• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হায়ৰে সমাজ! থিয়েটাৰ চোৱাৰ বাবেই বস্ত্ৰনগৰীত এঘৰীয়া হ’ল শিক্ষকৰ পৰিয়াল

হায়ৰে সমাজ! থিয়েটাৰ চোৱাৰ বাবেই বস্ত্ৰনগৰীত এঘৰীয়া হ’ল শিক্ষকৰ পৰিয়াল

2 years ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

39 minutes ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

1 hour ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

1 hour ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

2 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

3 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

3 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

4 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

5 hours ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

5 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

7 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

23 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হায়ৰে সমাজ! থিয়েটাৰ চোৱাৰ বাবেই বস্ত্ৰনগৰীত এঘৰীয়া হ’ল শিক্ষকৰ পৰিয়াল

editor by editor
November 20, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
হায়ৰে সমাজ! থিয়েটাৰ চোৱাৰ বাবেই বস্ত্ৰনগৰীত এঘৰীয়া হ’ল শিক্ষকৰ পৰিয়াল
0
SHARES
416
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হায়ৰে সমাজ! থিয়েটাৰ চোৱাৰ বাবেই বস্ত্ৰনগৰীত এঘৰীয়া হ’ল শিক্ষকৰ পৰিয়াল

এইখন অসমত নহয়নো কি, কাৰোবাক যদি মুৰ্গী পোহাৰ বাবে কাৰোবাক আকৌ গাহৰি পোহাৰ বাবে এঘৰীয়া কৰে সমাজৰ লোকে। পাছে এইবাৰ এঘৰ লোকক থিয়েটাৰ চোৱাৰ বাবে এঘৰীয়া কৰিলে এখন গাঁৱৰ ৰাইজে।

কেৱল থিয়েটাৰ চোৱাৰ বাবেই নহয়, ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটৰ মঞ্চ উদ্বোধন কৰাৰ বাবে সমাজৰ পৰা এঘৰীয়া হ’ল এগৰাকী শিক্ষক। এই ঘটনা সংঘটিত হৈছে বস্ত্ৰনগৰী শুৱালকুছিৰ শিলিগুড়িত।

ঘটনী সন্দৰ্ভত জানিব পৰা অনুসৰি, শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত শিলিগুড়ি মাহকালটোল চুবুৰীয়ে লক্ষ্মী মন্দিৰ নিৰ্মাণৰ সাহৰ্য্যৰ্থে আমন্ত্ৰণ কৰিছিল ভ্ৰাম্যমাণ নাট্য দল বীণাপানী থিয়েটাৰ দলক।

এই থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিছিল এগৰাকী স্থানীয় শিক্ষক বিৰিঞ্চি কলিতাই । থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰি থিয়েটাৰো চালে কলিতাৰ পৰিয়ালে। কিন্তু সেয়ে অপৰাধ হল শিক্ষক বিৰিঞ্চি কলিতাৰ ।

এই অপৰাধতে শিক্ষক বিৰিঞ্চি কলিতাক এঘৰীয়া কৰাৰ কথা মাইকযোগে ঘোষণা কৰে শিলিগুড়িৰ ৰাইজে । আজিৰ সভ্যতাৰ সময়তো মাত্ৰ থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰিয়েই ৰক্ষণশীল সমাজৰ বলি হ’ল শিক্ষক বিৰিঞ্চি কলিতা ৷

সমাজৰ পৰা এঘৰীয়া হোৱাত পৰিয়ালটো এতিয়া হতাশাত ভূগিবলগীয়া হৈছে। এই ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীক অৱগত কৰাৰ পিছতো ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে বিষয়াটোত গুৰুত্ব নিদি একপ্ৰকাৰ ভূক্তভোগী পৰিয়ালটোক ওলোটাই ধমকহে দিয়ে বুলি অভিযোগ কৰিছে ভূক্তভোগী পৰিয়ালটোৱে।

এতিয়া শিক্ষক গৰাকীয়ে ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰা, দৰ্জীৰ ওচৰত কাপোৰ চিলোৱা আদি কামত বাধা আৰোপ কৰে শিলিগুড়িৰ ৰাইজে । ইপিনে শিক্ষক গৰাকীৰ লগতে অন্য দুটা পৰিয়ালকো থিয়েটাৰ চোৱাৰ অপৰাধত এঘৰীয়া কৰে ।

সেই পৰিয়ালদুটাৰ এগৰাকী কৰ্কট ৰোগী আৰু এগৰাকী দিন হাজিৰা কৰা লোকৰ পৰিয়ালক এঘৰীয়া কৰাৰ অভিযোগ কৰিছে। এই ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সভ্য সমাজক লজ্জানত কৰি তুলিছে ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam hajohajoHajo Sualkuchisualkuchi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!
অসম

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

September 24, 2026
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ
ৰাজনীতি

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

September 23, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
Next Post
জেচিবি-ঘৰৰ চাদৰ পৰা দৰাৰ ওলোৱাৰ সময়তে ফুৰ্তিতে দৰাৰ পৰিয়ালে উৰুৱালে ২০ লাখ টকা, ভাইৰেল ভিডিঅ’

জেচিবি-ঘৰৰ চাদৰ পৰা দৰাৰ ওলোৱাৰ সময়তে ফুৰ্তিতে দৰাৰ পৰিয়ালে উৰুৱালে ২০ লাখ টকা, ভাইৰেল ভিডিঅ'

শুক্ৰ গোচৰৰ লগতে ব্ৰহ্ম যোগৰ বিশেষ দিন, অহা ২৪ দিনলৈ ৩ ৰাশিৰ ওপৰত থাকিব শুভ প্ৰভাৱ

শুক্ৰ গোচৰৰ লগতে ব্ৰহ্ম যোগৰ বিশেষ দিন, অহা ২৪ দিনলৈ ৩ ৰাশিৰ ওপৰত থাকিব শুভ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.