• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কী বৰ্ডৰ ওপৰত মূৰ থৈ শুই পৰিছিল, বেংক কৰ্মীৰ ভুলত কোটি টকা গ্ৰাহকৰ একাউণ্টলৈ!

কী বৰ্ডৰ ওপৰত মূৰ থৈ শুই পৰিছিল, বেংক কৰ্মীৰ ভুলত কোটি টকা গ্ৰাহকৰ একাউণ্টলৈ!

2 years ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

33 minutes ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

1 hour ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

2 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

3 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

4 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

17 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

17 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

18 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

18 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

19 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কী বৰ্ডৰ ওপৰত মূৰ থৈ শুই পৰিছিল, বেংক কৰ্মীৰ ভুলত কোটি টকা গ্ৰাহকৰ একাউণ্টলৈ!

কী বৰ্ডৰ ওপৰত মূৰ থৈ শুই পৰিছিল, বেংক কৰ্মীৰ ভুলত কোটি টকা গ্ৰাহকৰ একাউণ্টলৈ!

editor by editor
December 9, 2024
in বাণিজ্য
0
কী বৰ্ডৰ ওপৰত মূৰ থৈ শুই পৰিছিল, বেংক কৰ্মীৰ ভুলত কোটি টকা গ্ৰাহকৰ একাউণ্টলৈ!
0
SHARES
701
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাম কৰি কৰি বেংক কৰ্মী শুই পৰিছিল৷৷ শুই পৰোতেই আঙুলিৰ চাপত গ্ৰাহকৰ একাউণ্টত সোমাল ১৯৮৬ কোটি টকা৷ এই ঘটনা জাৰ্মানৰ৷ ঘটনাটো কেনেকৈ ঘটিছিল তাৰ বৰ্ণনা নিজেই দিছে কৰ্মীয়ে৷

কৰ্মীগৰাকীয়ে কয় যে তেওঁ লেথাৰিকৈ কাম কৰি কৰি ক্লান্ত হৈ শুই পৰিছিত৷ চকুকেইটাক অলপমান আৰাম দিম ভাৱি কাম কৰি থকা স্থানতেই শুই পৰিছিল৷ কী বৰ্ডৰ ওপৰত মূৰ থৈ শুই পৰিছিল কৰ্মীজন৷ আঙুলিৰ চাপ পৰি যি পঠিয়াব লগা আছিল তাতোকৈ অধিক ধন গ্ৰাহকৰ একাউণ্টলৈ গুচি যায়৷

সেই একাউণ্টত পঠিওৱাৰ কথা আছিল জাৰ্মানীৰ মুদ্ৰাৰ হিচাপত ৬৪.২০ ইউৰো৷ কিন্তু কম্পিউটাৰ কীবৰ্ডৰ দুই সংখ্যাৰ বাটনত চাপ পৰি যায়৷ ফলত ২২২,২২২,২২২.২২ ইউৰো বা ২২২ মিলিউন ইউৰো গুচি যায় গ্ৰাহকৰ একাউণ্টত৷ ভাৰতীয় মুদ্ৰাত এই সংখ্যা প্ৰায় ১৯৮৬ কোটি টকা৷ বেংকৰ অন্য এগৰাকী কৰ্মচাৰীৰ নজৰত পৰে সমগ্ৰ বিষয়টো৷ তেওঁ সম্পূৰ্ণ প্ৰচেছ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই এয়া ৰখাই দিয়ে৷

অলপ ভুলৰ বাবেই মাৰাত্মক ভুল হোৱাৰ পৰা ৰক্ষা পৰে বেংক কৰ্তৃপক্ষও৷ ঘটনাটো বেংকৰ মালিকৰো কানত পৰিছে৷ লগে লগেই সেই কৰ্মচাৰীক বেংকৰ পৰা বাহিৰ কৰি দিয়া হয়৷ সেই বিষয়টোক লৈ কৰ্মচাৰীজন আদালতৰ দ্বাৰস্ত হৈছে৷ আদালতত সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰি সেই কৰ্মীক বেংকত পুনৰ চাকৰি দিয়াৰ ৰায় দিয়ে৷ সমগ্ৰ গোচৰৰ ৰায় দিবলৈ গৈ আদালতে কয়, ‘প্ৰতিদিনে শত শত লেনদেন কৰাৰ বাবে সেই ব্যক্তিগৰাকী বহু চাপৰ মাজত আছিল৷ সেই দুৰ্ঘটনাৰ দিনাও তেওঁৰ বেংকৰ মুঠ ৮১২ টা নথি পৰীক্ষা কৰিছিল আৰু প্ৰতিটো নথি খুটি নাটি দেখাৰ বাবে সেই ব্যক্তিয়ে মাত্ৰ কেই ছেকেণ্ড সময় ব্যয় কৰিছিল৷ সমস্ত তথ্য আপডেট নিৰ্ভুলভাৱে কৰিছিল৷ কামত মাজত ক্লান্তিবশত এটা ভুল হ’ল৷ অৱশ্যে সেই ভুলৰ পৰা তেওঁ ৰক্ষাও পৰিল৷ দৈনিক নিৰ্ভুল কামৰ বাবে সেই ব্যক্তিৰ চাকৰি যোৱা উচিত নহয়৷

এই ঘটনাটো অৱশ্যে এতিয়াৰ নহয়৷ ঘটনাটো ঘটিছিল ২০১২ চনতেই৷ সম্প্ৰতি এই বিষয়টোক লৈ সামাজিক মাধ্যমত চৰ্চা চলিছে৷ বহু কৰ্মচাৰীয়ে এই বিষয়টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি থকাও পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা
বাণিজ্য

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

September 13, 2026
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!
বাণিজ্য

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

September 12, 2026
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?
বাণিজ্য

iPhone প্ৰেমীৰ বাঢ়িছে চিন্তা! iPhone Duo কিনিব নে চাৰিচকীয়া বাহন?

September 11, 2026
Next Post
দৈনিক ৰাশিফল- আজি শুক্লা দশমীত গোটেই দিনটো সৰ্বাৰ্থ সিদ্ধি যোগ, ভাগ্য উজলি উঠিব কেইবাটাও ৰাশিৰ

দৈনিক ৰাশিফল- আজি শুক্লা দশমীত গোটেই দিনটো সৰ্বাৰ্থ সিদ্ধি যোগ, ভাগ্য উজলি উঠিব কেইবাটাও ৰাশিৰ

দপ্তৰ বিতৰণ- কোনে কি বিভাগ পালে, নতুন মন্ত্ৰীৰ দায়িত্বত কি বিভাগ ! সবিশেষ পঢ়ক-

দপ্তৰ বিতৰণ- কোনে কি বিভাগ পালে, নতুন মন্ত্ৰীৰ দায়িত্বত কি বিভাগ ! সবিশেষ পঢ়ক-

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.