• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দপ্তৰ বিতৰণ- কোনে কি বিভাগ পালে, নতুন মন্ত্ৰীৰ দায়িত্বত কি বিভাগ ! সবিশেষ পঢ়ক-

দপ্তৰ বিতৰণ- কোনে কি বিভাগ পালে, নতুন মন্ত্ৰীৰ দায়িত্বত কি বিভাগ ! সবিশেষ পঢ়ক-

2 years ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

4 minutes ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

40 minutes ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

1 hour ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

2 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

3 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

3 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

3 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

5 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

5 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

6 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দপ্তৰ বিতৰণ- কোনে কি বিভাগ পালে, নতুন মন্ত্ৰীৰ দায়িত্বত কি বিভাগ ! সবিশেষ পঢ়ক-

editor by editor
December 10, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
দপ্তৰ বিতৰণ- কোনে কি বিভাগ পালে, নতুন মন্ত্ৰীৰ দায়িত্বত কি বিভাগ ! সবিশেষ পঢ়ক-
0
SHARES
236
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দপ্তৰ বিতৰণ- কোনে কি বিভাগ পালে, নতুন মন্ত্ৰীৰ দায়িত্বত কি বিভাগ ! সবিশেষ পঢ়ক-

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাত দায়িত্বৰ ব্যাপক সালসলনি। কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ পৰা বিভাগ কৰ্তন কৰাৰ লগতে নতুনকৈ মন্ত্ৰীসভাত অন্তভূৰ্ক্ত হোৱা ৪গৰাকী নতুন মন্ত্ৰীকো দপ্তৰ বিতৰণ কৰা হৈছে।

কালি ৯ ডিচেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ কোৱে কি কি বিভাগ পালে-

পূৰ্বৰ কেইবাটাও দপ্তৰ এৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, বিতৰণ কৰা বিভাগ সমূহ এনে ধৰণৰ-

ড০ হিমন্ত বিশ্ব শর্মাঃ গৃহ বিভাগ, স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগ পৰিয়াল কল্যাণ আৰু বিতৰণ নোহোৱা বিভাগসমূহ
পিযুষ হাজৰিকাঃ তথ্য আৰু জনসংযোগ বিভাগ, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ, জলসম্পদ বিভাগ
জয়ন্ত মল্লবৰুৱাঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ
ড০ ৰণোজ পেগুঃ শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, ভৈয়াম জনজাতি উন্নয়ন বিভাগ
ৰঞ্জিত কুমাৰ দাসঃ পঞ্চায়ত, গ্ৰমোন্নয়ন , পৰ্যটন বিভাগ, সাধাৰণ প্ৰশাসনিক বিভাগ
কেশৱ মহন্তঃ ৰাজহ আৰু পুঁজি সংগ্ৰহ বিভাগ, তথ্য আৰু প্ৰযুক্তি বিভাগ
বিমল বৰাঃ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ
চন্দ্ৰ মোহন পাটোৱাৰীঃ সংসদীয় পৰিক্ৰমা বিভাগ, পৰিৱেশ আৰু বন বিভাগ
অতুল বৰাঃ কৃষি, আবকাৰী, উদ্যোগ, শস্য, অসম চুক্তি বিভাগ
অজন্তা নেওগঃ বিত্ত বিভাগ, মহিলা আৰু শিশু কল্যাণ বিভাগ
নন্দিতা গাৰ্লোছাঃ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ, লোক নিৰ্মাণ গৃহ বিভাগ
যোগেন মহনঃ পাৰ্বত্য এলেকা উন্নয়ন বিভাগ, পৰিবহণ বিভাগ, কো-অপাৰেটিভ বিভাগ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি উন্নয়ন বিভাগ।
অশোক সিংঘালঃ স্বাস্থ্য আৰু পৰিকল্যাণ বিভাগ আৰু জলসিঞ্চন বিভাগ
উৰখাও ব্ৰহ্মঃ হস্ততাঁত বস্ত্ৰ বিভাগ, বড়োলেণ্ড কল্যাণ বিভাগ।

নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা ৪ মন্ত্ৰীৰ ভাগত এই বিভাগ-

প্ৰশান্ত ফুকনঃ শক্তি, নিয়োগ, দক্ষতা বিভাগ, মেডিকেল শিক্ষা
ৰূপেশ গোৱালাঃ শ্ৰমিক কল্যাণ বিভাগ, গৃহ (কাৰাগাৰ, হোমগাৰ্ড), চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগ
কৃষ্ণেন্দু পালঃ পশুপালন, মীন বিভাগ, PWD
কৌশিক ৰায়ঃ খাদ্য, ৰাজহ বিতৰণ আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগ , বৰাক উপত্যকা উন্নয়ন বিভাগ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam cabinetAssam cabinet MinisterCabinet reshuffleMinister DepartmentState cabinet reshuffle
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

October 11, 2026
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
ভাৰতৰ ৪ বাৰৰ বিধায়ক ওলাল জাৰ্মানীৰ নাগৰিক, উচ্চ ন্যায়ালয়ে দিলে কঠোৰ শাস্তি

ভাৰতৰ ৪ বাৰৰ বিধায়ক ওলাল জাৰ্মানীৰ নাগৰিক, উচ্চ ন্যায়ালয়ে দিলে কঠোৰ শাস্তি

দৃশ্য দেশি শিয়ৰি উঠিব আপুনি, ৪০ লোকক মহতিয়ালে বাছে, বাঢ়ি গৈ আছে মৃতকৰ সংখ্যা

দৃশ্য দেশি শিয়ৰি উঠিব আপুনি, ৪০ লোকক মহতিয়ালে বাছে, বাঢ়ি গৈ আছে মৃতকৰ সংখ্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.