই লাভ কৰিছে এক নতুন গ্ৰহৰ সন্ধান৷ ৩৬৫ দিন নহয় মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতেই এবছৰ হয় এই গ্ৰহত৷ উত্তপ্ত নেপচুনৰ দৰে আৰু এটা গ্ৰহৰ সন্ধান পাইছে এই আন্তৰ্জাতিক সংস্থা৷

NASAই সন্ধান পালে নতুন এক গ্ৰহৰ

জনা গৈছে যে নাছাই যি নতুন গ্ৰহৰ সন্ধান পাইছে তাৰ নাম হৈছে টি ৱাই-৩২৬১ বি (TOI-3261B), এয়া এক আল্ট্ৰা হট গ্ৰহ৷ বিজ্ঞানীসকলৰ মতে এই গ্ৰহই খুব দ্ৰুত গতিত নক্ষত্ৰক প্ৰদক্ষিণ কৰিব পাৰে৷ ইয়াৰ ফলত মাত্ৰ ২১ ঘণ্টাতেই এবছৰ হয়৷ জনা গৈছে যে আন্তৰ্জাতিক সংস্থা নাছাৰ ট্ৰান্সিটিং, এক্সপ্লেনেট ছাৰ্ভে ছেটেলাইটত ধৰা পৰিছে এই গ্ৰহটো৷ বৰ্তমান পৰ্যন্ত এই ধৰণৰ যিমান এক্সপ্লেনেট আৱিষ্কৃত হৈছে তাৰ মাজত TOI-3261B ৰ অৱস্থান চতুৰ্থ৷ এই ধৰণৰ আৰু তিনিটা গ্ৰহ মহাকাশত আছে৷

এই গ্ৰহৰ বৈশিষ্ট্য

পৃথিৱীৰ পৰা ৯৭৯ আলোকবৰ্ষ দূৰৈত অৱস্থিত এই TOI-3261B. বিজ্ঞানীৰ মতে প্ৰতি ২১ ঘণ্টাত গ্ৰহটোৱে নিজৰ পৰা ২৫ লাখ কিঃমিঃ দূৰৈত থকা কমলা ৰঙৰ বামন তৰাক প্ৰদক্ষিণ কৰি আছে৷ দ্ৰুত প্ৰদক্ষিণ কৰাৰ ফলত ইয়াত ২১ ঘণ্টাত এবছৰ হয়৷ আকাৰত এই গ্ৰহ আমাৰ সৌৰজগতৰ গ্ৰহ নেপচুনৰ সমান৷ নেপচুনতকৈ এয়া দ্বিগুণ ঘন আৰু পৃথিৱীতকৈ প্ৰায় ৩০গুণ ভাৰী৷ কেৱল এয়াই নহয় ইয়াৰ তাপমাত্ৰাও নেপচুনতকৈ বহু গুণ বেছি৷ সেয়ে ইয়াৰ নাম ৰখা হৈছে আল্ট্ৰা চৰ্ট পিৰিয়ড হট নেপচুন৷ ইয়াৰোপৰি এই গ্ৰহ বৃহস্পতিৰ দৰেই গেছেৰে ভৰা৷

ইয়াত প্ৰাণৰ অস্তিত্ব আছেনে?

বিজ্ঞানীসকলৰ দৰে এই সৰু গ্ৰহই তাৰ চৰিত্ৰ পৰিবৰ্তন কৰি আছে৷ ইয়াত বৰ্তমান পৰ্যন্ত কোনো প্ৰাণৰ অস্তিত্ব লাভ কৰা নাই বিজ্ঞানীয়ে৷ আনকি ইয়াৰ যি পৰিবেশ তাত প্ৰাণ বাচি থকা পৰিস্থিতি এতিয়াও নাই৷ ইয়াৰোপৰি জনা গৈছে যে এই গ্ৰহটো ৬৫০ কোটি বছৰ পুৰণি এটা গ্ৰহ৷ অৰ্থাৎ এই গ্ৰহ আমাৰ সৌৰজগততকৈ প্ৰায় ২০০ কোটি বছৰ পুৰণি৷ যেতিয়া এই গ্ৰহ সৃষ্টি হৈছিল তেতিয়া এয়া এক বিশাল গেছৰ পিণ্ড হিচাপে জন্ম হৈছিল৷ পৰবৰ্তীসময়ত পৰিবৰ্তন হৈ হৈ এয়া এক উত্তপ্ত গ্ৰহত পৰিণত হয়৷ বৰ্তমান পৰ্যন্ত এই গ্ৰহৰ পুঙ্খানুপুঙ্খ তথ্যৰ সন্ধানত গৱেষণা অব্যাহত ৰাখিছে বিজ্ঞানীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ
শিক্ষা

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

September 13, 2026
social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

September 13, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Next Post
কী বৰ্ডৰ ওপৰত মূৰ থৈ শুই পৰিছিল, বেংক কৰ্মীৰ ভুলত কোটি টকা গ্ৰাহকৰ একাউণ্টলৈ!

কী বৰ্ডৰ ওপৰত মূৰ থৈ শুই পৰিছিল, বেংক কৰ্মীৰ ভুলত কোটি টকা গ্ৰাহকৰ একাউণ্টলৈ!

দৈনিক ৰাশিফল- আজি শুক্লা দশমীত গোটেই দিনটো সৰ্বাৰ্থ সিদ্ধি যোগ, ভাগ্য উজলি উঠিব কেইবাটাও ৰাশিৰ

দৈনিক ৰাশিফল- আজি শুক্লা দশমীত গোটেই দিনটো সৰ্বাৰ্থ সিদ্ধি যোগ, ভাগ্য উজলি উঠিব কেইবাটাও ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.