• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ ৪ বাৰৰ বিধায়ক ওলাল জাৰ্মানীৰ নাগৰিক, উচ্চ ন্যায়ালয়ে দিলে কঠোৰ শাস্তি

ভাৰতৰ ৪ বাৰৰ বিধায়ক ওলাল জাৰ্মানীৰ নাগৰিক, উচ্চ ন্যায়ালয়ে দিলে কঠোৰ শাস্তি

2 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

4 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

5 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

5 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

7 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

7 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

8 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

8 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

9 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

10 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

11 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

11 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতৰ ৪ বাৰৰ বিধায়ক ওলাল জাৰ্মানীৰ নাগৰিক, উচ্চ ন্যায়ালয়ে দিলে কঠোৰ শাস্তি

editor by editor
December 10, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
ভাৰতৰ ৪ বাৰৰ বিধায়ক ওলাল জাৰ্মানীৰ নাগৰিক, উচ্চ ন্যায়ালয়ে দিলে কঠোৰ শাস্তি
0
SHARES
769
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ ৪ বাৰৰ বিধায়ক ওলাল জাৰ্মানীৰ নাগৰিক, উচ্চ ন্যায়ালয়ে দিলে কঠোৰ শাস্তি

ভাৰতবৰ্ষত ২০ বছৰে ধৰি ৪ বাৰকৈ বিধায়ক হোৱা এগৰাকী নেতাৰ ক্ষেত্ৰত পোহৰলৈ আহিছে এক আচৰিত ঘটনা। ভাৰতৰ ৰাজনীতিত সক্ৰিয় হৈ থকা নেতাগৰাকী ওলাল জাৰ্মানৰ হে নাগৰিক। যাৰ ফলত এতিয়া শাস্তিৰ সন্মুখিন হৈছে বিধায়কগৰাকী।

তেলেংগানাত পোহৰলৈ আহিছে এই আচৰিত গোচৰ। তেলেংগানা উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা আদি শ্ৰীনিবাসৰ আবেদনৰ ওপৰত ৰায়দান কৰাৰ সময়তে বি আৰ এছৰ প্ৰাক্তন বিধায়ক ড০ ৰমেশ চেন্নামানেনীক জাৰ্মান নাগৰিক বুলি গণ্য কৰে। ৰমেশ চেন্নামানীৰ নাগৰিকত্ব সন্দৰ্ভত কংগ্ৰেছ নেতা শ্ৰীনিবাসে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

৯ ডিচেম্বৰ সোমবাৰে এই ৰায় ঘোষণা কৰে আদালতে। আদালতে ৰায়দানত কয় যে বি আৰ এছৰ প্ৰাক্তন নেতা চেন্নামানেনী ৰমেশ এজন জাৰ্মান নাগৰিক আৰু তেওঁ ভেমুলাৱাডা বিধানসভাৰ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ জাল নথি-পত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁ নিজকে ভাৰতীয় নাগৰিক বুলি পৰিচয় দিছিল।

ন্যায়ালয়ে কংগ্ৰেছ নেতাৰ আবেদনৰ ওপৰত ৰায়দান দিওঁতে কয় যে ৰমেশে জাৰ্মান দূতাবাসৰ পৰা তেওঁ আৰু সেই দেশৰ নাগৰিক নহয় বুলি নিশ্চিত কৰা কোনো নথি দাখিল কৰাত ব্যৰ্থ হয়। যাৰ ফলত এতিয়া বি আৰ এছৰ প্ৰাক্তন বিধায়কগৰাকীৰ ওপৰত ৩০ লাখ টকা জৰিমনা বিহে ন্যায়ালয়ে। লগতে ভাৰতীয় নাগৰিকত্বও বাতিল কৰে।

জৰিমনাৰ ২৫ লাখ টকা শ্ৰীনিবাসক দিব লাগিব। যাৰ বিৰুদ্ধে ২০২৩ চনৰ নৱেম্বৰৰ নিৰ্বাচনত ৰমেশ পৰাস্ত হৈছিল। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত শ্ৰীনিবাসে কয় যে প্ৰাক্তন বিধায়ক চেন্নামানেনী ৰমেশক জাৰ্মান নাগৰিকৰ ৰূপ লৈ ভুৱা নথি-পত্ৰৰে বিধায়ক নিৰ্বাচিত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Germen Citizenshipindian citizenshipIndian PoliticsTelanganaTelangana MLA
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
Next Post
দৃশ্য দেশি শিয়ৰি উঠিব আপুনি, ৪০ লোকক মহতিয়ালে বাছে, বাঢ়ি গৈ আছে মৃতকৰ সংখ্যা

দৃশ্য দেশি শিয়ৰি উঠিব আপুনি, ৪০ লোকক মহতিয়ালে বাছে, বাঢ়ি গৈ আছে মৃতকৰ সংখ্যা

২৮ দিনৰ মূৰত ভাগ্যোদয় ৩ টা ৰাশিৰ! চন্দ্ৰই পুনৰ প্ৰৱেশ কৰিলে মীন ৰাশিত

২৮ দিনৰ মূৰত ভাগ্যোদয় ৩ টা ৰাশিৰ! চন্দ্ৰই পুনৰ প্ৰৱেশ কৰিলে মীন ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.