• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তানৰ ভৱিষ্যতৰ কথা ভাৱিছে? এই প্ৰকল্পত মাত্ৰ ১.৮০লাখ বিনিয়োগ কৰিলেই লাভ কৰিব ১১ কোটি ৰিটাৰ্ণ! কিন্তু কেনেকৈ?

সন্তানৰ ভৱিষ্যতৰ কথা ভাৱিছে? এই প্ৰকল্পত মাত্ৰ ১.৮০লাখ বিনিয়োগ কৰিলেই লাভ কৰিব ১১ কোটি ৰিটাৰ্ণ! কিন্তু কেনেকৈ?

1 year ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

58 minutes ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

1 hour ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

1 hour ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

2 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

2 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

3 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

4 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

4 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

6 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

7 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

8 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

সন্তানৰ ভৱিষ্যতৰ কথা ভাৱিছে? এই প্ৰকল্পত মাত্ৰ ১.৮০লাখ বিনিয়োগ কৰিলেই লাভ কৰিব ১১ কোটি ৰিটাৰ্ণ! কিন্তু কেনেকৈ?

সন্তানৰ ভৱিষ্যতৰ কথা ভাৱিছে? এই প্ৰকল্পত মাত্ৰ ১.৮০লাখ বিনিয়োগ কৰিলেই লাভ কৰিব ১১ কোটি ৰিটাৰ্ণ! কিন্তু কেনেকৈ?

editor by editor
June 14, 2025
in বাণিজ্য
0
সন্তানৰ ভৱিষ্যতৰ কথা ভাৱিছে? এই প্ৰকল্পত মাত্ৰ ১.৮০লাখ বিনিয়োগ কৰিলেই লাভ কৰিব ১১ কোটি ৰিটাৰ্ণ! কিন্তু কেনেকৈ?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোৱেই বৰ্তমান যুগত নিজৰ সন্তানৰ ভৱিষ্যতকলৈ চিন্তিত৷ পিতৃ-মাতৃয়ে সেইবাবে সঞ্চয়ৰ কথা চিন্তা সৰুকালতেই কৰে৷ শিশুৰ বাবে কেইবাটাও এনে বিনিয়োগ প্ৰকল্প আছে৷ শেহতীয়ালৈ এম পি এছ বাৎসল্য প্ৰকল্পও আৰম্ভ কৰিছে৷ এই প্ৰকল্পই চক্ৰবৃদ্ধি সুদৰ সুবিধা প্ৰদান কৰে৷ সেই কাৰণেই আপোনাৰ সামান্য পৰিমাণো দীৰ্ঘ সময়ৰ অন্তত কোটি কোটি টকালৈ ৰূপান্তৰ হব পাৰে৷

এন পি এছ বাৎসল্য প্ৰকল্পৰ অধীনত ১৮ বছৰতকৈ কম বয়সীয়া শিশুসকলৰ বাবে একাউণ্ট খুলিব পাৰে৷ যদি আপুনি সন্তানৰ জন্মৰ পাছতেই একাউণ্টটো খোলে তেন্তে ১৮ বছৰ বয়স পৰ্যন্ত এই বাৎসল্য যোজনাৰ অধীনত এই একাউণ্টতো এন পি এছ একাউণ্টত পৰিণত হব৷

১১ কোটি টকা কেনেকৈ গোটাব পাৰিব?

এই প্ৰকল্পৰ অধীনত ১১ কোটি টকা জমা কৰিবলৈ হলে আপুনি প্ৰতিবছৰে ১০০০০ টকাকৈ বিনিয়োগ কৰিব লাগিব৷ অৰ্থা প্ৰতিমাহে ৮৩৪ টকা জমা কৰিব লাগিব৷ এই পৰিমাণ ১৮ বছৰ বয়স পৰ্যন্ত বিনিয়োগ কৰিব লাগিব৷ ইয়াৰপাছতেই একাউণ্টটো এটা সাধাৰণ এন পি এছ একাউণ্টলৈ ৰূপান্তৰিত হয় আৰু এই পৰিমাণ ৬০ বছৰ বয়স পৰ্যন্ত বাঢ়ি থাকে৷

১৮ বছৰে ক’ত বিনিয়োগ কৰিব?

