• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

4 months ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

6 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

6 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

7 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

7 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

8 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

9 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

9 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

9 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

10 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

11 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

11 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

ইমতিয়াজ আলী পছন্দ কৰা মহিলাসকলৰ ভিতৰত কোন কোন আছে?

editor by editor
June 21, 2026
in বিনোদন, বিবিধ, লেখা
0
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!
0
SHARES
588
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইমতিয়াজ আলী কেৱল পৰিচালকেই নহয়, চেলুলয়ডৰ এজন দাৰ্শনিক আৰু কবি। তেওঁৰ ‘ৰকষ্টাৰ’হওক বা ‘তামাছা’ৰ হওক – পৰ্দাত তেওঁৰ নাৰী চৰিত্ৰবোৰ সদায় অবিশ্বাস্যভাৱে ফুটাই তোলে। কিন্তু এইবাৰ কোনো ছবিৰ চিত্ৰনাট্যৰ ওপৰত নহয়, বাস্তৱ জীৱনত ‘বোৰ্খা’ বা ওৰণি পৰম্পৰাৰ ওপৰত বিস্ফোৰক মন্তব্য কৰি তীব্ৰ বিতৰ্কৰ মাজলৈ আহিছে এইগৰাকী পৰিচালক। ইমতিয়াজৰ স্পষ্ট কথা – বোৰ্খা পিন্ধি আৰাম দাবী কৰাসকল আচলতে দমনীয় মানসিকতাৰ বলি।

শেহতীয়াকৈ বিভাজনৰ পটভূমিত নিৰ্মিত ইমতিয়াজ আলীৰ নতুন ছবি ‘মেইন ৱাপছ আউংগা’ মুক্তিৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ইতিমধ্যে নেটিজেনৰ এটা অংশই ছবিখনক ‘ৰাষ্ট্ৰবিৰোধী’ বুলি অভিহিত কৰি পৰিচালকক লক্ষ্য কৰি লৈছে। অৱশ্যে ট্ৰলিঙক আওকাণ কৰি ইমটিয়াজে নিজৰ স্থিতিত অটল হৈ আছে। এই পৰিবেশত তেওঁ এটা অনুষ্ঠানত অংশ লৈ মুছলমান সমাজত পৰ্দা পিন্ধা প্ৰথাক লৈ ক্ষোভ প্ৰকাশ কৰে।

বাৰে বাৰে নিজৰ ধৰ্মক লৈ প্ৰশ্নৰ সন্মুখীন হোৱা এই মুছলমান পৰিচালকজনে বোৰ্খা সন্দৰ্ভত কয়, “যেতিয়া এগৰাকী মহিলাই কয়, ‘মই মোৰ বোৰ্খাত আৰামত আছো, মই মোৰ ওৰণিত আৰাম পাইছোঁ,’ তেতিয়া মই সেই কথা শুনি একেবাৰেই ভাল নাপাওঁ। এইটো মূলতঃ এটা অৱক্ষয়ী সমাজৰ চিন। যদি কোনো মহিলাই সঁচাকৈয়ে তেনেকুৱা অনুভৱ কৰে, তেন্তে মই ক’ম যে তেওঁ আচলতে চৰম মানসিক নিৰ্যাতনৰ বলি, যিটো তেওঁ নিজেই বুজি পোৱা নাই।”

পৰিচালকগৰাকীৰ এই মন্তব্যই মঞ্চত বিতৰ্কৰ সৃষ্টি কৰে। উদ্যোক্তাসকলে প্ৰতিহত কৰি কয় যে প্ৰতিটো সম্প্ৰদায়ৰ নিয়ম আৰু সংস্কৃতি বেলেগ বেলেগ, গতিকে কোনেও নিজৰ ইচ্ছামতে সাজ-পোছাক পৰিধান কৰাৰ স্বাধীনতাত বাধা দিব নোৱাৰে।

ইয়াৰ উত্তৰত ইমতিয়াজ আলীয়ে যুক্তি দিছিল, “মই কাকো জোৰকৈ ৰখাৰ কথা কোৱা নাই। মই কাৰো ঘৰলৈ গৈ নিষেধাজ্ঞা আৰোপ কৰা নাই। অৱশ্যে সামাজিক সত্তা হিচাপে আমি সকলোৱে সহনশীলতা আৰু সংযম থকা উচিত। আজিকালি পৰিস্থিতি এনেকুৱা হৈছে যে সকলোৱে উগ্ৰ হৈ পৰিছে। সুস্থ আলোচনা কৰাটো কঠিন হৈ পৰিছে। মই কাৰো শত্ৰু নহয়, মই কেৱল মোৰ স্পষ্ট চিন্তা প্ৰকাশ কৰিছো।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
Next Post
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য'তে ত'তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.