- কাইলৈ পুৱাই গুৱাহাটী পাব ঘাতক ঘনকান্তৰ পত্নী জোনমণি গগৈ
- নিশা ধেমাজিৰ পৰা গুৱাহাটীলৈ আহিব জোনমণি গগৈ
- গুৱাহাটী আহিবলৈ আৰক্ষীৰ নিৰাপত্তা বিচাৰিছে জোনমণি গগৈয়ে
- আৰক্ষীৰ নিৰাপত্তা লৈ গুৱাহাটী অহাৰ পৰিকল্পনা জোনমণি
- প্ৰাণৰ শংকাত আৰক্ষীৰ নিৰাপত্তা বিচাৰিছে জোনমণিয়ে
- গুৱাহাটীৰ পৰা SITয়ে চমন পঠাইছে জোনমণি গগৈক
- SITক সম্পূৰ্ণ সহযোগ কৰিব লাগিব জোনমণি গগৈ
- ধেমাজিত কোনো গোচৰ নথকাৰ বাবে গ্ৰেপ্তাৰ নকৰিলে জোনমণি গগৈক
- কিন্তু স্বামীৰ গোচৰত সহযোগ কৰাৰ আশ্বাস দিছে জোনমণি গগৈয়ে
- পল্টন বজাৰ আৰক্ষী থানাত কাইলৈ হাজিৰ হ’ব জোনমণি গগৈ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