আপুনি যদি সন্তানৰ নামত প্ৰতি বছৰে ১০ হাজাৰকৈ জমা কৰে তেন্তে ১৮ বছৰত মুঠ বিনিয়োগ হব ১.৮০ লাখ টকা৷ যদি আপুনি এই বিনিয়োগৰ ওপৰত প্ৰতি বছৰে ১০শতাংশ ৰিটাৰ্ণ পায় তেতিয়া ১৮ বছৰত এই অৰ্থ প্ৰায় ৫ লাখ টকালৈ বৃদ্ধি পাব৷ যদি আমি বিগত ২০ বছৰৰ তথ্য চাও তেন্তে এন পি এছে প্ৰায় ১২.৮০শতাংশ ৰিটাৰ্ণ দিছে৷ ১৮ বছৰ বয়সৰ পৰা ৬০ বছৰ বয়সলৈ ৬০ লাখ টকা জমা হব৷ আপুনি আপোনাৰ এই বিনিয়োগৰ ওপৰত সুদ পাব৷ আৰু কোনো অৰ্থ বিনিয়োগৰ প্ৰয়োজনো নহব৷

৬০ বছৰ বয়সলৈকে কিমান জমা হব?

আপুনি যদি নৱজাতক শিশুৰ নামেৰে এই একাউণ্ট খোলে তেন্তে তাৰ ১৮ বছৰ বয়স পৰ্যন্ত আপুনি বিনিয়োগৰ ওপৰত ১০শতাংশকৈ সুদ পাব৷ অৰ্থাৎ মুঠ জমা আৰু সুদসহিতে জমা হব ৫লাখ টকা৷ আপুনি ৬০ বছৰ বয়স পৰ্যন্ত এই ৫ লাখ জমা ৰাখিলে কোনো বেলেগ বিনিয়োগ নকৰাকৈয়ে আপুনি ৬০ বছৰত ২.৭৫ কোটি টকা জমা কৰিব৷ আপুনি যদি ১২.৮৬শতাংশ ৰিটাৰ্ণ পায় তেন্তে ৫লাখ টকা সন্তানৰ ৬০ বছৰত হ’বগৈ ১১.০৫ কোটি৷

কেনেকৈ শিশুৰ একাউণ্ট খুলিব?

  • eNPS ৱেবচাইটলৈ যাওক৷
  • NPS বাৎসল্য টেবৰ অধীনত Register Nowত ক্লিক কৰক৷
  • অভিভাৱকৰ জন্ম তাৰিখ, পান, মোবাইল নম্বৰ আৰু ইমেইল লিখক৷
  • OTP দিয়াৰ পাছতেই নথিভুক্তকৰণ আৰম্ভ হব৷
  • শিশুটি আৰু অভিভাৱকৰ বিৱৰণ, প্ৰয়োজনীয় নথি আপলোড কৰক৷
  • নূন্যতম ১০০০ টকাৰ প্ৰাথমিক বিনিয়োগ কৰক৷
  • eSignintre ব্যৱহাৰ কৰি নথিভুক্ত কৰি আপোনাৰ একাউণ্ট খুলক৷

কেতিয়া এই ধন উঠাব পাৰিব?

তিনি বছৰৰ লক ইন পিৰিয়ডৰ পাছত পিতৃ মাতৃয়ে শিক্ষা, গুৰুতৰ অসুস্থতা বা ৭৫শতাংশতকৈ বেছি অক্ষমতাৰ বাবে ২৫শতাংশ পৰ্যন্ত ধন তুলি লব পাৰে৷ এই ধন সম্পূৰ্ণ ম্যাদৰ ভিতৰত তিনিবাৰ তুলিব পাৰে৷ ১৮ বছৰ বয়সত একাউণ্টটো সাধাৰণ এন পি এছ একাউণ্টত পৰিণত হব৷ এই সময়ত কমপক্ষেও ৮০শতাংশ টকা থৈ বাকী ২০ শতাংশ টকা নগদ উঠাই লব পাৰে৷ যদি মুঠ টকা ২.৫লাখতকৈ কম হয় তেতিয়া সম্পূৰ্ণ টকাই তুলি লব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত
বাণিজ্য

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

October 15, 2026
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি
বাণিজ্য

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

October 15, 2026
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?
বাণিজ্য

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

October 15, 2026
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি
অসম

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

October 14, 2026
Next Post
HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

HDFC বেংকৰ RD স্কিমত ৫০০০ টকা জমা কৰিলে ৬০ মাহত কিমান টকা ৰিটাৰ্ণ পাব?

ছিট নম্বৰ-11 A ৰ ‘হাই-ডিমাণ্ড’ কিয়? ১৯৯৮ চনতো একেই বিমান দুৰ্ঘটনা, ৰক্ষা পৰিছিল কেৱল 11 A ছীটৰ যাত্ৰীৰহে জীৱন

ছিট নম্বৰ-11 A ৰ 'হাই-ডিমাণ্ড' কিয়? ১৯৯৮ চনতো একেই বিমান দুৰ্ঘটনা, ৰক্ষা পৰিছিল কেৱল 11 A ছীটৰ যাত্ৰীৰহে জীৱন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.